সামাজিক মনোবিজ্ঞান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

5 নং শাৰী:
 
==ইতিহাস==
সামাজিক মনোবিজ্ঞান বিষয়টো আমেৰিকা যুক্তৰাষ্ট্ৰত আৰম্ভ হৈছিল। এই ক্ষেত্ৰত প্ৰথম প্ৰকাশিত নিবন্ধটো আছিল সামাজিক পৰিঘটনাৰ ওপৰত নৰমান ট্ৰিপলট ([[:en:Norman Triplett|Norman Triplett]]) ১৮৯৮ চনতচনৰ এক বিষেস গবেষণা। ১৯৩০-ৰ পিছত, বহুতো মনোবিজ্ঞানী, যেনে লিৱিন ([[:en:Kurt Lewin|Kurt Lewin]]), নাজি জাৰ্মানৰী অত্যাচাৰৰ পৰা পৰিএান পাবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ প্ৰব্ৰজন কৰিছিল। তেওঁলোকেই প্ৰথমে সামাজিক মনোবিজ্ঞান ক্ষেত্রখনক এক সুকিয়া মনোবিজ্ঞানৰ ক্ষেত্ৰ বুলি পৰিচয় দিয়ে। কাৰ্ট লিৱিনক "সামাজিক মনোবিজ্ঞানৰ প্ৰতিষ্ঠাপক" বুলি কোৱা হয়। 2002 চনত প্ৰকাশিত সাধাৰণ মনোবিজ্ঞানী জৰীপৰ এক সমীক্ষাই লিৱিনক 20শ শতিকাৰ 18তম সৰ্বাধিক উল্লেখিত মনোবিজ্ঞানী হিচাপে স্থান দিছিল।
 
{{Infobox scientist
|birth_name=Kurt Lewin
|name = Kurt Lewin
|image = Kurt_Lewin_Photo.jpg
|birth_date = {{birth date|1890|09|09|df=y}}
|birth_place = [[Mogilno]], [[Kreis Mogilno|County of Mogilno]], [[Province of Posen|Province of Poznań]], [[German Empire]]
|death_date = {{death date and age|1947|02|12|1890|09|09|df=y}}
|death_place = {{nowrap|[[Newtonville, Massachusetts|Newtonville]], [[Massachusetts]], U.S.}}
|residence =
|citizenship = Germany, United States
|nationality = German
|ethnicity =
|field = [[Psychology]]
|work_institutions = [[Institute for Social Research]]<br />Center for Group Dynamics ([[MIT]])<br />[[National Training Laboratories]]<br />[[Cornell University]]<br />[[Duke University]]
}}