এডিটাথন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
'''এডিটাথন''' হৈছে এক অনুষ্ঠান য'ত আন্তঃজাল জগতৰ কোনো বিশেষ সমূদায় যেনে ৱিকিপিডিয়া, অপেনষ্ট্ৰীটমেপ, লোকেল ৱিকি আদিৰ সম্পাদকসকলে কোনো এক নিৰ্দিষ্ট বিষয়ৰ ওপৰত আধাৰিত বিষয়ৰ প্ৰবন্ধ লিখে, অনুবাদ কৰে বা উন্নীতকৰণ প্ৰক্ৰিয়াত অংশ লয়। এই অষ্ঠানবোৰত সাধাৰণতে নতুন সম্পাদকৰ বাবে মৌলিক সম্পাদনাৰ প্ৰশিক্ষণ অন্তৰ্ভুক্ত থাকে আৰু অধিক সাধাৰণ সামাজিক সাক্ষাৎৰ সৈতে একত্ৰিত কৰা হ'ব পাৰে। "এডিট" আৰু "মাৰাথান" শব্দৰ সংমিশ্ৰণত ''এডিটাথন'' শব্দটোৰ সৃষ্টি হৈছে। ই হয় "অফলাইন" বা ''অনলাইন'' বা দুয়োটাৰ এক মিহলি সংস্কৰণ হ'ব পাৰে। যদি ই অফলাইন নহয় তেন্তে, ইয়াক সাধাৰণতে "ভাৰ্চুৱেল এডিটাথন" বা "অনলাইন এডিটাথন" বুলি কোৱা হয়।
==মেডিয়া==
{{gallery
|File:Editatón 72HorasConRodin - Sábado - 35.jpg|গিনীজ ৱৰ্ল্ড ৰেকৰ্ডসৃষ্টি কৰা মেক্সিকো চহৰৰ এডিটাথন।
|File:Cross section of participants at the Igbo Wiktionary Edit a thon.png|২০২০ চনৰ আগষ্ট মাহৰ ইগবো ৱিকি অভিধানৰ ভাৰ্চুৱেল এডিটাথন।
|File:Giants in the field of Women in the Arts 2.jpg|২০১৩ চনৰ ৱাচিংটন, ডিচিৰ এখন এডিটাথনত অংশগ্ৰহণ কৰা সম্পাদক সকল
|File:Editathon das minas.jpg|নাৰীবাদ, নাৰী অধিকাৰ আৰু উল্লেখনীয় মহিলা সম্পৰ্কীয় ব্ৰাজিলৰ এখন এডিটাথন।
|File:Edit-a-thon-may-19-20-big.jpg| প্ৰজেক্ট টাইগাৰ এডিটাথনৰ এখন বেনাৰ
|File:Wiki4Climate opening session group photo.png|ৱিকি ক্লাইমেট এডিটাথনৰ শুভাৰম্ভৰ দল, নৱেম্বৰ ২০২০।
}}
"https://as.wikipedia.org/wiki/এডিটাথন"ৰ পৰা অনা হৈছে