বিদ্যুৎ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
3 নং শাৰী:
 
==প্ৰকাৰ==
বিদ্যুৎ শক্তিক বিশেষ ব্যৱস্থাৰে কোনো পদাৰ্থৰ মাজত স্থিৰভাৱে ৰাখিলে তাক স্থিৰ বিদ্যুৎ বুলি জনা যায় । যেতিয়া ইয়াক কোনো বিদ্যুৎ পৰিবাহী ধাতৱ তাৰৰ মাধ্যমেৰে প্ৰবাহিত কৰা হ্য়্, তেতিয়া তাক চল বিদ্যুৎ বুলি কোৱা হ্য় ।বোলে। ব্যৱহাৰিক ক্ষেত্ৰত চল বিদ্যুতৰহে প্ৰয়োগ অধিক সেইবাবেই বিদ্যুৎ বুলিলে সাধাৰণতে চল বিদ্যুতকে জনা যায় ।<ref>সংক্ষিপ্ত অসমীয়া বিশ্বকোষ, পৃষ্ঠা নং ২৩৪, লেখক- শান্তনু কৌশিক বৰুৱা</ref> আনহাতেদি চল বিদ্যুৎ দুই প্ৰকাৰৰ - পোনপটীয়া বিদ্যুৎ (ডি.চি.) আৰু পৰিবৰ্ত্তনশীল বিদ্যুৎ (এ.চি.) ।
[[File:Lightning3.jpg|thumb|alt=Multiple lightning strikes on a city at night|[[বিজুলী ধেৰেকণি]] হৈছে বিদ্যুৎ শক্তিৰ অন্যতম নাটকীয় বহিঃ প্ৰকাশ]]
 
"https://as.wikipedia.org/wiki/বিদ্যুৎ"ৰ পৰা অনা হৈছে