ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

139 নং শাৰী:
: [[ৱিকিপিডিয়া:নাৰীবাদ আৰু লোকগাথা দক্ষিণ এছিয়া এডিটাথন ২০২১]] পৃষ্ঠাখন সৃষ্টি কৰা হ'ল। ফাউনটেইনৰ লিংক সৃষ্টি কৰিব বাকী আছে। মই দক্ষিণ এছিয়াৰ সমন্বয়কসকলৰ লগত যোগাযোগ কৰি আছোঁ। বিচাৰকৰ বাবে [[সদস্য:Joli]] বা আৰু [[সদস্য:Babulbaishya]] দাৰ নাম প্ৰস্তাব কৰিলোঁ। অনুগ্ৰহ কৰি আপোনালোকৰ মতামত জনায় যেন। --[[User:SlowPhoton|SlowPhoton]] ([[User talk:SlowPhoton|talk]]) 14:04, 21 January 2021 (ইউ.টি.চি.)
::সমৰ্থন জনালোঁ। <span style="text-shadow:gray 3px 3px 3px;">[[User:দিব্য দত্ত|<font color="#663300">'''দিব্য দত্ত'''</font>]]&nbsp;([[User Talk:দিব্য দত্ত|বাৰ্তা]])</span> 11:10, 22 January 2021 (ইউ.টি.চি.)
:::এডিটাথনৰ ফাউনটেইন লিংক [https://fountain.toolforge.org/editathons/fnf2021-as ইয়াত পাব]। {{ping|Joli|Babulbaishya}} এই লিংকত গৈ লগ্‌-ইন কৰি জমা দিয়া প্ৰবন্ধসমূহ বিচাৰ কৰিব পাৰিব। --[[User:SlowPhoton|SlowPhoton]] ([[User talk:SlowPhoton|talk]]) 03:18, 3 February 2021 (ইউ.টি.চি.)