পুণেৰী পাগুৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠা পূণেৰী পাগুৰীৰ পৰা পুণেৰী পাগুৰীলৈ Gitartha.bordoloiয়ে স্থানান্তৰ কৰিলে: অসমীয়াত 'পুণে'
No edit summary
1 নং শাৰী:
[[File:Mahadev Govind Ranade.jpg|thumb|150px|right|পূণেৰী পাগুৰী পিন্ধি থকা অৱস্থাত মহাদেৱ গোবিন্দ ৰাণাদে]]
''' পূণেৰী পাগুৰী''' (''[[:{{Lang-en: Puneri Pagadi|Puneri Pagadi]]''}})''', মহাৰাষ্ট্ৰৰ পূণে নগৰীৰ গৌৰৱ আৰু সন্মানৰ প্ৰতীক হিচাপে গণ্য কৰা এক প্ৰকাৰৰ পাগুৰী।<ref name=BS>{{cite web|title=Indian association seeks IPR for 'Puneri Pagadi'|url=http://www.business-standard.com/india/news/indian-association-seeks-ipr-for-%5Cpuneri-pagadi%5C/354259/|publisher=Business Standard|accessdate=12 June 2012|date=7 April 2009}}</ref> দুই শতিকাৰ আগতে ইয়াৰ প্ৰচলন আৰম্ভ হৈছিল।<ref name=mid-day/> এই পাগুৰী সন্মানৰ প্ৰতীক হলেওহ'লেও আজি কালি মহাবিদ্যালয় বোৰত পাৰম্পাৰিক দিনসমূহতো ব্যৱহাৰ কৰা দেখা যায়।<ref name="theindianexpress"/> এই পাগুৰীৰ সুকীয়া পৰিচয় ৰক্ষা কৰিবলৈ স্থানীয়লোকস্থানীয় সকলেলোকসকলে " ভৌগোলিক পৰিচায়ক"ৰ মৰ্যাদা দাবী কৰিছিল।<ref name="theindianexpress"/> ২০০৯ ছেপ্তেম্বৰ,চনৰ ২০০৯ চনতছেপ্তেম্বৰত তেওঁলোকৰ বহুদিনৰ দাবী পূৰণ হলহ’ল আৰু এই পাগুৰী এক বৌদ্ধিক সম্পদৰূপে পৰিগণিত হল।হ’ল।<ref name=BS /><ref name="theindianexpress"/><ref name=ZeeNews/><ref name=oneindia/><ref name=mid-day2/>
 
==ইতিহাস==
[[File:Turban Fitters Pune India 1890.jpg|thumb|Turbanপূণেৰ fittersটাৰ্বান of Puneফিটাৰ্চ, 1890১৮৯০]]
১৯ শতিকাৰ এজন সমাজ-সংঘঠক মহাদেৱ গোৱিন্দ ৰাণাদে পোন-প্ৰথমে এই পাগুৰীৰ প্ৰচলন কৰিছিল। পিছলৈ কেইবাজনো বিখ্যাত নেতা লোকমান্য তিলক, জে.এছ. কৰণদিকাৰ, দি.দি. চাথে, তাতিয়াচাহেব কেলকাৰ আৰু দাত্তু বামন পটদাৰে এই পাগুৰী পিন্ধিছিল।<ref name=mid-day>{{cite web|title=Turban legend: Puneri Pagadi may soon get intellectual property tag|url=http://www.mid-day.com/news/2009/apr/060409-Pune-News-property-tag-Puneri-Pagadi-Turban-intellectual-property-rights.htm|publisher=Mid-day|date=6 April 2009|accessdate=13 June 2012}}</ref> ১৯৭৩ চনৰ মাৰাঠী ভাষাৰ নাটক "ঘাচীৰাম কটৱাল"ৰ পৰা ই আৰু অধিক জনপ্ৰিয় হৈ পৰিল।<ref name="theindianexpress">{{cite web|title=The Pagadi Unravelled|url=http://www.indianexpress.com/news/the-pagadi-unravelled/825919/1|publisher=The Indian Express|author=Shruti Nambiar|pages=1–2|date=2 August 2011|accessdate=13 June 2012}}</ref>
 
==ব্যৱহাৰ==
এই পাগুৰী সাধাৰণতে কিছুমান বিশেষ অনুষ্ঠান যেনে বিয়া-বাৰু আৰু বিদ্যালয়-মহাবিদ্যালয়ৰ পাৰম্পাৰিক দিৱসত ব্যৱহাৰ কৰা হয়। যুৱসকলে "গন্ধাল" কলা প্ৰদৰ্শন কৰোঁতে এই পাগুৰী মাৰে। তদুপৰি ঐতিহাসিক বোলছবি আৰু থিয়েটাৰত ইয়াক ব্যৱহাৰ কৰা হয়।<ref name="theindianexpress"/>
 
==বৌদ্ধিক সম্পত্তিৰ অধিকাৰ প্ৰদান==
১০ জনীয়া "শ্ৰী পূণেৰী পাগুৰী সংঘ"ই পূণেৰী পাগুৰীৰ "ভৌগলিকভৌগোলিক পৰিচায়ক"ৰ মৰ্যাদা পাবলৈ ভৌগোলিক পৰিচায়ক ৰেজিষ্ট্ৰীলৈ আবেদন জনাইছিল<ref name="theindianexpress"/> আৰু লগতে বৌদ্ধিক সম্পদৰ নীতিৰ উৎকৰ্ষৰ বাবেও আবেদন জনাইছিল।<ref name=mid-day /> পূণেৰী পাগুৰীক বিশ্ব দৰবাৰত দাঙি ধৰা, ইয়াৰ স্বকীয়তা ৰক্ষা কৰা আৰু পূণেৰী সংস্কৃতি জীয়াই ৰখা ইয়াৰ মূল উদ্দেশ্য। ৪ ছেপ্তেম্বৰ,২০০৯ চনতচনৰ ৪ ছেপ্তেম্বৰত ইয়াক ভৌগোলিক পৰিচায়কৰ মৰ্যাদা দিয়াৰ লগে লগে ই পূণেৰ সাংস্কৃতিক আৰু চৰকাৰী পৰিচয় হৈ পৰিল।<ref name=BS /><ref name="theindianexpress"/><ref name=ZeeNews>{{cite web|title=Puneri Pagadi gets GI tag; latest to join protected goods club|url=http://zeenews.india.com/news/etc/puneri-pagadi-gets-gi-tag-latest-to-join-protected-goods-club_565357.html|publisher=Zee News|date=21 September 2009|accessdate=13 June 2012}}</ref><ref name=oneindia>{{cite web|title=Puneri Pagdi obtains geographical indication status|url=http://news.oneindia.in/2010/01/03/puneripagdi-obtains-geographical-indicationstatus.html|publisher=OneIndia News|date=3 January 2010|accessdate=13 June 2012}}</ref><ref name=mid-day2>{{cite web|title=Puneri Pagadi gets pride of place|url=http://www.mid-day.com/news/2009/sep/220909-Puneri-Pagadi-Geographical-Indication-Pune2.htm|publisher=Mid Day|author=Chandran Iyer|date=22 September 2009|accessdate=13 June 2012}}</ref>সেইমতে পূণেৰী পাগুৰী বৌদ্ধিক সম্পদৰ অধিকাৰ লাভ কৰিলে আৰু পূণেৰ বাহিৰত পূণেৰী পাগুৰীৰ উৎপাদন তথা বিক্ৰী নিষিদ্ধ কৰা হল।হ’ল।<ref name=ZeeNews />
 
== তথ্য সংগ্ৰহ==