ভৱপ্ৰসাদ চলিহা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
22 নং শাৰী:
| awards = [[শ্ৰীমন্ত শংকৰদেৱ বঁটা]],
২০২০
| notable_works = {{plan list|
* শংকৰী সংস্কৃতিৰ অধ্যয়ন
* শংকৰী সাহিত্যৰ সমীক্ষা
* মাধৱদেৱৰ সাহিত্য}}
}}
'''ভৱপ্ৰসাদ চলিহা''' ({{Lang-en|Bhabaprasad Chaliha}}; জন্ম ২০ আগষ্ট ১৯৩৪)ৰ [[ডিব্ৰুগড়]] জিলাৰ [[নাহৰকটীয়া]]ত জন্ম হয়। তেওঁ এগৰাকী শিক্ষাবিদ, সাহিত্যিক-অধ্যাপক। তেওঁ বৰ্তমানলৈ অসমীয়া, ইংৰাজী আৰু সংস্কৃত ভাষাত ৪০খনৰো অধিক গ্ৰন্থ ৰচনা, সম্পাদনা আৰু অনুবাদ কৰিছে। [[অসম চৰকাৰ|অসম চৰকাৰে]] তেওঁলৈ ২০২০ চনৰ [[শ্ৰীমন্ত শংকৰদেৱ বঁটা]] প্ৰদান কৰে।<ref name="award2020">{{Cite news |author=Sentinel Digital Desk |date=2021-01-04 |title=CM Sonowal presents Srimanta Sankardev Award to Prof. Bhavaprasad Chaliha |url=https://www.sentinelassam.com/guwahati-city/cm-sonowal-presents-srimanta-sankardev-award-to-prof-bhavaprasad-chaliha-519297 |work=[[দ্যা ছেণ্টিনেল]]|access-date=2021-01-05}}</ref>