শিশু পৰ্ণগ্ৰাফি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
SlowPhoton (আলোচনা | বৰঙণি) অNo edit summary |
Nayan j Nath (আলোচনা | বৰঙণি) |
||
8 নং শাৰী:
শিশু পৰ্ণগ্ৰাফি আইনবোৰে প্ৰায় সকলো সমাজৰ উৎপাদক আৰু বিতৰকসকলৰ ওপৰত জৰিমনা আৰোপ কৰে। বিতৰণ কৰা সামগ্ৰীৰ পৰিমাণ আৰু সমলৰ ওপৰত নিৰ্ভৰ কৰি অ-বাণিজ্যিক বিতৰণৰ শিশু পৰ্ণগ্ৰাফ প্ৰস্তুত কৰ্তা সকলৰ কাৰাদণ্ড পৰ্যন্ত হ'ব পাৰে। অৱশ্যে কিছু কিছু ক্ষেত্ৰত এই আইনে সুচলতা প্ৰদান কৰে।<ref name= Akdeniz11/>
(১) বিশেষভাৱে শিশু পৰ্ণগ্ৰাফী সন্দৰ্ভত স্থিত; (২) শিশু পৰ্ণগ্ৰাফীৰ বিষয়ে এক সংজ্ঞা আগবঢ়ায়; (৩) কম্পিউটাৰ-আধাৰিত অনাচাৰসমূহক অপৰাধৰ মান্যতা প্ৰদান কৰে; (৪) বিতৰণ কৰাৰ বিষয়ে বিবেচনা নকৰিলেও জ্ঞাত অৱস্থাত হাতত ৰখা শিশু পৰ্ণগ্ৰাফীক অপৰাধৰ মান্যতা দিয়ে; আৰু (৫) আইএচপিসমূহে সন্দেহজনক শিশু পৰ্ণগ্ৰাফীৰ বিষয়ে আইনৰক্ষীক বা আন আইনী পক্ষক অভিযোগ দাখিল কৰাটো বিচাৰে।<ref name="books.google.com"/><ref>{{cite web|url=http://www.cablegatesearch.net/cable.php?id=08SANTODOMINGO1028|archive-url=https://archive.today/20141130085253/http://www.cablegatesearch.net/cable.php?id=08SANTODOMINGO1028|url-status=dead|archive-date=November 30, 2014|title=Icmec Explores Areas of Cooperation With Godr to Combat Child Sexual Exploitation|date=June 25, 2008|author=Embassy Santo Domingo (Dominican Republic)}}</ref><ref>{{cite book|url=https://books.google.com/books?id=Mx30syIntCYC&pg=PA278|title=Internet Child Pornography and the Law: National and International Responses|author= Yaman Akdeniz|publisher=Ashgate Publishing, Ltd.|pages=106, 275, 278, 293|year=2013|isbn=978-1409496076}}</ref></blockquote>
|