বিশ্বকৰ্মা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
র->ৰ
1 নং শাৰী:
{{Infobox deity<!--Wikipedia:WikiProject Hindu mythology-->
| type = Hindu
| image = Vishwakarmaji.png
| caption = বিশ্বকৰ্মাক ভাৰতত দুটা ভিন্ন ৰূপত পূজা কৰা হয়। উত্তৰ ভাৰতত বৃদ্ধ বিশ্বকৰ্মাৰ আৰু ৰাজহংস বাহন সেইদৰে পূব ভাৰতত ডেকা ৰূপ আৰু হাতী বাহন<ref>{{Cite news|url=https://www.anandabazar.com/calcutta/bengal-celebrates-vishwakarma-puja-in-different-style-1.675950|title=বাংলায় ঢুকেই ভোলবদল বিশ্বকর্মারবিশ্বকৰ্মাৰ|last=চট্টোপাধ্যায়|first=কুন্তক|work=anandabazar.com|access-date=2018-09-19|language=en}}</ref>
| name = বিশ্বকৰ্মা
| affiliation = দেৱতা
| god_of = স্থাপত্যবিদ্যা আৰু শিল্পৰ দেৱতা
| abode = বিশ্বকৰ্মা লোক
| mantra = ওঁঁওঁ বিশ্বকৰ্মায়ে নমঃ
| weapon = তুলাচনী, হাতুৰী আৰু অন্যান্য শিল্পৰ সঁজুলি
| consort = গায়ত্ৰী
| mount = [[ৰাজহাঁহ]] বা [[হাতী]]
|offspring= মনু, মায়া, টুষ্টা, বিশ্বজনা, শিল্পী, সৰন্যু আৰু তেওঁৰ ছাঁ ছায়া
}}
[[File:Vishwakarma statue, Mandi.jpg|thumb|[[হিমাচল প্ৰদেশ]]ৰ মণ্ডিৰ বিশ্বকৰ্মা মন্দিৰত বিশ্বকৰ্মাৰ বিগ্ৰহ]]
'''বিশ্বকৰ্মা''' ({{lang-sa|विश्वकर्मान्}}, {{IAST|Viśvakarmān}}; অৰ্থাৎ "সকলোৰে সৃষ্টিকৰ্তা") স্থাপত্যবিদ্যা আৰু শিল্পৰ হিন্দু দেৱতা। [[ঋকবেদ]]ৰ মতে তেওঁ তেওঁৰ সৃজনশীল শক্তিৰ বলত গোটেই বিশ্বক ধৰি ৰাখিছে।<ref>{{cite journal|title=Vishvakarman – Oxford Reference|url=http://www.oxfordreference.com/view/10.1093/oi/authority.20110803120038316|language=en}}</ref> তেওঁক দৈৱিক স্থাপত্যবিদ, অভিযন্তা আৰু বিশ্বৰ সৃষ্টকৰ্তা হিচাপে গণ্য কৰা হয়।<ref>{{cite book|last1=Melton|first1=J. Gordon|title=Religious Celebrations: L-Z|date=2011|publisher=ABC-CLIO|isbn=9781598842050|url=https://books.google.co.in/books?id=KDU30Ae4S4cC&pg=PA908&redir_esc=y#v=onepage&q&f=false|language=en}}</ref><ref>{{cite web|title=Rig Veda: Rig-Veda, Book 10: HYMN LXXXI. Visvakarman.|url=http://www.sacred-texts.com/hin/rigveda/rv10081.htm|website=www.sacred-texts.com}}</ref><ref>{{cite web|title=Rig Veda: Rig-Veda, Book 10: HYMN LXXXII. Visvakarman.|url=http://www.sacred-texts.com/hin/rigveda/rv10082.htm|website=www.sacred-texts.com}}</ref>
তেওঁ দেৱতাৰ শিল্পী তথা তেওঁক দেৱশিল্পী হিচাপে অভিহিত কৰা হয়। বিশ্বকৰ্মা বৈদিক দেৱতা, ঋগবেদৰ ১০ম মণ্ডলৰ ৮১ আৰু ৮২ সূক্তদ্বয়ত বিশ্বকৰ্মাৰ উল্লেখ আছে। <ref>দেৱদদেৱীৰ পৰিচয় আৰু বাহন ৰহস্য, শ্ৰীশিৱ শংকৰ চক্ৰৱৰ্তী</ref> ঋগবেদ অনুসৰি তেওঁ সৰ্বদৰ্শী আৰু সৰ্বজ্ঞ। তেওঁৰ চকু, মুখমণ্ডল, বাহু আৰু পদ সকলো দিশতে পৰিব্যাপ্ত। তেওঁ বাচস্পতি, মনোজৱ, বদান্য, কল্যাণকৰ্মা আৰু বিধাতা নামেৰে জনাজাত। তেওঁ ধাতা, বিশ্বদ্ৰষ্টা আৰু প্রজাপতি।দেৱগুৰুপ্ৰজাপতি। দেৱগুৰু [[বৃহস্পতি]]ৰ ভগিনী যোগসিদ্ধা তেওঁৰ মাতৃ আৰু অষ্টম বসু প্রভাষপ্ৰভাষ তেওঁৰ পিতৃ। <ref name="পৌৰাণিক অভিধান, সুধীৰচন্দ্ৰ সৰকাৰ">পৌৰাণিক অভিধান, সুধীৰচন্দ্ৰ সৰকাৰ</ref>
 
বিশ্বকৰ্মা লংকা নগৰীৰ নিৰ্মাতা। তেওঁ বিশ্বভুৱন নিৰ্মাণ কৰিছে। [[বিষ্ণু]]ৰ সুদৰ্শন চক্ৰ, [[শিৱ]]ৰ ত্ৰিশূল, [[কুৱেৰ]]ৰ অস্ত্ৰ, [[ইন্দ্ৰ]]ৰ বজ্ৰ, [[কাৰ্তিক]]ৰ শক্তি আদি তেওঁ নিৰ্মাণ কৰিছিল। শ্ৰীক্ষেত্ৰৰ প্ৰসিদ্ধ [[জগন্নাথ]]ৰ মূৰ্তিও তেওঁ নিৰ্মাণ কৰিছিল। তদুপৰি বিভিন্ন মন্দিৰ আৰু ৰাজপ্ৰসাদ তেওঁ নিৰ্মাণ কৰিছে বুলি প্ৰবাদ আছে।
[[File:Bishowkarma Statue.jpg|thumb| বিশ্বকৰ্মাৰ ভাস্কৰ্য]]
 
==বিশ্বকৰ্মা পূজা==
বিশ্বকৰ্মা পূজা বা বিশ্বকৰ্মা জয়ন্তী [[ভাৰত]]ৰ [[কৰ্ণাটক]], [[অসম]], [[পশ্চিম বংগ]], [[বিহাৰ]], [[ঝাৰখণ্ড]], উৰিষ্যা আৰু ত্ৰিপুৰা আদি প্ৰদেশত প্ৰতিবছৰে ভাদ মাহৰ সংক্ৰান্তি বা কণ্যা সংক্ৰান্তিত পালন কৰা হয়।<ref name="kanya">{{cite web | access-date=22 July 2019 | url=https://aajtak.intoday.in/story/dharma-vishwakarma-pooja-time-and-date-significance-birth-story-tdha-1-951545.html | title=विश्वकर्मा पूजा: जानें महत्व और जन्म की कहानी | publisher=Aajtak | date=17 September 2017 | accessdate=22 July 2019}}</ref><ref name="Sankranti">{{cite web | access-date=22 July 2019 | url=https://www.hindutsav.com/vishwakarma-puja/ | title=All About Lord Vishwakarma and Vishwakarma Puja | publisher=Hind Utsav | accessdate=22 July 2019}}</ref> এই উৎসৱ প্ৰায় কাৰখানা আৰু উদ্যোগিক স্থানসমূহত পালন কৰা হয়। হিন্দু ধৰ্মত বিশ্বকৰ্মাক বিশ্বৰ নিৰ্মাতা আৰু দেৱতাসকলৰ খনিকৰ বুলি বিশ্বাস কৰা হয়।
==তথ্য উৎস==
{{reflist}}