অশ্বক্ৰান্ত মন্দিৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

image added
1 নং শাৰী:
[[File:Aswaklanta Temple.jpg|thumb|অশ্বক্ৰান্ত মন্দিৰ]]
'''অশ্বক্ৰান্ত মন্দিৰ''' [[ব্ৰহ্মপুত্ৰ]]ৰ উত্তৰ পাৰত [[উত্তৰ গুৱাহাটী]]ত অৱস্থিত তীৰ্থস্থান৷তীৰ্থস্থান। ইয়াত প্ৰায় সম আয়তনৰ দুটা মন্দিৰ আছে৷আছে। এটা ব্ৰহ্মপুত্ৰৰ পাৰত পাহাৰৰ নামনি ভাগত, আনটো পাহাৰৰ ওপৰ ভাগত অৱস্থিত৷অৱস্থিত। কিংবদন্তি অনুসৰি [[নৰকাসুৰ]]ক বধ কৰিবৰ অৰ্থে [[শ্ৰীকৃষ্ণ]] [[কামৰূপ ৰাজ্য|কামৰূপ]]লৈ আহোঁতে এই ঠাইডোখৰ অশ্ব বা ঘোঁৰাৰ দ্বাৰা ক্ৰান্ত বা অতিক্ৰান্ত হোৱা বাবে এই অঞ্চলৰ নাম অশ্বক্ৰান্ত হয়৷হয়। কোনো কোনোৱে এই অঞ্চলক ''অশ্বক্লান্ত'' বুলিও কয়৷কয়। জনশ্ৰুতি অনুসৰি এই অঞ্চলতে খোজ পেলাই শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰিছিল৷কৰিছিল। ইয়াতেই তেওঁৰ অশ্ব ক্লান্ত হৈ পৰে আৰু ঠাইডোখৰে অশ্বক্লান্ত নাম পায়৷পায়। ব্ৰহ্মপুত্ৰৰ পাৰৰ টিলা এটাৰ শিল কিছুমানত ঘোঁৰাৰ খুৰাৰ দৰে চিন দেখা যায়৷যায়। শ্ৰীকৃষ্ণই যʼত ভৰিৰ খোজ পেলাইছিল তাৰ নাম ''বিষ্ণুপদ'' পৌৰাণিক শাস্ত্ৰ মতে এয়ে ''অশ্বগয়া'' আৰু ইয়াতে মৃতকৰ আত্মাৰ সদ্গতিৰ অৰ্থে পিণ্ডদান কৰা হয়৷হয়। আজিকালি ʼঅশ্বক্লান্তʼ‘অশ্বক্লান্তʼ বা ʼঅশ্বক্ৰান্তʼ‘অশ্বক্ৰান্তʼ দুয়োটা শব্দই সমঅৰ্থত প্ৰয়োগ হোৱা দেখা যায়৷ যায়।
 
পাহাৰৰ নামনি অংশত অৱস্থিত মন্দিৰটোৰ কাষতে অশ্বক্ৰান্ত নামৰ এটা কুণ্ডও আছিল৷আছিল। বৰ্তমান অৱশ্যে এই কুণ্ড ব্ৰহ্মপুত্ৰৰ বুকুত লীন গʼল৷গʼল। চʼত মাহৰ [[অশোকাষ্টমী তিথি]]ত ইয়াত স্নান কৰিবৰ বাবে বহু তীৰ্থযাত্ৰীৰ সমাগম হয়৷হয়। ১৭২০ চনত আহোম স্বৰ্গদেউ [[শিৱসিংহ]]ই এই মন্দিৰ নিৰ্মাণ কৰোৱাইছিল বুলি জনা যায়৷যায়। হিন্দুসকলৰ বাবে অশ্বক্ৰান্তৰ মাহাত্ম্য অসীম৷অসীম। সত্য যুগত পুষ্কৰ, ত্ৰেতাত নৈমিষাৰণ্য, দ্বাপৰত কুৰুক্ষেত্ৰ আৰু কলিত অশ্বক্ৰান্ত পৱিত্ৰ তীৰ্থ বুলি জনবিশ্বাস প্ৰচলিত৷প্ৰচলিত। মন্দিৰটোৰ বৰ্তমান মাটিকালি প্ৰায় ৪৩ বিঘা ৪ কঠা ১৭ লেচা৷লেচা।<ref>বিশ্ব ঐতিহ্য,দ্বিতীয় প্ৰকাশ,শান্তনু কৌশিক বৰুৱা,পৃষ্ঠা নং ১০</ref>
 
==তথ্য সংগ্ৰহ==
{{Reflist}}
 
{{অসমৰ হিন্দুধৰ্মৰ মঠ-মন্দিৰ}}
 
[[শ্ৰেণী:অসমৰ ৰাজ্যিক সংৰক্ষিত স্মৃতিচিহ্ন]]
[[শ্ৰেণী:অসমৰ ধৰ্মীয় স্থান]]
[[শ্ৰেণী:অসমৰ ৰাজ্যিক সংৰক্ষিত স্মৃতিচিহ্ন]]
[[শ্ৰেণী:হিন্দুধৰ্মৰ মঠ-মন্দিৰ]]