ভিজুৱেলএডিটৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Content deleted Content added
নতুন পৃষ্ঠা: {{Infobox software | name = ভিজুৱেলএডিটৰ<br>VisualEditor | title = ভিজুৱেলএডিটৰ...
(কোনো পাৰ্থক্য নাই)

16:40, 10 January 2021ৰ সংস্কৰণ

ভিজুৱেলএডিটৰ (ইংৰাজী: VisualEditor) বা চমুকৈ ভিই হৈছে মিডিয়াৱিকিৰ এক অনলাইন উচ্চ-পাঠ্য (ৰিচ্চ-টেক্স) এডিটৰ। ই এগৰাকী ব্যৱহাৰকাৰীক WYSIWYG (হোৱাট য়ু ছি ইজ হোৱাট য়ু গেট অৰ্থাৎ যি দেখিবা তাকেই পাবা) নীতিৰ আধাৰত পৃষ্ঠাসমূহৰ সম্পাদনা কৰোঁতে এক পোনপটীয়া ৰূপ দেখা পোৱাৰ সুবিধা প্ৰদান কৰে। ৱিকিয়াৰ সহযোগত ৱিকিমিডিয়া ফাউণ্ডেশ্যনে এই মিডিয়াৱিকি এক্সটেনশ্যনটোৰ বিকাশ ঘটায়।[2]

  1. LICENSE.txt Archived 2018-01-12 at the Wayback Machine, VisualEditor source code repository, phabricator.wikimedia.org/diffusion/
  2. Andrew Webster (2012-06-22). "Wikimedia releases updated prototype for simplified visual editor". The Verge. https://www.theverge.com/2012/6/22/3110130/wikimedia-visual-editor-prototype। আহৰণ কৰা হৈছে: 2013-07-27. 
ভিজুৱেলএডিটৰ
VisualEditor

ভিজুৱেলএডিটৰৰ পাঠ্য সজ্জাৰ মেনু
বিকাশক ৱিকিমিডিয়া ফাউণ্ডেশ্যন আৰু ফেনডম ইনক
লিখা হৈছে জাভা, নোড, পিএইচপি
অপাৰেটিং চিষ্টেম ক্ৰ'চ-প্লেটফৰ্ম
প্লেটফৰ্ম মিডিয়াৱিকি ছফ্টৱেৰ এক্সটেনশ্যন
প্ৰকাৰ ৱিকি
অনুজ্ঞাপত্ৰ এমআইটি লাইচেন্স[1]
ৱেবছাইট www.mediawiki.org/wiki/VisualEditor