ৱিকিপিডিয়া:সহায়িকা/স্মৰ্তব্য: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Bot: Migrating 3 langlinks, now provided by Wikidata on d:q10787568
No edit summary
18 নং শাৰী:
ৱিকিপিডিয়া কোনো "[[Wikipedia:No original research|মৌলিক গৱেষণা]]"ৰ স্থান নহয়। ৱিকিপিডিয়াত নিলিখিবলগীয়া অধিক কথাৰ বাবে [[Wikipedia:What Wikipedia is not|ৱিকিপিডিয়া কি নহয়]] আৰু [[Wikipedia:Notability (people)|উল্লেখযোগ্যতা (ব্যক্তি)]] চাওক।
 
লিখকসকলে নিজৰ বিষয়ে বা নিজৰ সফলতাৰ বিষয়ে লিখা উচিত নহয় কাৰণ তেতিয়া [[:en:Wikipedia:Conflict of interest|আদৰ্শৰ বিবাদ]] হ'ব পাৰে। আপুনি যদি সঁচকৈয়েসঁচাকৈয়ে সফল ব্যক্তি, আন কোনোবাই দেৰিকৈ হ'লেও আপোনাৰ বিষয়ে লিখিব। অধিক তথ্যৰ বাবে [[:en:Wikipedia:Autobiography|ৱিকিপিডিয়া:আত্মজীৱনী]] চাওক।
 
===নিৰপেক্ষ দৃষ্টিভংগী===
"'''[[Wikipedia:Neutral point of view|নিৰপেক্ষ দৃষ্টিভংগী]]'''ৰে প্ৰবন্ধ লিখাটো ৱিকিপিডিয়াৰ এটা মূল নীতি। ইয়াক চমুকৈ "NPOV" বুলিও কোৱা হয়। এই নীতি অনুসৰি কোনো বিষয়ত সকলো দৃষ্টিভংগীকসমানেদৃষ্টিভংগীক সমানে গুৰুত্ব দিয়া হয়। এটা দৃষ্টিকোণেৰে মন্তব্য দিয়াৰ সলনি আমি বিচাৰ নকৰাকৈ সকলো সৃষ্টিকোণেৰে বিষয়টো ফঁহিয়াই চাবলৈ চেষ্টা কৰোঁ। তথ্যৰ উপস্থাপনহে আমাৰ লক্ষ্য। আমাৰ নীতি মানি চলিলেও প্ৰবন্ধ এটা ১০০% "[[wiktionary:objective|বস্তুগত]] নহ'ব পাৰে।
 
প্ৰবন্ধ এটাত বিবেচনা ব্যক্ত কৰিব পাৰি. কিন্তু সেয়া সত্য বুলি প্ৰমাণৰ চেষ্টা কৰিব নালাগে। এইবোৰ লিখোঁতে এনেকৈ লিখা ভাল: "সমৰ্থকসকলৰ মতে..." আদি।
27 নং শাৰী:
কোনো কোনো প্ৰবন্ধৰ নিৰপেক্ষতা লৈ প্ৰশ্ন উঠিব পাৰে। বিজ্ঞাপনধৰ্মী প্ৰবন্ধ বা [[wikt:diatribe|ৰাজনৈতিক দ্বন্দ]] এই শ্ৰেণীত পৰে। কেতিয়াবা কেৱল এটা দৃষ্টিকোণক বেছি প্ৰাধান্য দিলেও এনে হয়।
 
যদি আপুনি ৰাজনীতি বা ধৰ্মৰ কোনো বিতৰ্কিত বিষয়ৰ প্ৰবন্ধ লিখিব খুজিছে, তেন্তে সোনকালে নিৰপেক্ষ দৃষ্টিভংগীৰ পৃষ্ঠাখন পঢ়পঢ়ি লওক। আপুনি [[:en:Wikipedia:Staying cool when the editing gets hot|সম্পাদনা গৰম হ'লে নিজকে ঠাণ্ডা ৰখাৰ উপায়]] ৰচনাখনো পঢ়া উচিত। নিজৰ পছন্দৰ বিষয় গণিত বা বোলছবি এখনৰ বিষয়ে উচ্চাসিত প্ৰবন্ধ লিখাৰ আগতেও এয়া পঢ়া উচিত। অধিক তথ্যৰ বাবে [[:en:Wikipedia:NPOV tutorial|NPOV সহায়িকা]] চাওক।
 
===উৎসৰ উল্লেখ===
33 নং শাৰী:
 
পাঠকসকলৰ আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি দৰকাৰী ৱেবছাইটৰ তালিকা "বহিঃ সংযোগ" অনুচ্ছেদত দিয়া উচিত। তথ্যসূত্ৰত নথকা দৰকাৰী কিতাপৰ তালিকা "অতিৰিক্ত পঠন" অনুচ্ছেদত লিখা উচিত।
<div style="float: right; background-color:#f5faff; color: #000; padding: .2em .6em; font-size: 100%; border: 1px solid #cedff2; margin-bottom:3px;">'''অধিক তথ্যৰ বাবে [[ৱিকিপিডিয়া:উৎসৰ উল্লেখ]] চাওক''' </div>{{-}}
 
===কপিৰাইট===
46 নং শাৰী:
ৱিকিপিডিয়াৰ পৰিবেশ মুকলি আৰু বাৰ্তালাপ বন্ধুসুলভ হোৱা উচিত। কোনো কথাত দ্বিমত থাকিব পাৰে কিন্তু সেইবুলি ৱিকিপিডিয়ানসকলে [[Wikipedia:Civility|শিষ্টাচাৰ]] পৰিত্যাগ কৰিব নালাগে।
 
আটাইতকৈ দৰকাৰী কথাটো হ'ল আন সম্পাদকৰ প্ৰতি [[Wikipedia:Assume good faith|সদ্ভাৱ ৰখাটো]]। আনে মনত বেয়া ভাৱভাব লৈ কিবা কৰিছে বুলি ভাবিব নালাগে। কিবা কথাত আপুনি দুখ পালে প্ৰবন্ধৰ আলোচনা পৃষ্ঠাত বা সদস্যজনৰ আলোচনা পৃষ্ঠাত সেয়া খোলোচা কৰক।
 
<div style="float: right; background-color:#f5faff; color: #000; padding: .2em .6em; font-size: 100%; border: 1px solid #cedff2; margin-bottom:3px;">'''অধিক তথ্যৰ বাবে [[:en:Wikipedia:Etiquette|ৱিকিপিডিয়া:আচৰণ]] চাওক'''</div>{{-}}
54 নং শাৰী:
<div style="float: right; background-color:#f5faff; color: #000; padding: .2em .6em; font-size: 100%; border: 1px solid #cedff2; margin-bottom:3px;">'''অধিক তথ্যৰ বাবে [[ৱিকিপিডিয়া:প্ৰবন্ধ এটা কেনেকৈ আৰম্ভ কৰিব]] চাওক'''</div>{{-}}
 
==প্ৰবন্ধৰ পুনঃনামাকৰণপুনঃনামকৰণ==
যদি আপুনি কোনো প্ৰবন্ধৰ শিৰোনামাশিৰোনাম ভুল যেন পাইছে, অনুগ্ৰহ কৰি পুৰণা প্ৰবন্ধটোৰ কথাখিনি নতুন শিৰোনামাৰশিৰোনামৰ প্ৰবন্ধ পৃষ্ঠালৈ কপী-পে'ষ্ট নকৰিব। এনে কৰিলে প্ৰবন্ধটোৰ পৃবৰপূৰ্বৰ ইতিহাস হেৰাই যায়। শুদ্ধ উপায় হৈছে পৃষ্ঠাখন নতুন নামলৈ '''স্থানান্তৰ কৰা'''। ইয়াৰ বাবে আপুনি পঞ্জীয়ন কৰিব লাগিব। এয়া আপোনাৰ প্ৰথম স্থানান্তৰ হ'লে স্থানান্তৰ পৃষ্ঠাত থকা সাৱধানবাণী মনোযোগেৰে পঢ়ি চাওক। যদি এখন "দ্ব্যৰ্থতা দূৰীকৰণ" পৃষ্ঠা জড়িত হৈ আছে, তেন্তে [[ৱিকিপিডিয়া:দ্ব্যৰ্থতা দূৰীকৰণ]]ত এবাৰ চকু ফুৰাওক।
 
<div style="float: right; background-color:#f5faff; color: #000; padding: .2em .6em; font-size: 100%; border: 1px solid #cedff2; margin-bottom:3px;">'''অধিক তথ্যৰ বাবে [[:en:Help:Moving a page|সহায়:পৃষ্ঠা স্থানান্তৰ]] চাওক'''</div>