মদন কামদেৱ দেৱালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
 
26 নং শাৰী:
|creator = পাল বংশীয় শাসক
}}
'''মদন কামদেৱ দেৱালয়'''<ref name="a.assam">{{cite journal | title=শিলেও য'ত কথা কয়, মদন কামদেৱ দেৱালয় | journal=আজিৰ অসম | year=১৯৯৩ | month=২৪ মাৰ্চ | pages=বুধবৰীয়া পৰিপূৰিকা পৃঃ খ}}</ref><ref>{{cite web | url=http://kamrup.nic.in/placefr.htm | title=Places of Interest | publisher=Kamrup District Authority | accessdate=December 29, 2011}}</ref> হৈছে [[অসম]]ৰ [[কামৰূপ জিলা]]ৰ [[বাইহাটা চাৰিআলি]]ৰ পৰা তিনি কিলোমিটাৰ আঁতৰৰ দেৱানগিৰি পাহাৰত অৱস্থিত এখন দেৱালয়। সুন্দৰ নৈসৰ্গিক শোভা আৰু চৌদিশে সিঁচৰতি হৈ থকা অসংখ্য শৈল স্থাপত্য আৰু ভাস্কৰ্যৰ ভগ্নাৱশেষৰ বাবে এই দেৱালয় অসমৰ এটা উল্লেখযোগ্য পৰ্যটন কেন্দ্ৰ। বিভিন আসনবিশিষ্ট শৃংগাৰ ৰসপ্ৰধান মূৰ্তিৰাজিৰ বাবে মদন কামদেৱক অসমৰ [[খাজুৰাহো]]<ref>{{cite web | url=http://peperonity.com/go/sites/mview/photo.subha/23379138 | title=Khajuraho of Assam | publisher=peperonity.com | accessdate=December 29, 2011}}</ref> আখ্যা দিয়া হৈছে।
 
==স্থাপত্য আৰু ভাস্কৰ্য==
[[File:Madan Kamdev Temple.jpg|thumb|300px|right|দেৱালয়খনৰ ভাস্কৰ্য]]
বহু শতিকা হাবি-জঙ্ঘলৰ মাজত লুকাই থকাৰ পাছত কুৰি শতিকাত মদন কামদেৱ দেৱালয় পুনৰ আৱিষ্কৃত হয়। মূল শৈল নিৰ্মিত মন্দিৰটোৰ ভগ্নাৱশেষত চালি এখন দি পূজাৰীয়ে তাতে পূজা-উপাসনা আৰম্ভ কৰে। অসম চৰকাৰৰ পুৰাতত্ত্ব বিভাগে দেৱালয়খন নিজৰ অধীনলৈ আনি সংৰক্ষিত বুলি ঘোষণা কৰে। ১৯৭৭ চনত [[অসম চৰকাৰ|অসম চৰকাৰে]] প্ৰত্নতাত্বিক বিভাগৰ সহযোগত প্ৰথমবাৰ আৰু ১৯৮২ চনত দ্বিতীয়বাৰ খনন চলাই অসংখ্য শিলৰ মূৰ্তি আৰু বিশটাতকৈয়ো অধিক গাঁথনি আৱিষ্কাৰ কৰে।<ref name="ইয়েৰ">{{cite book | title=Master অসম ইয়েৰ বুক | publisher=জ্যোতি প্ৰকাশন | author=শান্তনু কৌশিক বৰুৱা | year=২০১৬ | pages=৪৮৬}}</ref> মন্দিৰৰ বেৰত অসংখ্য মৈথুনৰত নৰ-নাৰীৰ মূৰ্তি খোদিত কৰা আছে। চৌপাশে সিঁচৰতি হৈ আছে বহুতো ভগ্নপ্ৰায় শৈল ভাস্কৰ্য। পোৰামাটিৰ ভাস্কৰ্যও দেখিবলৈ পোৱা যায়। এইবোৰৰ ভিতৰত যুদ্ধৰত সিংহৰ, সঙ্গমৰত পশু, স্বল্পবসনা নাৰী, বৃষভ, যোনীমণ্ডল, শিৱলিঙ্গ, ছয়মূৰীয়া ভৈৰৱ, চাৰিমূৰীয়া শিৱ আদিৰ মূৰ্তিয়ে প্ৰধান। নিৰ্মাণ কাৰ্যত মাত্ৰ শিল ব্যৱহাৰ হৈছিল। অৱশ্যে মদন কামদেৱ নিৰ্মাণ কৰা সময়ত অসমত পোৰা ইটাৰ ব্যৱহাৰ হোৱা নাছিল। প্ৰায় আটাইবোৰ গাঁঠনিগাঁথনি মদন কামদেৱ টিলাৰ ওপৰত অৱস্থিত। [[নৰসিংহ টিলা|নৰসিংহ]] নামৰ টিলাটোতো কেইটামান গাঁথনি দেখা যায়।<ref name="a.assam" />
 
==নামকৰণৰ বৈশিষ্ট্য==