মেজি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

শুদ্ধ ৰপে তথ্য দিয়া হল। বহুত ভুল বাখ্যা কৰা হয় আছে
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
5 নং শাৰী:
 
==মেজি শব্দৰ উৎস==
মেজি শব্দটো উজনি অসমত সৃষ্টি হোৱা আৰু তাইমূলীয় শব্দ।{{উদ্ধৃতিৰ প্ৰয়োজন}} ইয়াত "জী" শব্দই ভঁৰালক বুজাই আৰু "মে" শব্দই তৰ্পণ কৰা বুজাই, যেনেদৰে "মে-ডাম- মে-ফী"।কিছু ক্ষেত্ৰত মে শব্দই ইস্ত্রিলিঙ্গ ৰূপ লয়। অৰ্থাৎ কৃষি কাৰ্য চপাই সামৰি ভঁৰালক(জী) উদ্দেশ্যি পতা অনুষ্ঠানে মেজী।{{উদ্ধৃতিৰ প্ৰয়োজন}} যতয'ত খাদ্য সামগ্ৰী আমি তৰ্পণ কৰিহে সকলোৱে গ্ৰহণ কৰোঁ। অসমত বতমানেও খৰিৰ মেজি জ্বলোৱাৰ পৰম্পৰা বৰ্তি আছে আনহাতে নামনি অসমৰ মেজিৰ শৈলী অলপ পৃথক।
 
==প্ৰচলিত লোকবিশ্বাস আৰু মেজি==
"https://as.wikipedia.org/wiki/মেজি"ৰ পৰা অনা হৈছে