এপ'ল': বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
19 নং শাৰী:
ঔষধ আৰু নিৰাময়ৰ সৈতে পোনপটীয়াকৈ বা পুত্ৰ [[এছ্‌ক্লেপিআছ]]ৰ জৰিয়তে এপ'ল'ৰ সম্পৰ্ক স্থাপন কৰা হয়। এপ'ল'ই মহামাৰীৰপৰা মানৱ সমাজক বচাই ৰাখে যদিও তেওঁ নিজৰ কাঁ‌ড়বোৰৰ যোগেদি অসুস্থতা আৰু ভয়ংকৰ মহামাৰী কঢ়িয়াই আনিব পাৰে। এপ'ল' আএউ তেওঁৰ ভগ্নী আৰ্টেমিচক ধনুৰ্বিদ্যাৰ উদ্ভাৱক বুলি কোৱা হয়। সততে পোৱা বৰ্ণনা অনুসৰি তেওঁ হাতত সোণোৱালী ধনু আৰু তূণত ৰূপোৱালি কাঁ‌ড় কঢ়িয়াই লৈ ফুৰে। যুৱচামৰ ৰক্ষক হিচাপে এপ'ল' শিশুসকলৰ স্বাস্থ্য আৰু শিক্ষাৰ সৈতে জড়িত। তেওঁ‌ শিশুসকলৰ প্ৰাপ্তবয়স্ক প্ৰাপ্তিৰ ওপৰত নজৰ ৰাখে। বয়স্ক হোৱাৰ পিছত শিশুসকলৰ দীঘল চুলি কাটি এপ'ল'ৰ নামত উছৰ্গা কৰা হয়।
 
এপ'ল' পশুপালক আৰু ভেঁ‌ড়াৰখীয়াসকলৰ পৃষ্ঠপোষক। পশু-পক্ষীৰ জাক আৰু শস্যসমূহশস্যসমূহক ৰোগ, অপকাৰী কীট-পতঙ্গ আৰু চিকাৰী জন্তুৰ হাতৰপৰা ৰক্ষা কৰাটো তেওঁৰ প্ৰাথমিক দায়িত্বসমূহৰ অন্যতম। এপ'ল'ক আইন প্ৰদানকাৰীৰূপেও গণ্য কৰা হয় আৰু নগৰত আইন প্ৰণয়নৰ আগতে তেওঁৰ লগতে তেওঁৰ অৰেকলসকলৰ পৰামৰ্শ লোৱা হয়।
 
এপ'ল' সকলোপ্ৰকাৰৰ সঙ্গীত, গীত, নৃত্য আৰু কাব্যৰ অধিষ্ঠাতা। তেওঁ তাঁ‌ৰযুক্ত বাদ্যসঙ্গীতৰ উদ্ভাৱক আৰু মিউজসকলৰ সংগী। এপ'ল'ক সূৰ্যৰে অন্য ৰূপ বুলি ভবা হয়।<ref>For the iconography of the Alexander–Helios type, see H. Hoffmann, 1963. "Helios", in ''Journal of the American Research Center in Egypt'' '''2''', pp. 117–23; cf. Yalouris 1980, no. 42.</ref><ref>Joseph Fontenrose, "Apollo and Sol in the Latin poets of the first century BC", ''Transactions of the American Philological Association'' '''30''' (1939), pp 439–55; "Apollo and the Sun-God in Ovid", ''American Journal of Philology'' '''61''' (1940) pp 429–44; and "Apollo and Sol in the Oaths of Aeneas and Latinus" ''Classical Philology'' '''38'''.2 (April 1943), pp. 137–138.</ref>
"https://as.wikipedia.org/wiki/এপ%27ল%27"ৰ পৰা অনা হৈছে