কুকুৰা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{hatnote|খাদ্য হিচাপে কুকুৰাৰ বাবে, কুকুৰা (খাদ্য) চাওক। কুকুৰাৰ...
 
1 নং শাৰী:
{{hatnote|<!-- খাদ্য হিচাপে কুকুৰাৰ বাবে, [[কুকুৰা (খাদ্য)]] চাওক। --> কুকুৰাৰ অন্য উপ-প্ৰজাতিৰ বাবে, [[বনকুকুৰা]] চাওক।}}
{{Taxobox | name = কুকুৰা
| status = DOM
| image = Female pair.jpg
| image_width =
| image_caption = এটা [[ডাকুৱা]] (বাওঁফালে) আৰু এজনী মাইকী কুকুৰা (সোঁফালে)
| regnum = [[Animal]]ia
| phylum = [[Chordate|Chordata]]
| classis = [[Bird|Aves]]
| ordo = [[Galliformes]]
| familia = [[Phasianidae]]
| subfamilia = [[Phasianinae]]
| genus = ''[[Junglefowl|Gallus]]''
| species = ''[[red junglefowl|G. gallus]]''
| subspecies = '''''G. g. domesticus'''''
| trinomial = ''Gallus gallus domesticus''
| trinomial_authority =([[Carl Linnaeus|লিনিয়াছ]], [[10th edition of Systema Naturae|১৭৫৮]])
}}
'''কুকুৰা''' '''({{EnLang-en|chickenChicken}}''') এক প্ৰকাৰৰ [[Domesticationঘৰুৱাকৰণ|পোহনীয়া]] চৰাই, [[বনকুকুৰা]]ৰ এক উপ-প্ৰজাতি। এবিধ সাধাৰণ আৰু বিশ্বব্যাপি পোহনীয়া প্ৰাণী হিচাপে ২০০৩ চনত কুকুৰাৰ জনসংখ্যা আছিল প্ৰায় ২৪০ কোটি,<ref>according to Firefly Encyclopedia of Birds, Ed. Perrins, Christopher. Buffalo, N.Y.: Firefly Books, Ltd., 2003.</ref> পৃথিৱীৰ অন্য যিকোনো প্ৰজাতিৰ চৰাইতকৈ কুকুৰাৰ সংখ্যা সৰ্বাধিক। মানুহে খাদ্য হিচাপে কুকুৰাৰ মাংস আৰু কণী দুয়োটাই ভক্ষণ কৰে।
 
এডাল পত্নতাত্বিক হাড়ৰ পৰা অনুমান কৰা হয় যে, খ্ৰীষ্ট পূৰ্ৱখ্ৰীষ্টপূৰ্ব প্ৰায় ৮,০০০ বছৰ আগতে চীন দেশত প্ৰথম কুকুৰা পালন কৰা হৈছিল।<ref>{{cite web|title=Early Holocene chicken domestication in northern China|url=http://www.pnas.org/content/111/49/17564|publisher=Proceedings of the National Academy of Sciences of the United States of America PNAS, Proceedings of the National Academy of Sciences}}</ref> পৰৱৰ্তী সময়ৰ জিনীয় অধ্যয়নত দক্ষিণ-পূৱপূব, পূৱপূব, আৰু দক্ষিণ এছিয়াতো বহু সমল উদ্ধাৰ হৈছিল, কিন্তু আমেৰিকা, ইউৰোপ, মধ্য পূৱমধ্যপ্ৰাচ্য আৰু আফ্ৰিকাৰ পূৰ্ৱজবোৰ ভাৰত[[ভাৰতীয় উপ-মহাদেশীয়উপমহাদেশ|ভাৰতীয় উপমহাদেশীয়]] উদ্ভৱ আছিল। খ্ৰীষ্ট পূৰ্ৱখ্ৰীষ্টপূৰ্ব পঞ্চম শতিকাত পোহনীয়া কুকুৰা ভাৰতৰ পৰা পশ্চিম ক্ষুদ্ৰ এছিয়াৰ লাইডিয়া আৰু গ্ৰীছলৈগ্ৰীচলৈ আমদানী কৰা হৈছিল।<ref>Maguelonne Toussaint-Samat, (Anthea Bell, translator) ''The History of Food'', Ch. 11 "The History of Poultry", revised ed. 2009, p. 306.</ref> খ্ৰীষ্ট পূৰ্ৱখ্ৰীষ্টপূৰ্ব পঞ্চদশ শতিকাৰ মধ্যভাগৰ পৰা কুকুৰা, "প্ৰতিদিনে জন্ম দিয়া চৰাই" {{Enwiki|bird that gives birth every day}} হিচাপে ইজিপ্তত জনাজাত হৈছিল।<ref>Howard Carter, "An Ostracon Depicting a Red Jungle-Fowl (The Earliest Known Drawing of the Domestic Cock)" ''The Journal of Egyptian Archaeology'', '''9'''.1/2 (April 1923), pp. 1-4.</ref><ref>Pritchard, "The Asiatic Campaigns of Thutmose III" ''Ancient Near East Texts related to the Old Testament'', p240.</ref><ref name="RoehrigDreyfus2005">{{cite book|last1=Roehrig|first1=Catharine H. |last2=Dreyfus|first2=Renée |last3=Keller|first3=Cathleen A. |title=Hatshepsut: From Queen to Pharaoh|url=http://books.google.com/books?id=pvhNq307q9gC&pg=PA268|year=2005|publisher=Metropolitan Museum of Art|location=New York|isbn=978-1-58839-173-5|page=268}}</ref>
'''কুকুৰা''' '''{{En|chicken}}''' এক প্ৰকাৰৰ [[Domestication|পোহনীয়া]] চৰাই, [[বনকুকুৰা]]ৰ এক উপ-প্ৰজাতি। এবিধ সাধাৰণ আৰু বিশ্বব্যাপি পোহনীয়া প্ৰাণী হিচাপে ২০০৩ চনত কুকুৰাৰ জনসংখ্যা আছিল প্ৰায় ২৪০ কোটি,<ref>according to Firefly Encyclopedia of Birds, Ed. Perrins, Christopher. Buffalo, N.Y.: Firefly Books, Ltd., 2003.</ref> পৃথিৱীৰ অন্য যিকোনো প্ৰজাতিৰ চৰাইতকৈ কুকুৰাৰ সংখ্যা সৰ্বাধিক। মানুহে খাদ্য হিচাপে কুকুৰাৰ মাংস আৰু কণী দুয়োটাই ভক্ষণ কৰে।
 
এডাল পত্নতাত্বিক হাড়ৰ পৰা অনুমান কৰা হয় যে, খ্ৰীষ্ট পূৰ্ৱ প্ৰায় ৮,০০০ বছৰ আগতে চীন দেশত প্ৰথম কুকুৰা পালন কৰা হৈছিল।<ref>{{cite web|title=Early Holocene chicken domestication in northern China|url=http://www.pnas.org/content/111/49/17564|publisher=Proceedings of the National Academy of Sciences of the United States of America PNAS, Proceedings of the National Academy of Sciences}}</ref> পৰৱৰ্তী সময়ৰ জিনীয় অধ্যয়নত দক্ষিণ-পূৱ, পূৱ, আৰু দক্ষিণ এছিয়াতো বহু সমল উদ্ধাৰ হৈছিল, কিন্তু আমেৰিকা, ইউৰোপ, মধ্য পূৱ আৰু আফ্ৰিকাৰ পূৰ্ৱজবোৰ ভাৰত উপ-মহাদেশীয় উদ্ভৱ আছিল। খ্ৰীষ্ট পূৰ্ৱ পঞ্চম শতিকাত পোহনীয়া কুকুৰা ভাৰতৰ পৰা পশ্চিম ক্ষুদ্ৰ এছিয়াৰ লাইডিয়া আৰু গ্ৰীছলৈ আমদানী কৰা হৈছিল।<ref>Maguelonne Toussaint-Samat, (Anthea Bell, translator) ''The History of Food'', Ch. 11 "The History of Poultry", revised ed. 2009, p. 306.</ref> খ্ৰীষ্ট পূৰ্ৱ পঞ্চদশ শতিকাৰ মধ্যভাগৰ পৰা কুকুৰা, "প্ৰতিদিনে জন্ম দিয়া চৰাই" {{Enwiki|bird that gives birth every day}} হিচাপে ইজিপ্তত জনাজাত হৈছিল।<ref>Howard Carter, "An Ostracon Depicting a Red Jungle-Fowl (The Earliest Known Drawing of the Domestic Cock)" ''The Journal of Egyptian Archaeology'', '''9'''.1/2 (April 1923), pp. 1-4.</ref><ref>Pritchard, "The Asiatic Campaigns of Thutmose III" ''Ancient Near East Texts related to the Old Testament'', p240.</ref><ref name="RoehrigDreyfus2005">{{cite book|last1=Roehrig|first1=Catharine H. |last2=Dreyfus|first2=Renée |last3=Keller|first3=Cathleen A. |title=Hatshepsut: From Queen to Pharaoh|url=http://books.google.com/books?id=pvhNq307q9gC&pg=PA268|year=2005|publisher=Metropolitan Museum of Art|location=New York|isbn=978-1-58839-173-5|page=268}}</ref>
==তথ্য সংগ্ৰহ==
{{Reflist}}
 
[[শ্ৰেণী:চৰাই]]
"https://as.wikipedia.org/wiki/কুকুৰা"ৰ পৰা অনা হৈছে