সামাজিক মনোবিজ্ঞান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
6 নং শাৰী:
 
[[দ্বিতীয় বিশ্বযুদ্ধ]]ৰ সময়ত, সামাজিক মনোবিজ্ঞানীসকল মুখ্যতঃ আমেৰিকান সামৰিক বিষয়াৰ "প্ৰৰোচনা" আৰু "প্ৰৱণতা" আদি বিষয়ত অধ্যয়নৰত আছিল। যুদ্ধৰ পিছত, গৱেষকসকলে বিভিন্ন সামাজিক সমস্যাৰ প্ৰতি আগ্ৰহী হ'ব ধৰিলে, যাৰ ভিতৰত আছে লিঙ্গ আৰু জাতিগত বৈষম্যৰ বিষয়। এইবোৰৰ মাজত আটাইতকৈ উল্লেখযোগ্য আৰু বিতৰ্কিত গবেষণা আছিল ষ্টনলি মিলেগ্ৰামে ([[:en:Stanley Milgrim|Stanley Milgrim]]) চলোৱা কৰ্তৃপক্ষৰ আজ্ঞাপালনৰ ওপৰত বৈদ্যুতিক শ্বক পৰীক্ষা। ১৯৬০-ৰ পিছত, বৌদ্ধিক বিভাজন, বাহ্যিক হস্তক্ষেপ, ক্ৰোধ, বিবাদ আদিৰ দৰে বিষয়বোৰৰ অধ্যয়নত মনোবিজ্ঞানীসকলৰ আগ্ৰহ বাঢ়িছিল। কিন্তু ১৯শ শতিকাত, আমেৰিকাৰ সামাজিক মনোবিজ্ঞানৰ গৱেষণাত সংকটে দেখা দিছিল। গৱেষণাগাৰৰ পৰীক্ষাবোৰৰ সততা, আৰু নৈতিক মানদণ্ডৰ ওপৰত উত্তপ্ত বিতৰ্ক আৰম্ভ হৈছিল। ১৯৮০ আৰু ১৯৯০ দশকবোৰত, সামাজিক মনোবিজ্ঞান অধিক পৰিপক্ব স্তৰত উপনীত হৈছিল, বিশেষকৈ তত্ত্ব আৰু পদ্ধতিৰ ক্ষেত্ৰত। বৰ্তমান, অধিক উচ্চ নৈতিক মানদণ্ডৰে গৱেষণাবোৰ নিয়ন্ত্ৰণ কৰা হয়। আধুনিক সামাজিক মনোবিজ্ঞানী গৱেষকসকলে স্বাস্থ্য, শিক্ষা, আইন আৰু কাৰ্যস্থান আদি বিষয়বোৰত বিশেষ মনোযোগ দিয়া দেখা গৈছে।<ref>Kassin, Saul, Steven Fein, and Hazel R. Markus, (2017). ''Social Psychology'' (10th ed.). Belmont, CA: [[Cengage|Cengage Learning]]. {{ISBN|978-1-305-58022-0}}. [https://www.nelsonbrain.com/shop/isbn/9781305580220 Lay summary] via ''NELSONBrain''.</ref>
 
 
==সামাজিক মনোবিজ্ঞানৰ কিছুমান গুৰুত্বপূৰ্ণ উপক্ষেত্ৰ==