বীণা ৰায়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
16 নং শাৰী:
| homepage =
}}
'''বীণা ৰায়''' ({{lang-en|Bina Rai or Beena Roy}}, ১৩ জুলাই ১৯৩১-৬ ডিচেম্বৰ ২০০৯) এগৰাকী, বিশেষকৈ [[ভাৰতীয় চলচ্চিত্ৰ]] জগতৰ ক’লা-বগা যুগৰ অভিনেত্ৰী। তেওঁক আনাৰকলী (১৯৫৩), ঘুঙ্ঘট (১৯৬০), তাজমহল (১৯৬০) আদি ক্লাচিক ছবিত কৰা অভিনয়ৰ বাবে বহুল ভাবে জনা যায়। ঘুঙ্ঘট ছবিয়ে তেওঁলৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা কঢ়িয়াই আনিছিল।
==প্ৰাৰম্ভিক জীৱন==
বীণা ৰায়ৰ জন্মৰ নাম কৃষ্ণা চাৰিন। [[বৃটিছ ভাৰতৰৰাজ|বৃটিছ ভাৰত]]ৰ পাঞ্জাব প্ৰদেশৰ লাহোৰত[[লাহোৰ]]ত ১৯৩১ চনৰ ১৩ জুলাইত তেওঁৰ জন্ম হৈছিল। সাম্প্ৰদায়িক উন্মাদনাৰ ফলত তেওঁলোকৰ পৰিয়াল উত্তৰ প্ৰদেশলৈ গুছি আহিছিল। স্কুলীয়া পঢ়া-শুনা তেওঁ লাহোৰতে কৰিছিল আৰু কলেজীয়া শিক্ষা লক্ষ্ণৌত[[লক্ষ্ণৌ]]ত গ্ৰহণ কৰিছিল। অভিনয়ৰ জগতখনত পদাৰ্পন নকৰালৈকে বীণা কানপুৰত বাস কৰিছিল। মাক-দেউতাকক সৈমান কৰিবলৈ চিনেমাত যাব নিদিলে অনশন কৰিব বুলি ভয় দেখুৱাইছিল।
 
==কৰ্মজীৱন==
"https://as.wikipedia.org/wiki/বীণা_ৰায়"ৰ পৰা অনা হৈছে