সামাজিক মনোবিজ্ঞান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

1 নং শাৰী:
{{Underconstruction}}
সামাজিক মনোবৈজ্ঞান ({{Lang-en|Social Psychology}}) হৈছে মানুহৰ চিন্তা, অনুভূতি আৰু আচৰণ কেনেদৰে আনৰ প্ৰকৃত, কাল্ল্পনিক আৰু উপস্থিতিৰ দ্বাৰা প্ৰভাৱিত হয় তাৰ এক বৈজ্ঞানিক অধ্যয়ন। সামাজিক মনোবিজ্ঞানীয়ে সাধাৰণতে মানসিক অৱস্থা আৰু সামাজিক পৰিস্থিতিৰ মাজৰ সম্পৰ্কৰ ফলত হোৱা মানুহৰ আচৰণ বৰ্ণনা কৰে। মনুহৰ চিন্তা, অনুভূতি আৰু আচৰণ কেনেদৰে ঘটে আৰু তাৰ প্ৰভাৱ কেনেদৰে মানুহৰ ব্যৱহাৰ আৰু স্বভাৱত প্ৰকাশ পায় সেই পৰিস্থিতিবোৰৰ অধ্যয়ন কৰে।
 
সামাজিক মনোবৈজ্ঞান (Social Psychology) হৈছে মানুহৰ চিন্তা, অনুভূতি আৰু আচৰণ কেনেদৰে আনৰ প্ৰকৃত, কাল্ল্পনিক আৰু উপস্থিতিৰ দ্বাৰা প্ৰভাৱিত হয় তাৰ এক বৈজ্ঞানিক অধ্যয়ন।
সামাজিক মনোবিজ্ঞানীয়ে সাধাৰণতে মানসিক অৱস্থা আৰু সামাজিক পৰিস্থিতিৰ মাজৰ সম্পৰ্কৰ ফলত হোৱা মানুহৰ আচৰণ বৰ্ণনা কৰে। মনুহৰ চিন্তা, অনুভূতি আৰু আচৰণ কেনেদৰে ঘটে আৰু তাৰ প্ৰভাৱ কেনেদৰে মানুহৰ ব্যৱহাৰ আৰু স্বভাৱত প্ৰকাশ পায় সেই পৰিস্থিতিবোৰৰ অধ্যয়ন কৰে।
 
=ইতিহাস=
সামাজিক মনোবিজ্ঞান বিষয়টো [[আমেৰিকা যুক্তৰাষ্ট্ৰতযুক্তৰাষ্ট্ৰ]]ত আৰম্ভ হৈছিল। এই ক্ষেত্ৰত প্ৰথম প্ৰকাশিত নিবন্ধটো আছিল সামাজিক পৰিঘটনাৰ ওপৰত নৰমান ট্ৰিপলট ([[:en:Norman Triplett|Norman Triplett]]) ১৮৯৮ চনৰ এক বিষেসবিশেষ গবেষণা। ১৯৩০-ৰ পিছত, বহুতো মনোবিজ্ঞানী, যেনে লিৱিন ([[:en:Kurt Lewin|Kurt Lewin]]), নাজি জাৰ্মানৰীজাৰ্মানীৰ অত্যাচাৰৰ পৰা পৰিএানপৰিত্ৰান পাবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ [[জনপ্ৰব্ৰজন|প্ৰব্ৰজন]] কৰিছিল। তেওঁলোকেই প্ৰথমে সামাজিক মনোবিজ্ঞান ক্ষেত্ৰখনক এক সুকিয়া মনোবিজ্ঞানৰ ক্ষেত্ৰ বুলি পৰিচয় দিয়ে। কাৰ্ট লিৱিনক "সামাজিক মনোবিজ্ঞানৰ প্ৰতিষ্ঠাপক" বুলি কোৱা হয়। 2002২০০২ চনত প্ৰকাশিত সাধাৰণ মনোবিজ্ঞানী জৰীপৰ এক সমীক্ষাই লিৱিনক 20শ২০শ শতিকাৰ 18তম১৮তম সৰ্বাধিক উল্লিখিত মনোবিজ্ঞানী হিচাপে স্থান দিছিল।
 
২য়[[দ্বিতীয় বিশ্বযুদ্ধৰবিশ্বযুদ্ধ]]ৰ সময়ত, সামাজিক মনোবিজ্ঞানীসকল মুখ্যতঃ মাৰ্কিনআমেৰিকান সামৰিক বিষয়াৰ "প্ৰৰোচনা" আৰু "প্ৰৱণতা" আদি বিষয়ত অধ্যয়নৰত আছিল। যুদ্ধৰ পিছত, গৱেষকসকলে বিভিন্ন সামাজিক সমস্যাৰ প্ৰতি আগ্ৰহী হ'ব ধৰিলে, যাৰ ভিতৰত আছে লিঙ্গ আৰু জাতিগত বৈষম্যৰ বিষয়। এইবোৰৰ মাজত আটাইতকৈ উল্লেখযোগ্য আৰু বিতৰ্কিত গবেষণা আছিল ষ্টনলি মিলেগ্ৰামে ([[:en:Stanley Milgrim|Stanley Milgrim]]) চলোৱা কৰ্তৃপক্ষৰ আজ্ঞাপালনৰ ওপৰত বৈদ্যুতিক শ্বক পৰীক্ষা। 1960১৯৬০-ৰ পিছত, বৌদ্ধিক বিভাজন, বাহ্যিক হস্তক্ষেপ, ক্ৰোধ, বিবাদ আদিৰ দৰে বিষয়বোৰৰ অধ্যয়নত মনোবিজ্ঞানীসকলৰ আগ্ৰহ বাঢ়িছিল। কিন্তু ১৯শ শতিকাত, আমেৰিকান সামাজিক মনোবিজ্ঞানৰ গৱেষণাত সংকটে দেখা দিছিল। গৱেষণাগাৰৰ পৰীক্ষাৰ বিষয়ে নৈতিক চিন্তাৰ ওপৰত উত্তপ্ত বিতৰ্ক আৰম্ভ হৈছিল। 1980১৯৮০ আৰু 1990১৯৯০-ৰ পিছত, সামাজিক মনোবিজ্ঞান অধিক পৰিপক্ব স্তৰত উপনীত হৈছিল, বিশেষকৈ তত্ত্ব আৰু পদ্ধতিৰ ক্ষেত্ৰত।
 
==সামাজিক মনোবিজ্ঞানৰ কিছুমান গুৰুত্বপূৰ্ণ উপক্ষেত্ৰ==
* সামাজিক জ্ঞান
* স্ব-ধাৰণা
* দল বা গোষ্ঠীৰ গতিবিধী
* আন্তঃব্যক্তিগত আকৰ্ষণ
* সামাজিক প্ৰভাব
 
==তথ্য সংগ্ৰহ==
*সামাজিক জ্ঞান
{{Reflist}}
 
*স্ব-ধাৰণা
 
*দল বা গোষ্ঠীৰ গতিবিধী
 
*আন্তঃব্যক্তিগত আকৰ্ষণ
 
[[শ্ৰেণী:মনোবিজ্ঞান]]
*সামাজিক প্ৰভাব