ৱিকিপিডিয়া:ৱিকিপিডিয়া দিৱস: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

2 নং শাৰী:
[[চিত্ৰ:WikiXDC_Cupcakes_c_-_Stierch.jpg|thumb|Wikipedia Day cupcakes.
Washington DC event, 2011.]]
[[১৫ জানুৱাৰী]] দিনটো ৱিকিপিডিয়ানসকলৰ মাজত '''ৱিকিপিডিয়া দিৱস''' হিচাপে পৰিচিত। ২০০১ চনৰ এই দিনটোতেই, নিউপিডিয়াত পাঁচ দিন কটোৱাৰ পাছত, ৱিকি-ভিত্তিক ৱিকিপিডিয়া প্ৰকল্পসমূহ সৰ্বসাধাৰণ ৰাইজৰ বাবে মুকলি কৰি দিয়া হয়।
কিছু বছৰ আগৰ পৰা অনলাইন আৰু অফলাইন উভয় মাধ্যমেৰে ৱিকিপিডিয়া দিৱস পালন কৰি অহা হৈছে। ২০১১ চনত দশম ৱিকিপিডিয়া দিৱস (ৱিকিপিডিয়া ১০) গোটেই বিশ্বত ডাঙৰকৈ উদযাপন কৰা হৈছিল আৰু এই পৰম্পৰা বিভিন্ন স্থানীয় সন্মিলন তথা ৱিকি-ইভেন্টৰ সৈতে ৱিকিপিডিয়া দিৱস উপলক্ষে ২০১২ চনৰ ১৫ জানুৱাৰী, ৰবিবাৰ পৰ্যন্ত অব্যাহত আছিল।
 
== ৱিকিপিডিয়া দিৱস ২০১৭ ==
২০১৭ চনৰ ১৫ জানুৱাৰী, ৰবিবাৰে ১৬ বছৰ গৰকা [[ৱিকিপিডিয়া]]ই ৱিকিপিডিয়া দিৱস উদযাপন কৰে।
 
বিভিন্ন চহৰত পৰিকল্পিত আয়োজনসমূহ:
52 নং শাৰী:
<references />
[[শ্ৰেণী:Wikipedia information pages]]
[[শ্ৰেণী:ৱিকিপিডিয়া প্ৰশাসন]]