গোপী-উদ্ধৱ সংবাদ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
'''গোপী-উদ্ধৱ সংবাদ সম্পাদনা''' হৈছে মহাপুৰুষ শংকৰদেৱ বিৰচিত এখনি ভক্তি তত্ত্ব প্রকাশকপ্ৰকাশক গ্রন্থগ্ৰন্থ। । গ্রন্থখনিগ্ৰন্থখনি মহাপুৰুষে চিহ্নযাত্রাচিহ্নযাত্ৰা নাটক প্রদৰ্শনপ্ৰদৰ্শন কৰি ৰচনা কৰিছিল ; মূল আধাৰ : ভাগৱত পুৰাণৰ দশম স্কন্ধস্কন্ধ। ।শ্রীকৃষ্ণয়েশ্ৰীকৃষ্ণয়ে কংসবধ তথা গুৰুগৃ্হত শিক্ষা সাং কৰি আহি নন্দ-যশোদাক সান্তনা দিবলৈ ভক্ত উদ্ধৱক সন্দেশসহ বৃন্দাবনলৈ প্রেৰণপ্ৰেৰণ কৰিছিল ; উদ্ধৱে বৃন্দাবনত গোপীসকলৰ লগত কৰা বাৰ্তালাপ আৰু গোপীৰ কৃষ্ণভক্তিৰ প্রশংসায়েপ্ৰশংসায়ে এই পুথিখনৰ মূল বিষয়বিষয়।
বৰদোৱাত চিহ্নযাত্রাচিহ্নযাত্ৰা দেখি শুনি ব্রাহ্মণব্ৰাহ্মণ,পণ্ডিত আৰু আন দৰ্শকসকলে শংকৰদেৱৰ বৈষ্ণৱ ধৰ্মত শৰণ ল'বলৈ বিচৰাত ,এৰাতিৰ ভিতৰতে গুৰুজনায়ে গোপী-উদ্বৱ সংবাদৰ ৰচনা কৰি গ্রন্থখনিৰগ্ৰন্থখনিৰ আগত সকলোকে শৰণ দিছিলদিছিল। ।উল্লেখযোগ্যউল্লেখযোগ্য যে , গুৰুজনাৰ শিক্ষক মহেন্দ্রমহেন্দ্ৰ কন্দলীয়েও তেতিয়াই বৈষ্ণৱ ধৰ্ম গ্রহণ কৰিছিলগ্ৰহণ কৰিছিল।