ভিজুৱেলএডিটৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
35 নং শাৰী:
 
'''ভিজুৱেলএডিটৰ''' ({{lang-en|VisualEditor}}) বা চমুকৈ '''ভিই''' হৈছে মিডিয়াৱিকিৰ এক অনলাইন উচ্চ-পাঠ্য (ৰিচ্চ-টেক্স) এডিটৰ। ই এগৰাকী ব্যৱহাৰকাৰীক WYSIWYG (হোৱাট য়ু ছি ইজ হোৱাট য়ু গেট অৰ্থাৎ যি দেখিবা তাকেই পাবা) নীতিৰ আধাৰত পৃষ্ঠাসমূহৰ সম্পাদনা কৰোঁতে এক পোনপটীয়া ৰূপ দেখা পোৱাৰ সুবিধা প্ৰদান কৰে। ৱিকিয়াৰ সহযোগত [[ৱিকিমিডিয়া ফাউণ্ডেশ্যন|ৱিকিমিডিয়া ফাউণ্ডেশ্যনে]] এই মিডিয়াৱিকি এক্সটেনশ্যনটোৰ বিকাশ ঘটায়।<ref name="TheVerge">{{cite web |work=[[The Verge]] |url=https://www.theverge.com/2012/6/22/3110130/wikimedia-visual-editor-prototype |title=Wikimedia releases updated prototype for simplified visual editor |author=Andrew Webster |date=2012-06-22 |access-date=2013-07-27 |url-status=live |archive-url=https://web.archive.org/web/20130927065510/http://www.theverge.com/2012/6/22/3110130/wikimedia-visual-editor-prototype |archive-date=2013-09-27 }}</ref>
==তথ্য উৎস==
{{Reflist}}
 
[[শ্ৰেণী:ছফ্টৱেৰ]]