ভক্তি ৰত্নাকৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: ভক্তি ৰত্নাকৰ হৈছে মহাপুৰুষ শ্রীমন্তশংকৰদেৱে সংস্কৃত ভাষাত...
 
1 নং শাৰী:
{{unreferenced}}
'''ভক্তি ৰত্নাকৰ''' হৈছে মহাপুৰুষ শ্রীমন্তশংকৰদেৱে[[শ্ৰীমন্ত শংকৰদেৱ|শ্ৰীমন্ত শংকৰদেৱে]] [[সংস্কৃত ভাষাতভাষা]]ত ৰচনা কৰা এখনি এক-শৰণ ধৰ্মীয় গ্রন্থ ।গ্ৰন্থ। এই মূল্যৱান গ্রন্থখনিগ্ৰন্থখনি শংকৰদেৱে কামৰূ্পকামৰূপ কোঁচ ৰাজ্যত থাকোতেথাকোঁতে ৰচনা কৰিছিল ; গ্রন্থখনিতগ্ৰন্থখনিত [[ভাগৱত পুৰাণৰপুৰাণ]]ৰ নৱধা-ভক্তি আৰু গীতাৰ এক-শৰণ তত্ত্বক আন আন ধৰ্মীয়গ্রন্থৰধৰ্মীয়গ্ৰন্থৰ ভক্তিমূলক শ্লোকৰ সহিতে আলোচনা কৰা হৈছেহৈছে। ।গ্রন্থখনৰগ্ৰন্থখনৰ মূঠ অধ্যায় ৪২টা , যাক মাহাত্ম্য বুলি কোৱা যায়।ভক্তিৰত্নাকৰতযায়। ভক্তিৰত্নাকৰত শংকৰদেৱে গীতা, ভাগৱতৰ উপৰিও সাত্বত তন্ত্রতন্ত্ৰ, স্কন্ধ পুৰাণ , নাৰদীয় পুৰাণ, ভূজংগ প্রয়াতপ্ৰয়াত,প্রবোধ চন্দ্রোদয়প্ৰবোধ চন্দ্ৰোদয় আদি অনেক গ্রন্থৰগ্ৰন্থৰ সাৰ সংগ্রহসংগ্ৰহ কৰি সন্নিবিষ্ট কৰিছে ।কৰিছে। এইখনি গ্রন্থকগ্ৰন্থক পৰৰ্ৱতীকালত মাধৱদেৱৰ[[মাধৱদেৱ]]ৰ ভাগিনীয়েক [[ৰামচৰণ ঠাকুৰ|ৰামচৰণ ঠাকুৰে]] অসমীয়া পদলৈ আৰু [[গোপালচৰণ দ্বীজ|গোপালচৰণ দ্বিজে]] অসমীয়া গদ্যলৈ ভাঙনি কৰিছিলকৰিছিল। ।গ্রন্থখনিতগ্ৰন্থখনিত নৱধা ভক্তিৰ লগতেই নৰশৰীৰৰ মাহাত্ম্য, সাধুসংগ, ভাৰত প্রশংসাপ্ৰশংসা, ভক্তিৰ বেলেগবেলেগবেলেগ প্রকাৰৰবেলেগ প্ৰকাৰৰ বিষয়ে মাহাত্ম্য আছে ।আছে।
 
[[শ্ৰেণী:সংস্কৃত গ্ৰন্থ]]
[[শ্ৰেণী:হিন্দু ধৰ্ম গ্ৰন্থ]]
[[শ্ৰেণী:শংকৰদেৱ]]