বিশ্বকৰ্মা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র->ৰ
No edit summary
1 নং শাৰী:
{{Infobox deity<!--Wikipedia:WikiProject Hindu mythology-->
| type = Hinduহিন্দু
| image = Vishwakarmaji.png
| caption = বিশ্বকৰ্মাক ভাৰতত দুটা ভিন্ন ৰূপত পূজা কৰা হয়। উত্তৰ ভাৰতত বৃদ্ধ বিশ্বকৰ্মাৰ আৰু ৰাজহংস বাহন সেইদৰে পূব ভাৰতত ডেকা ৰূপ আৰু হাতী বাহন<ref>{{Cite news|url=https://www.anandabazar.com/calcutta/bengal-celebrates-vishwakarma-puja-in-different-style-1.675950|title=বাংলায় ঢুকেই ভোলবদল বিশ্বকৰ্মাৰ|last=চট্টোপাধ্যায়|first=কুন্তক|work=anandabazar.com|access-date=2018-09-19|language=en}}</ref>
7 নং শাৰী:
| god_of = স্থাপত্যবিদ্যা আৰু শিল্পৰ দেৱতা
| abode = বিশ্বকৰ্মা লোক
| mantra = ওঁঔঁ বিশ্বকৰ্মায়ে নমঃ
| weapon = তুলাচনী, হাতুৰী আৰু অন্যান্য শিল্পৰ সঁজুলি
| consort = গায়ত্ৰী
21 নং শাৰী:
 
==বিশ্বকৰ্মা পূজা==
বিশ্বকৰ্মা পূজা বা বিশ্বকৰ্মা জয়ন্তী [[ভাৰত]]ৰ [[কৰ্ণাটক]], [[অসম]], [[পশ্চিম বংগ]], [[বিহাৰ]], [[ঝাৰখণ্ড]], উৰিষ্যা আৰু ত্ৰিপুৰা আদি প্ৰদেশত প্ৰতিবছৰে ভাদ মাহৰ সংক্ৰান্তি বা কণ্যা সংক্ৰান্তিত পালন কৰা হয়।<ref name="kanya">{{cite web | access-date=22 July 2019 | url=https://aajtak.intoday.in/story/dharma-vishwakarma-pooja-time-and-date-significance-birth-story-tdha-1-951545.html | title=विश्वकर्मा पूजा: जानें महत्व और जन्म की कहानी | publisher=Aajtak | date=17 September 2017 | accessdate=22 July 2019}}</ref><ref name="Sankranti">{{cite web | access-date=22 July 2019 | url=https://www.hindutsav.com/vishwakarma-puja/ | title=All About Lord Vishwakarma and Vishwakarma Puja | publisher=Hind Utsav | accessdate=22 July 2019}}</ref> এই উৎসৱ প্ৰায় কাৰখানা আৰু উদ্যোগিক স্থানসমূহত পালন কৰা হয়। হিন্দু ধৰ্মত বিশ্বকৰ্মাক বিশ্বৰ নিৰ্মাতা আৰু দেৱতাসকলৰ খনিকৰ বুলি বিশ্বাস কৰা হয়।
 
==তথ্য উৎস==
{{reflist}}
 
==বাহ্যিক সংযোগ==
* [http://www.vishwakarmasamaj.com/history/overview.aspx শ্ৰী বিশ্বকৰ্মা ভগৱান]