সামাজিক মনোবিজ্ঞান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
No edit summary |
Kuldhar Rabha (আলোচনা | বৰঙণি) র->ৰ |
||
1 নং শাৰী:
{{Underconstruction}}
সামাজিক মনোবিজ্ঞান ({{Lang-en|Social Psychology}}) হৈছে মানুহৰ চিন্তা, অনুভূতি আৰু আচৰণ কেনেদৰে আনৰ প্ৰকৃত, কাল্পনিক আৰু উপস্থিতিৰ দ্বাৰা প্ৰভাৱিত হয় তাৰ এক বৈজ্ঞানিক অধ্যয়ন। সামাজিক মনোবিজ্ঞানীয়ে সাধাৰণতে মানসিক অৱস্থা আৰু সামাজিক পৰিস্থিতিৰ মাজৰ সম্পৰ্কৰ ফলত হোৱা মানুহৰ আচৰণ আৰু ব্যৱহাৰ বৰ্ণনা কৰে। মানুহৰ চিন্তা, অনুভূতি আৰু আচৰণ কেনেদৰে ঘটে আৰু তাৰ প্ৰভাৱ কেনেদৰে আনৰ ওপৰত আৰু নিজৰ ব্যৱহাৰ আৰু স্বভাৱত প্ৰকাশ পায় সেই পৰিস্থিতিবোৰৰ অধ্যয়ন কৰে।
=ইতিহাস=
সামাজিক মনোবিজ্ঞান বিষয়টো [[আমেৰিকা যুক্তৰাষ্ট্ৰ]]ত আৰম্ভ হৈছিল। এই ক্ষেত্ৰত প্ৰথম প্ৰকাশিত নিবন্ধটো আছিল সামাজিক পৰিঘটনাৰ ওপৰত নৰমান ট্ৰিপলটৰ ([[:en:Norman Triplett|Norman Triplett]]) ১৮৯৮ চনৰ এক বিশেষ গবেষণা।<ref>{{cite journal|last=Triplett|first=Norman|author-link=Norman Triplett|year=1898|title=The dynamogenic factors in pacemaking and competition|journal=[[American Journal of Psychology]]|volume=9|pages=507–533|doi=10.2307/1412188|issue=4|jstor=1412188|s2cid=54217799|url=https://semanticscholar.org/paper/d5b7e42864a94f878b550a5992fe3bb35acb1fc5}}</ref> ১৯৩০ চনৰ পিছত, বহুতো মনোবিজ্ঞানী, যেনে কাৰ্ট লিৱিন ([[:en:Kurt Lewin|Kurt Lewin]]), নাজি জাৰ্মানীৰ অত্যাচাৰৰ পৰা পৰিত্ৰান পাবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ [[জনপ্ৰব্ৰজন|প্ৰব্ৰজন]] কৰিছিল। তেওঁলোকেই প্ৰথমে সামাজিক মনোবিজ্ঞান ক্ষেত্ৰখনক এক সুকিয়া মনোবিজ্ঞানৰ ক্ষেত্ৰ বুলি পৰিচয় দিয়ে। কাৰ্ট লিৱিনক "সামাজিক মনোবিজ্ঞানৰ প্ৰতিষ্ঠাপক" বুলি কোৱা হয়। ২০০২ চনত প্ৰকাশিত সাধাৰণ মনোবিজ্ঞানী জৰীপৰ এক সমীক্ষাই লিৱিনক ২০শ শতিকাৰ ১৮তম সৰ্বাধিক
[[দ্বিতীয় বিশ্বযুদ্ধ]]ৰ সময়ত, সামাজিক মনোবিজ্ঞানীসকলে মুখ্যতঃ আমেৰিকাৰ সামৰিক বাহিনীৰ
==সামাজিক মনোবিজ্ঞানৰ কিছুমান গুৰুত্বপূৰ্ণ উপক্ষেত্ৰ==
11 নং শাৰী:
* স্ব-ধাৰণা ([[:en:Self-concept|Self-concept]])
* দল বা গোষ্ঠীৰ গতিবিধী ([[:en:Group Dynamics|Group Dynamics]])
* আন্তঃব্যক্তিগত
* সামাজিক প্ৰভাব ([[:en:Social Influence|Social Influence]])
|