সামাজিক মনোবিজ্ঞান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
2 নং শাৰী:
 
সামাজিক মনোবৈজ্ঞান (Social Psychology) হৈছে মানুহৰ চিন্তা, অনুভূতি আৰু আচৰণ কেনেদৰে আনৰ প্ৰকৃত, কাল্ল্পনিক আৰু উপস্থিতিৰ দ্বাৰা প্ৰভাৱিত হয় তাৰ এক বৈজ্ঞানিক অধ্যয়ন।
সামাজিক মনোবিজ্ঞানীয়ে সাধাৰণতে মানসিক অৱস্থা আৰু সামাজিক পৰিস্থিতিৰ মাজৰ সম্পৰ্কৰ ফলত হোৱা মানুহৰ আচৰণ বৰ্ণনা কৰে। মনুহৰ চিন্তা, অনুভূতি আৰু আচৰণ কেনেদৰে ঘটে আৰু তাৰ প্ৰভাৱ কেনেদৰে মানুহৰ ব্যৱহাৰ আৰু স্বভাৱত প্ৰভাৱপ্ৰকাশ পেলায়পায় সেই পৰিস্থিতিবোৰৰ অধ্যয়ন কৰে।
 
==ইতিহাস==
সামাজিক মনোবিজ্ঞান বিষয়টো আমেৰিকা যুক্তৰাষ্ট্ৰত আৰম্ভ হৈছিল। এই ক্ষেত্ৰত প্ৰথম প্ৰকাশিত নিবন্ধটো আছিল সামাজিক পৰিঘটনাৰ ওপৰত নৰমান ট্ৰিপলট ১৮৯৮ চনত এক গবেষণা। ১৯৩০-ৰ পিছত, বহুতো মনোবিজ্ঞানী, যেনে লিৱিন ([[:en:Kurt Lewin|Kurt Lewin]]) নাজি জাৰ্মানৰী অত্যাচাৰৰ পৰা পৰিএান পাবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ প্ৰব্ৰজন কৰিছিল। কাৰ্ট লিৱিনক "সামাজিক মনোবিজ্ঞানৰ প্ৰতিষ্ঠাপক" বুলি কোৱা হয়। 2002 চনত প্ৰকাশিত সাধাৰণ মনোবিজ্ঞানী জৰীপৰ এক সমীক্ষাই লিৱিনক 20শ শতিকাৰ 18তম সৰ্বাধিক উল্লেখিত মনোবিজ্ঞানী হিচাপে স্থান দিছিল।