সামাজিক মনোবিজ্ঞান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

5 নং শাৰী:
সামাজিক মনোবিজ্ঞান বিষয়টো [[আমেৰিকা যুক্তৰাষ্ট্ৰ]]ত আৰম্ভ হৈছিল। এই ক্ষেত্ৰত প্ৰথম প্ৰকাশিত নিবন্ধটো আছিল সামাজিক পৰিঘটনাৰ ওপৰত নৰমান ট্ৰিপলটৰ ([[:en:Norman Triplett|Norman Triplett]]) ১৮৯৮ চনৰ এক বিশেষ গবেষণা।<ref>{{cite journal|last=Triplett|first=Norman|author-link=Norman Triplett|year=1898|title=The dynamogenic factors in pacemaking and competition|journal=[[American Journal of Psychology]]|volume=9|pages=507–533|doi=10.2307/1412188|issue=4|jstor=1412188|s2cid=54217799|url=https://semanticscholar.org/paper/d5b7e42864a94f878b550a5992fe3bb35acb1fc5}}</ref> ১৯৩০ চনৰ পিছত, বহুতো মনোবিজ্ঞানী, যেনে কাৰ্ট লিৱিন ([[:en:Kurt Lewin|Kurt Lewin]]), নাজি জাৰ্মানীৰ অত্যাচাৰৰ পৰা পৰিত্ৰান পাবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ [[জনপ্ৰব্ৰজন|প্ৰব্ৰজন]] কৰিছিল। তেওঁলোকেই প্ৰথমে সামাজিক মনোবিজ্ঞান ক্ষেত্ৰখনক এক সুকিয়া মনোবিজ্ঞানৰ ক্ষেত্ৰ বুলি পৰিচয় দিয়ে। কাৰ্ট লিৱিনক "সামাজিক মনোবিজ্ঞানৰ প্ৰতিষ্ঠাপক" বুলি কোৱা হয়। ২০০২ চনত প্ৰকাশিত সাধাৰণ মনোবিজ্ঞানী জৰীপৰ এক সমীক্ষাই লিৱিনক ২০শ শতিকাৰ ১৮তম সৰ্বাধিক উল্লেখিত মনোবিজ্ঞানী হিচাপে স্থান দিছিল।<ref>{{cite journal |last1=Haggbloom |first1=Steven J. |title=The 100 most eminent psychologists of the 20th century |journal=Review of General Psychology |volume=6 |issue=2 |year=2002 |pages=139–52 |doi=10.1037/1089-2680.6.2.139 |url=http://www.apa.org/monitor/julaug02/eminent.aspx |last2=Warnick |first2=Renee |last3=Warnick |first3=Jason E. |last4=Jones |first4=Vinessa K. |last5=Yarbrough |first5=Gary L. |last6=Russell |first6=Tenea M. |last7=Borecky |first7=Chris M. |last8=McGahhey |first8=Reagan |last9=Powell |first9=John L., III |last10=Beavers |first10=Jamie |last11=Monte |first11=Emmanuelle |citeseerx=10.1.1.586.1913 |s2cid=145668721 }}</ref>
 
[[দ্বিতীয় বিশ্বযুদ্ধ]]ৰ সময়ত, সামাজিক মনোবিজ্ঞানীসকল মুখ্যতঃ আমেৰিকান সামৰিক বিষয়াৰ "প্ৰৰোচনা" আৰু "প্ৰৱণতা" আদি বিষয়ত অধ্যয়নৰত আছিল। যুদ্ধৰ পিছত, গৱেষকসকলে বিভিন্ন সামাজিক সমস্যাৰ প্ৰতি আগ্ৰহী হ'ব ধৰিলে, যাৰ ভিতৰত আছে লিঙ্গ আৰু জাতিগত বৈষম্যৰ বিষয়। এইবোৰৰ মাজত আটাইতকৈ উল্লেখযোগ্য আৰু বিতৰ্কিত গবেষণা আছিল ষ্টনলি মিলেগ্ৰামে ([[:en:Stanley Milgrim|Stanley Milgrim]]) চলোৱা কৰ্তৃপক্ষৰ আজ্ঞাপালনৰ ওপৰত বৈদ্যুতিক শ্বক পৰীক্ষা। ১৯৬০-ৰ পিছত, বৌদ্ধিক বিভাজন, বাহ্যিক হস্তক্ষেপ, ক্ৰোধ, বিবাদ আদিৰ দৰে বিষয়বোৰৰ অধ্যয়নত মনোবিজ্ঞানীসকলৰ আগ্ৰহ বাঢ়িছিল। কিন্তু ১৯শ শতিকাত, আমেৰিকাৰ সামাজিক মনোবিজ্ঞানৰ গৱেষণাত সংকটে দেখা দিছিল। গৱেষণাগাৰৰ পৰীক্ষাৰপৰীক্ষাবোৰৰ বিষয়েসততা, আৰু নৈতিক চিন্তাৰমানদণ্ডৰ ওপৰত উত্তপ্ত বিতৰ্ক আৰম্ভ হৈছিল। ১৯৮০ আৰু ১৯৯০ দশকবোৰত, সামাজিক মনোবিজ্ঞান অধিক পৰিপক্ব স্তৰত উপনীত হৈছিল, বিশেষকৈ তত্ত্ব আৰু পদ্ধতিৰ ক্ষেত্ৰত। বৰ্তমান, অধিক উচ্চ নৈতিক মানদণ্ডৰে গৱেষণাবোৰ নিয়ন্ত্ৰণ কৰা হয়। আধুনিক সামাজিক মনোবিজ্ঞানী গৱেষকসকলে স্বাস্থ্য, শিক্ষা, আইন আৰু কাৰ্যস্থান আদি বিষয়বোৰত বিশেষ মনোযোগ দিয়া দেখা গৈছে।<ref>Kassin, Saul, Steven Fein, and Hazel R. Markus, (2017). ''Social Psychology'' (10th ed.). Belmont, CA: [[Cengage|Cengage Learning]]. {{ISBN|978-1-305-58022-0}}. [https://www.nelsonbrain.com/shop/isbn/9781305580220 Lay summary] via ''NELSONBrain''.</ref>
 
অধিক উচ্চ নৈতিক মানদণ্ডৰে গৱেষণাবোৰ নিয়ন্ত্ৰণ কৰা হয়। আধুনিক সামাজিক মনোবিজ্ঞানী গৱেষকসকলে স্বাস্থ্য, শিক্ষা, আইন আৰু কাৰ্যস্থানৰ আদি বিষয়বোৰত বিশেষ মনোযোগ দিয়া দেখা গৈছে।
 
==সামাজিক মনোবিজ্ঞানৰ কিছুমান গুৰুত্বপূৰ্ণ উপক্ষেত্ৰ==
* সামাজিক জ্ঞান (social cognition)
* স্ব-ধাৰণা (Self-concept)
* দল বা গোষ্ঠীৰ গতিবিধী (Group Dynamics)
* আন্তঃব্যক্তিগত আকৰ্ষণবিষয় (interpersonal Phenomena)
* সামাজিক প্ৰভাব (Social Influence)
 
==তথ্য সংগ্ৰহ==