সহায়:অৰ্থকোষ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

60 নং শাৰী:
==ৱ==
*'''[[ৱিকি]]''' - এক ধৰণৰ ৱেবচাইট য'ত সৰল মাৰ্ক্‌আপ ভাষাৰে ব্ৰাউজাৰৰ যোগেদিয়েই 'ৱেবপৃষ্ঠা' এখন নতুনকৈ সৃষ্টি কৰিব পাৰি বা ইতিপূৰ্বে থকা পৃষ্ঠা এখন সম্পাদনা কৰিব পাৰি। ৱিকিপিডিয়াই হৈছে ৱিকিৰ অন্যতম উদাহৰণ।
*''''[[ৱিকিফাই]]'''' - ৱিকি চিহ্নসমূহেৰে প্ৰবন্ধ এটা সজাই তোলা। মাজ-সময়ে ইয়াক আভ্যন্তৰীণ সংযোগ (ৱিকিলিংক) দিয়া বুজাবলৈও ব্যৱহাৰ কৰা হয় কিন্তু ইয়াৰ অৰ্থ তাতে সীমাবদ্ধ নহয়। ৱিকিফাই কৰাটোৱে ৱিকিপিডিয়াৰ শিৰোনামাশিৰোনাম শৈলী ব্যৱহাৰ, তথ্যপেৰা যোগ, আখৰ গাঢ় বা হেলনীয়া কৰা, সাঁচ যোগ আদিও বুজায়।
*'''[[ৱিকিগ্ৰন্থ]]''' - ৱিকিপিডিয়াৰ এক ভগ্নী প্ৰকল্প যিয়ে বিনামূলীয়া পাঠ্যপুথি, হাতপুথি, বা আন লেখাৰ অনলাইন বিকাশৰ ওপৰত গুৰুত্ব দিয়ে।
*'''[[ৱিকি উৎস]]''' - স্বত্বাধিকাৰৰ আওতাৰ পৰা মুক্ত লিখনিৰ অনলাইন সংকলন তৈয়াৰ কৰা ৱিকিপিডিয়াৰ এক ভগ্নী প্ৰকল্প।