২ ডিচেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
No edit summary
2 নং শাৰী:
 
==ঘটনাৰাজী==
#* আজি [[অসম দিৱস]] বা [[চুকাফা দিৱস]]।দিৱস। আজিৰ দিনটো সমগ্ৰ অসমবাসীয়ে ১৯৮৭ চনৰ পৰা ‘‘অসমঅসম দিৱস’’দিৱস বা ’’চুকাফাচুকাফা দিৱস’’দিৱস হিচাপে পালন কৰি আহিছে। (এই বিষয়ত বিস্তৃত ভাৱে স্তম্ভ দিয়া হ’ব। )
#* অসমীয়া ফুটবল খেলুৱৈ [[হলিচৰণ নাৰ্জাৰী]]ৰ জন্ম হৈছিল ১৯৯০ চনৰ আজিৰ দিনটোতে।
#* ২০০১ চনৰ আজিৰ দিনটোতে [[সংক্ষিপ্ত অসমীয়া বিশ্বকোষ]]ৰ প্ৰথম খণ্ড প্ৰকাশিত হয়।
#* ভাৰতৰ প্ৰধানমন্ত্ৰীৰূপে [[ৰাজীৱ গান্ধী]]য়ে দপ্তৰৰ কাৰ্যকাল সামৰিছিল ১৯৮৯ চনৰ আজিৰ দিনটোতে।
#* আজিৰ দিনটোতে ১৯৬৫ চনত ভাৰতত [[সীমান্ত সুৰক্ষা বাহিনী]] (চমুকৈ বি. এছ. এফ.) গঠন হয়।
#* প্ৰসিদ্ধ বাংলাবঙালী ঔপন্যাসিক [[বিমল মিত্ৰ]]ৰ মৃত্যু হয় ১৯৯১ চনৰ আজিৰ দিনটোতে। চাহেব বিবি গোলাম তেওঁৰ প্ৰসিদ্ধ উপন্যাস।
#* ১৯৮৮ চনৰ আজিৰ দিনটোতে [[বেনাজিৰ ভূট্টো]]ৱে পাকিস্তানৰ প্ৰধান মন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে।
#* ১৮০৪ চনৰ আজিৰ দিনটোতে [[নেপোলিয়ন বোনাৰ্পাট]] ফ্ৰান্সৰ একচ্ছত্ৰী সম্ৰাট হিচাপে পৰিগণিত হয়।
#* [[কাৰ্ল মাৰ্ক্সৰমাৰ্ক্স]]ৰ পত্নী [[জেনী মাৰ্ক্স]]ৰ মৃত্যু হয় ১৮৮১ চনৰ আজিৰ দিনটোতে।
#* ফণি[[ফণী শৰ্মা]] পৰিচালিত আৰু [[ভূপেন হাজৰিকা]] প্ৰযোজিত ‘‘ছাৰ্টিফিকেট'ছাৰ্টিফিকেট অব মেৰিট"' লাভ কৰা প্ৰথম অসমীয়া ছবি [[পিয়লী ফুকন (চলচ্চিত্ৰ)|পিয়লী ফুকন]] মুক্তি লাভ কৰিছিল ১৯৫৫ চনৰ আজিৰ দিনটোতে।
 
== বাহ্যিক সংযোগ ==