অণু: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

জৈৱ ৰসায়ন আৰু বায়' ৰসায়ন এটাই শব্দ|
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
1 নং শাৰী:
[[File:Atisane3.png|thumb|400px|[[ত্ৰিমাত্ৰিক]] (বাওঁ ফালে আৰু মাজত) আৰু [[দ্বিমাত্ৰিক]] (সোঁফালে) ৰূপত [[টাৰপিনয়ড]] অণু]]
 
'''অণু''' (ইংৰাজী: Molecule, {{IPAc-en|icon|ˈ|m|ɒ|l|ɪ|k|juː|l}}) হৈছে বৈদ্যুতিক ভাবে উদাসীন আৰু [[আয়নিক বান্ধনী|আয়নিক]], [[সহযোজী বান্ধনী| সহযোজী ৰাসায়নিক বান্ধনী]] বা তেনে বান্ধনীৰে বান্ধি ৰখা দুটা বা ততোধিক [[পৰমাণু]]ৰ সমষ্টি।<ref name="iupac">{{GoldBookRef|title=molecule|url=http://goldbook.iupac.org/M04002.html|year=1994}}</ref><ref>{{cite book|author=Pauling, Linus |title=General Chemistry|location=New York|publisher=Dover Publications, Inc.|year=1970|isbn=0-486-65622-5}}</ref><ref>{{cite book| author=Ebbin, Darrell, D. |title=General Chemistry, 3rd Ed.|location=Boston|publisher=Houghton Mifflin Co.|year=1990|isbn=0-395-43302-9}}</ref><ref>{{cite book|author=Brown, T.L. |title=Chemistry – the Central Science, 9th Ed.|location=New Jersey|publisher=Prentice Hall|year=2003|isbn=0-13-066997-0}}</ref><ref>{{cite book|author=Chang, Raymond |title=Chemistry, 6th Ed.|location=New York|publisher=McGraw Hill|year=1998|isbn=0-07-115221-0}}</ref><ref>{{cite book|author=Zumdahl, Steven S. |title= Chemistry, 4th ed.|location= Boston |publisher= Houghton Mifflin|year= 1997|isbn=0-669-41794-7}}</ref> অণুবোৰক [[বৈদ্যুতিক আধান]]ৰ ভিত্তিত [[আয়ন]]তকৈ পৃথক বুলি দেখুৱাব পাৰি। অৱশ্যে [[কোৱান্টাম বলবিজ্ঞান]], [[জৈৱ ৰসায়ন]], [[বায়’ ৰসায়ন]]ত এই নিয়মৰ কিছু শিথিলতা দেখা যায় আৰু যিকোনো দুটা বা ততোধিক [[পৰমাণু]]ৰ সমষ্টিকেই অণু বোলা হয়।
 
গেছৰ [[গতি বিজ্ঞান]]ত অণু শব্দটো প্ৰায়েই যিকোনো গেছীয় কণাক বুজাবলৈ ব্যৱহাৰ কৰা হয়। এই মতে [[সম্ভ্ৰান্ত গেছ]]ৰ পৰমাণু সমূহ একক আৰু কোনো বান্ধনীৰ দ্বাৰা বান্ধ খায় নথকাৰ পাছতো ইহঁতক অণু বুলি ধৰা হয়।<ref>{{cite book
11 নং শাৰী:
 
 
পদাৰ্থ গঠনকাৰী অংশ হিচাপে স্বাভাবিকতে সকলো জৈৱিক বস্তুতে অণুৰ অৱস্থিতি দেখা যায়। বায়ুমণ্ডল আৰু পৃথিৱীৰ জলভাগৰো অধিকাংশ অণুৱে অধিকাৰ কৰি আছে। পৃথিৱীত থকা আমাৰ চিনাকী সৰহ অংশক গোটা বস্তু পৃথিৱীৰ উপৰিভাগ, মেন্টেল অংশ, আৰু উষ্ণ ক’ৰ অংশ (সকলোতকৈ ভিতৰ ভাগ)ত বহুতো [[ৰাসায়নিক বান্ধনি]] দেখিবলৈ পোৱা যায়, কিন্তু ইয়াৰে সকলোবোৰ চিনাক্ত কৰণ কৰিব পৰা অণুৰে গঠিত নহয়। তাৰোপৰি যদিও [[একক কোষ]]ৰ [[দ্বিমাত্ৰিক]] সমতলত (যেনে: [[গ্ৰাফিন]]) বা [[ত্ৰিমাত্ৰিক]] অৱস্থানত ( যেনে: [[হীৰা]],[[কোৱাৰ্টজ]],[[ছডিয়াম ক্লৰাইড]]) হোৱা পুনৰাবৃতিৰ ফলতেই আয়নিক স্ফটিক (লৱণ (ৰসায়ন বিজ্ঞান) । লৱণ) আৰু সহযোজী স্ফটিক ([[জালিকৃত গোটা দ্ৰব্য]])ৰ সৃষ্টি হয় ইহঁতৰ ক্ষেত্ৰতো কিন্তু নিৰ্দিষ্ট অণুৰ বৰ্ণনা কৰিব নোৱাৰি। একক কোষীয় গঠনৰ পুনৰাবৃতিৰ পৰিঘটনা সৰহ সংখ্যক [[ধাতবীয় বান্ধনী]]যুক্ত গোটা দ্ৰব্যত দেখিবলৈ পোৱা যায়, যি এইটো প্ৰমাণ কৰে যে সৰহ সংখ্যক গোটা দ্ৰব্য অণুৰে গঠিত নহয়। চিচা(গ্লাচ)ত কোনো নিৰ্দিষ্ট অণুৰ অৱ্স্থিতি নথকাকৈয়ে পৰমাণু সমূহ ৰাসায়নিক বান্ধোনেৰে বান্ধ খায় থাকে, য’ত স্ফটিকৰ দৰে কোনো একক কোষীয় গঠনৰ পুনৰাবৃতিৰ পৰিঘটনা দেখা নাযায়।
 
==তথ্যসূত্ৰ==
"https://as.wikipedia.org/wiki/অণু"ৰ পৰা অনা হৈছে