প্ৰদূষণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

I have written more about the its causes in India
টেগ্‌: উলটিওৱা হৈছে ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
2409:4065:E92:93A2:0:0:BB08:870F (আলোচনা)-ই কৰা 259982 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
19 নং শাৰী:
[[File:Health effects of pollution.png|thumb|250px|মানুহৰ জীৱনত প্ৰদূষণৰ প্ৰভাৱ। ]]
 
প্ৰতিকূল বায়ু সেৱন কৰাৰ ফলত মানুহকে আদি কৰি অন্যান্য জীৱ-জন্তু মৃত্যু মুখত পৰিব পাৰে। অজন গেছৰ প্ৰদূষণৰ ফলত মানুহৰ শ্বাস- প্ৰশ্বাস জনিত ৰোগ,হৃদৰোগ,বুকুৰ বিষ আদিয়ে দেখা দিব পাৰে। বীজাণুযুক্ত পানী খোৱাৰ ফলত প্ৰতিদিনে প্ৰায় ১৪০০ জন লোক মৃত্যু মুখত পৰিব লগা হয়। প্ৰায় ১০০০ জন শিশুৱে গ্ৰহণী জনিত ৰোগত প্ৰতি দিনে ভাৰতত মৃত্যুক সাৱতি লয়। শব্দ প্ৰদূষণৰ ফলত আমাৰ শ্ৰৱণ ক্ষমতা হ্ৰাস হোৱাৰ উপৰিও উচ্চ ৰক্ত-চাপ,নিদ্ৰাহীনতা আদিৰ দৰে ৰোগ হোৱাৰ সম্ভাৱনা দেখা দিয়ে। ইয়াক দীঘল কৰাৰ খুবেই প্ৰয়োজন।
 
[[শ্ৰেণী:পৰিৱেশ বিজ্ঞান]]
"https://as.wikipedia.org/wiki/প্ৰদূষণ"ৰ পৰা অনা হৈছে