গলমণিকা নাচনী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{Taxobox
| name = গলমণিকা নাচনী (Red-breasted Flycatcher)
| status = LC
| status_system = IUCN3.1
16 নং শাৰী:
| binomial_authority = ([[Johann Matthäus Bechstein|Bechstein]], 1792)
}}
'''গলমণিকা নাচনী''' ({{Lang-en|''' Red-breasted Flycatcher'''}}, বৈজ্ঞানিক নাম-''Ficedula parva'') এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷প্ৰজাতি। ই পেচ্চেৰিফৰমিছ বৰ্গৰ অন্তৰ্ভুক্ত চৰাই৷চৰাই।
 
==বিৱৰণ==
প্ৰজননৰ সময়ত পূৰ্ণবয়স্ক মতা গলমণিকা নাচনী চৰাইৰ আকাৰ প্ৰায় ১১-১২ ছে: মি: হয়৷হয়। ইয়াৰ পিঠি অংশ মটিয়া বৰণীয়া৷বৰণীয়া। তল অংশ বগা,মূৰ মুগা আৰু ডিঙি কমলা বৰণীয়া হয়৷হয়। এই চৰাইবিধৰ ঠোঁট ক'লা আৰু জোঙা হয়৷ হয়।
 
অন্য সময়ত অৰ্থাৎ প্ৰজনন নকৰা কালত গলমণিকা নাচনী চৰাইৰ মূৰ মটিয়া হয় আৰু ডিঙিত কমলা বৰণ নাথাকে৷নাথাকে।
 
==বিতৰণ==
এই চৰাইবিধে উত্তৰ [[ইউৰোপ]] আৰু কেন্দ্ৰীয় [[এছিয়া]]ত প্ৰজনন কৰে৷কৰে। শীতকালত গলমণিকা নাচনী চৰায়ে দক্ষিণ [[এছিয়া]] লৈ পৰিভ্ৰমণ কৰে৷কৰে।
[[File:Red Breasted Flycatcher, female, clicked at Nagpur by Dr. Tejinder Singh Rawal.jpg|thumb|left|Red Breasted Flycatcher, wintering in Nagpur]]
==বাসস্থান==
গলমণিকা নাচণি চৰাই সাধাৰণতে পৰ্ণপাতী অৰণ্যত পানীৰ উৎসৰ আশে পাশে দেখা পোৱা যায়৷যায়। <ref>{{cite journal|author=Cezary Mitrus, Tim H. Sparks & Piotr Tryjanowski |year=2005|title= First evidence of phenological change in a transcontinental migrant overwintering in the Indian sub-continent: the Red-breasted Flycatcher ''Ficedula parva''|journal= Ornis Fennica |volume=82|pages=13–19|url=http://www.birdlife.fi/julkaisut/of/pdf/vol82-1/2Mitrus2421.pdf|archiveurl=http://web.archive.org/web/20070719201453/http://www.birdlife.fi/julkaisut/of/pdf/vol82-1/2Mitrus2421.pdf|archivedate=2007-07-19}}</ref>
==আচৰণ==
===খাদ্য===
ইহঁতে ঘাইকৈ পোক-পতংগ খাই জীয়াই থাকে৷থাকে।
===প্ৰজনন===
এই চৰাইবিধে সাধাৰণতে গছৰ খোৰোঙত বাহ সাজে৷সাজে। এবাৰত ৪-৭ টাকৈ কণী পাৰে৷ পাৰে।
==তথ্যসুত্ৰতথ্যসূত্ৰ==<!-- FieldMusNatHistZoolSer18:343. ZoolRes25:127,29:325. -->
{{reflist}}