জুক’ উপত্যকাৰ বনজুই (২০২০-২০২১): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
6 নং শাৰী:
জুক’ উপত্যকাৰ সীমাত [[মণিপুৰ]] ৰাজ্যৰ গভীৰ অৰণ্যৰ (old-growth forest) ৰে আৱৰি থকা মাউন্ট টেম্পু (Mount Tempü) অৱস্থিত ৷ <ref name=":0" /> এই উপত্যকাত পূৰ্বেও কেইবাবাৰো বনজুই সংঘটিত হৈছে৷ উদাহৰণস্বৰূপে ২০০৬ চনত বনজুয়ে উপত্যকাটোৰ দক্ষিণে বিছ কিলোমিটাৰ জুৰি ক্ষতিসাধন কৰিছিল৷<ref name=":2">{{Cite web|date=2021-01-02|title=NDRF deploys more teams, choppers as Dzukou Valley wildfire rages on|url=https://zeenews.india.com/india/ndrf-deploys-more-teams-choppers-as-dzukou-valley-wildfire-rages-on-2333956.html|access-date=2021-01-05|website=Zee News|language=en}}</ref> তেনেদৰেই ২০১৮ চনত পৰ্য্যটকৰ অসাবধানতাৰ ফলত সংঘটিত হোৱা এক জুয়ে উপত্যকাৰ এক বিস্তৰ অংশৰ ক্ষতি সাধন কৰিছিল৷<ref name=":0" /> এই উপত্যকাৰ অংশবিশেষৰ স্বত্ব লৈ নাগালেণ্ড আৰু মণিপুৰৰ মাজত সীমাবিবাদ অব্যাহত আছে৷<ref name=":3">{{Cite news|last=Laithangbam|first=Iboyaima|date=2021-01-02|title=Manipur deploys two helicopters to fight wildfire in Dzukou Valley|language=en-IN|work=The Hindu|url=https://www.thehindu.com/news/national/other-states/manipur-deploys-two-helicopters-to-fight-wildfire-in-dzukou-valley/article33477821.ece|access-date=2021-01-05|issn=0971-751X}}</ref>
 
সাম্প্ৰতিক বনজুই ২০২০ চনৰ ২৮ বা ২৯ ডিচেম্বৰ তাৰিখে আৰম্ভ হোৱা বুলি অনুমান কৰা হৈছে৷ এই জুই নিয়ন্ত্ৰণ কৰাৰ প্ৰচেষ্টা অব্যাহত থাকোতেই জুই উপত্যকাৰ দক্ষিণ আৰু পশ্চিমে বিয়পিবলৈ আৰম্ভ কৰে৷ কেইদিনমানৰ ভিতৰতে জুইকুৰাই মণিপুৰৰ মাউন্ট টেম্পু স্পৰ্শ কৰেগৈ৷<ref name=":0" /> ২ জানুৱাৰীৰ দিনা মণিপুৰৰ চৰকাৰেও আকাশী পথেৰে জুইৰ প্ৰকোপ কমোৱাৰ চেষ্টা আৰম্ভ কৰে৷<ref name=":3" /> শীতকালিৰ শুকান বতৰ আৰু উপত্যকাৰ শুকান জোপোহা বাঁহগছৰ অৱস্থিতিয়ে জুই দ্ৰুত সম্প্ৰসাৰণত প্ৰভাৱ পেলোৱা বুলি অনুমান কৰা হৈছে৷<ref name=":4">{{Cite web|date=2021-01-04|title=In Manipur's fragile Dzukou Valley, fight to contain wildfire continues|url=https://lifestyle.livemint.com//smart-living/environment/in-manipur-s-dzukou-valley-air-force-continues-fight-to-douse-fire-111609671879290.html|access-date=2021-01-05|website=Mintlounge|language=en}}</ref> [[Nagalandতাৰোপৰি Stateতীব্ৰ Disasterবতাহেও Managementজুইৰ Authority]]প্ৰকোপ reportedবঢ়োৱাত thatবৰঙণি "heavy gusty winds" were not only causing further spread of the wildfire, but were hindering firefighting efforts.যোগালে৷<ref name=":1" /> Theবাতৰিত প্ৰকাশ ''[[Deccanপোৱা Herald]]''মতে reportedএই thatবনজুইৰ theতীব্ৰতা wildfireআৰু hadবিস্তৃতি spreadইমান toখৰতকীয়া theযে extentজুক’ thatউপত্যকাৰ itপৰা wasপ্ৰায় visibleত্ৰিছ fromকিলোমিটাৰ theদূৰত Nagalandঅৱস্থিত stateনাগালেণ্ডৰ capital,ৰাজধানী [[Kohima]],ক’হিমাৰ whichপৰাও wasএই situatedজুই 30দেখা kilometersপোৱা away.গৈছিল৷<ref name=":5">{{Cite web|date=2021-01-04|title=Dzukou Valley forest fire still raging on Manipur side|url=https://www.deccanherald.com/national/east-and-northeast/dzukou-valley-forest-fire-still-raging-on-manipur-side-935184.html|access-date=2021-01-05|website=Deccan Herald|language=en}}</ref>
 
== ধ্বংস ==