নেঘেৰিটিং শিৱদৌল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

2409:4065:8C:E29B:0:0:1CBF:38A0 (আলোচনা)-ই কৰা 236888 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
10 নং শাৰী:
|map_caption = অসমত স্থান
|map_size = 250
|other_names =
|assamese =
|sanskrit_translit =
|country = [[ভাৰত]]
|state/province = [[অসম]]
19 নং শাৰী:
|primary_deity = [[শিৱ]]
|important_festivals = [[শিৱৰাত্ৰি]]
|architecture =
|number_of_temples =
|number_of_monuments =
|inscriptions =
|date_built =
|creator = [[ৰাজেশ্বৰ সিংহ]]
}}
34 নং শাৰী:
 
==বৈশিষ্ট্য==
[[চিত্ৰ:NegheritingSivaDoul.jpg|thumb|left|নেঘেৰিটিং শিৱদৌল আৰু দৌলৰ গাত থকা কেইটামান ভাস্কৰ্যৰ ছবি। ]]
চেপেটা ইটাৰে সজোৱা কৰ্দৈশিৰীয়া নেঘেৰিটিং শিৱদৌল [[আহোম যুগ|আহোম যুগৰ]] কাৰুকাৰ্য্যৰ এক সুন্দৰ নিৰ্দশন। দৌল সমূহৰ বেৰত থকা নানা তৰহৰ মূৰ্তি বৰ্তমানে লোপ পাইছে। ঘাই দৌলটোৰ চাৰিওফালে চাৰিটা দৌল আছে। প্ৰতিটো দৌলৰে এটা আগচ’ৰা আছে। মূল দৌলত বান লিংগ প্ৰতিষ্ঠা কৰা হৈছে। এই লিংগটোৰ আকাৰ প্ৰায় ৩ ফুট। বাকী কেইটাত [[গণেশ]], [[বিষ্ণু]], [[দূৰ্গা]] আৰু [[সূৰ্য দেৱতা|সূৰ্য দেৱতাৰ]] বিগ্ৰহ আছে<ref name="vedanti.com">{{cite web | url=http://www.vedanti.com/News/negheriting_shiva_doul.htm | title=Negheriting Shiva Doul | accessdate=January 07, 2012}}</ref>। দেৰগাঁৱৰ শিৱদৌলৰ প্ৰতি আহোম স্বৰ্গদেউ সকলৰ অসীম ভক্তি আছিল। তেঁওলোকে পূজাৰ নিৰ্মালি লৈহে আহাৰ গ্ৰহন কৰিছিল। ইয়াৰ বাবে দেৰগাঁৱৰ পৰা ৰাজধানী [[ৰংপুৰ|ৰংপুৰলৈ]] ‘বৰআলি’নামৰ এটি চমু পথ আছিল। দৌলৰ প্ৰধান ঠাকুৰজনক "বৰঠাকুৰ" বোলা হৈছিল। বৰ্তমান দেৰগাঁৱ শিৱদৌলৰ পূজাৰী ব্ৰাহ্মনসকলৰ সৰহ ভাগেই আহোমযুগত ভাটী ফালৰ পৰা অহা। অনুমান কৰা যে প্ৰাকৃতিক দূৰ্যোগৰ বাবে আৰু প্ৰাচীন মন্দিৰ সমূহ ধ্বংস হৈ যোৱাত ৰজাঘৰীয়া পৃষ্ঠপোষকতা নোপোৱাত ব্ৰাহ্মন পূজাৰী সকল আন ঠাইলৈ গুছি যায় বা তেঁওলোকে বৃত্তি সলাইছিল। সেয়ে স্বৰ্গদেউ প্ৰতাপ সিংহই ভূধৰ আগমাচাৰ্য্যক নতুন পূজাৰী হিচাবে আনিব লগা হৈছিল। সেই আগমাচাৰ্য্যৰ বংশধৰ সকলে এতিয়াও নেঘেৰিটিং দৌলত সেৱা আগবঢ়াই আছে।
 
44 নং শাৰী:
[[শ্ৰেণী:গোলাঘাট জিলা]]
[[শ্ৰেণী:হিন্দুধৰ্মৰ মঠ-মন্দিৰ]]
[[শ্ৰেণী:অসমৰ পুৰাতাত্বিক স্থান]] yffbiyfjku(print)
[[শ্ৰেণী:অসমৰ সংৰক্ষিত স্মৃতিচিহ্ন]]