বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{ infobox writer | name = বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য | image = বীৰেন্দ্ৰ.jpg | ...
 
No edit summary
1 নং শাৰী:
{{ infobox writer
| name = বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
| image = বীৰেন্দ্ৰbirendra_kumar_bhattacharya.jpg
 
| image = বীৰেন্দ্ৰ.jpg
| imagesize = 200px
| alt =
Line 8 ⟶ 7:
| pseudonym =
| birth_name =
| birth_date = ১৪ অক্টোবৰ, ১৯২৪ চন
| birth_place = [[চফ্ৰাই চাহবাগিচা]], [[অসম]]
| death_date = ৬ আগষ্ট, ১৯৯৭
| death_place =
| resting_place =
| occupation = সহিত্যিক, শিক্ষাবিদ, সাংবাদিক
| language = [[অসমীয়া]]
| nationality = [[ভাৰত|ভাৰতীয়]]
| ethnicity =
| citizenship = ভাৰতীয়[[ভাৰত]]
| education =
| alma_mater =
Line 31 ⟶ 30:
| influences =
| influenced =
| awards = [[ সাহিত্য একাডেমী বঁটা]] (১৯৬০)<br> [[জ্ঞানপীঠ বঁটা]] (১৯৭৯)
| signature =
| signature_alt =
Line 37 ⟶ 36:
}}
 
ডঃ '''বীৰেন্দ্র কুমাৰ ভট্টাচাৰ্য''' (১৪ অক্টোবৰ,১৯২৪-৬ আগষ্ট,১৯৯৭) [[অসমীয়া ভাষা]]ৰ এজন গল্পকাৰ, ঔপন্যাসিক, কবি, নিবন্ধকাৰ আৰু সাংবাদিক ৷ তেওঁ ১৯৭৯ চনত "[[মৃত্যুঞ্জয়]]" উপন্যাসৰ বাবে ভাৰতীয় [[জ্ঞানপীঠ বঁটা]] লাভ কৰা প্ৰথম অসমীয়া লেখক আছিল <ref>{{cite web|url=http://jnanpith.net/laureates/index.html|title=Jnanpith Laureates Official listings|publisher=[[Jnanpith]] Website}}</ref>৷ তেওঁ ১৯৬১ চনত "[[ইয়াৰুইংগম]]" গ্ৰন্থৰ বাবে [[সাহিত্য একাডেমী বঁটা]]ও লাভ কৰিছিল <ref>George K. M., Masterpieces of Indian literature, (Vol.1), 1997, National Book Trust, page=19 </ref>। ২০০৫ চনত ''Love in the Time of Insurgency'' নামেৰে এই গ্ৰন্থৰ ইংৰাজী অনুবাদ প্ৰকাশ পায় <ref>{{cite news|url=http://www.hinduonnet.com/2005/07/15/stories/2005071502370200.htm|title=Life beyond violence, vendetta|date=July 15, 2005|work=[[The Hindu]]}}</ref>। ১৯৮৩-১৯৮৫ বৰ্ষৰ বাবে [[অসম সাহিত্য সভা]]ৰ সভাপতি হিচাপেও তেওঁ কাৰ্য্যনিৰ্বাহ কৰিছিল ৷
 
==চমু জীৱনী==
অসমীয়া সাহিত্যলৈ প্ৰথমবাৰৰ বাবে জ্ঞানপীঠ বঁটা কঢ়িয়াই অনা বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য একেধাৰে এজন গল্পকাৰ, ঔপন্যাসিক, কবি, নিবন্ধকাৰ আৰু সাংবাদিক৷ তেওঁৰ একমাত্ৰ কবিতাপুথি সান্ধ্যস্বৰত সন্নিৱিষ্ট কবিতাসমূহত সমাজ সচেতনতাৰ চিত্ৰ সুন্দৰভাবে প্ৰতিফলিত হোৱা দেখা যায়৷ বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি, ক্ৰুছৰ বন্ধুলৈ আদি কবিতাত প্ৰতিবাদী কণ্ঠস্বৰ সবলভাবে চিত্ৰিত হৈছে ৷ বলিষ্ঠ শব্দ আরু স্পষ্ট উপস্থাপন শৈলী তেওঁৰ কবিতাসমূহৰ যোগাত্মক দিশ ৷ তেওঁৰ গল্পক্ষেত্ৰত ক’ব পাৰি যে তেওঁৰ গল্পসমূহত মানবীয়তা আৰু জৈৱিক তাড়না আবেদনশীল ৰূপত প্ৰকাশ পাইছে ৷ তেওঁৰ গল্পসমূহত মানব পূজাকে সৰ্বোচ্চ বুলি দেখুওৱা হৈছে ৷ তেওঁৰ আটাইবোৰ গল্পতে গভাৰ মানবতাবোধ বিভিন্নধৰণে প্ৰতিভাত হৈ উঠিছে ৷ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ উপন্যাসমূহ সমাজবাদী দৃষ্টিভংগী, মানবতাবোধ, নাৰীৰ প্ৰতি সহানুভূতি, সংকটপূৰ্ণ মুহুৰ্তত চৰিত্ৰৰ পৰিষ্ফুৰণ, জীৱনৰ স্থায়ী সনাতন প্ৰমূল্যৰ প্ৰতি আকৰ্ষণ অতুলনীয়ভাবে ফুটি উঠিছে ৷ সামাজিক পৰিৱৰ্তন আৰু গতিশীল জীৱনক প্ৰতিফলিত কৰিবলৈ তেওঁ বিপ্লৱৰ, সত্যাগ্ৰহ আদিৰ জৰিয়তে ভাঙোনমুখী সমাজৰ চিত্ৰ সুন্দৰভাবে চিত্ৰিত কৰিছে ৷ তেওঁৰ ''মৃত্যুঞ্জয়'', ''আই'' আদি উপন্যাসত অসমীয়া সমাজ জীৱনক সুন্দৰভাবে উপস্থাপল কৰিছে ৷
===জন্ম===
১৯২৪ চনৰ ১৮ অক্টোবৰত চফ্ৰাই চাহবাগিচাত বীৰেন্দ্র কুমাৰ ভট্টাচাৰ্যৰ জন্ম হয় ৷
 
===শিক্ষা== =
==জন্ম==
চফ্ৰাই প্ৰাইমাৰী স্কুল, কাকজান এম ই স্কুল, [[যোৰহাট]] হাইস্কুলৰ পৰা মেট্ৰিকুলেচন পাছ, [[কটন কলেজমহাবিদ্যালয়]]ৰ পৰা [[বিজ্ঞান]] শাখাত ক্ৰমে ১৯৪৩ চনত উচ্চতৰ মাধ্যমিক আরুআৰু ১৯৪৫ চনত স্নাতক ডিগ্ৰী লাভ ৷ ১৯৫১ চনত বি এ ৷ [[গুৱাহাটী বিশ্ববিদ্যালয়ৰ]]ৰ পৰা অসমীয়াত[[অসমীয়া]]ত স্নাতকোত্তৰ ১৯৫৩ চনত৷ ১৯৭৭ চনত ডক্টৰেট ডিগ্ৰী লাভ ৷
১৯২৪ চনৰ চফ্ৰাই চাহবাগিচা ৷
==শিক্ষা==
চফ্ৰাই প্ৰাইমাৰী স্কুল, কাকজান এম ই স্কুল, [[যোৰহাট]] হাইস্কুলৰ পৰা মেট্ৰিকুলেচন পাছ, [[কটন কলেজ]]ৰ পৰা [[বিজ্ঞান]] শাখাত ক্ৰমে ১৯৪৩ চনত উচ্চতৰ মাধ্যমিক আরু ১৯৪৫ চনত স্নাতক ডিগ্ৰী লাভ ৷ ১৯৫১ চনত বি এ ৷ [[গুৱাহাটী বিশ্ববিদ্যালয়ৰ]]ৰ পৰা অসমীয়াত স্নাতকোত্তৰ ১৯৫৩ চনত৷ ১৯৭৭ চনত ডক্টৰেট ডিগ্ৰী লাভ ৷
 
===কৰ্মজীৱন===
*সহকাৰী সম্পাদক – [[বাঁহী]] (১৯৪৫), [[দৈনিক অসমীয়া]] (১৯৪৭-৪৯), Advance (১৯৪৬) [[জনতা]] (১৯৪৯-৫১) ৷
*সম্পাদক- [[ৰামধেনু]] (১৯৫২), [[সাদিনীয়া নৱযুগ]] ৷
*শিক্ষকতা- ওখল হাইস্কুল (১৯৫১-৫২)৷
 
==গ্ৰন্থৰাজী==
=== মৃত্যু===
১৯৯৭ চনৰ ৬ আগষ্টত ৮৩ বছৰ বয়সত তেখেতৰ মৃত্যু ঘটে ৷
 
==সাহিত্যকৃতি==
''উপন্যাস'' –
*ৰাজপথে ৰিঙিয়াই (১৯৫৬)
Line 77 ⟶ 81:
*বাহিয়া যাত্ৰা
 
==ভট্টাচাৰ্যৰ সাহিত্যৰ সমালোচনা==
==স্বীকৃতি আৰু সন্মান==
অসমীয়া সাহিত্যলৈ প্ৰথমবাৰৰ বাবে জ্ঞানপীঠ বঁটা কঢ়িয়াই অনা বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য একেধাৰে এজন গল্পকাৰ, ঔপন্যাসিক, কবি, নিবন্ধকাৰ আৰু সাংবাদিক৷ তেওঁৰ একমাত্ৰ কবিতাপুথি সান্ধ্যস্বৰত সন্নিৱিষ্ট কবিতাসমূহত সমাজ সচেতনতাৰ চিত্ৰ সুন্দৰভাবে প্ৰতিফলিত হোৱা দেখা যায়৷ বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি, ক্ৰুছৰ বন্ধুলৈ আদি কবিতাত প্ৰতিবাদী কণ্ঠস্বৰ সবলভাবেসবলভাৱে চিত্ৰিত হৈছে ৷ বলিষ্ঠ শব্দ আরুআৰু স্পষ্ট উপস্থাপন শৈলী তেওঁৰ কবিতাসমূহৰ যোগাত্মক দিশ ৷ তেওঁৰ গল্পক্ষেত্ৰত ক’ব পাৰি যে তেওঁৰ গল্পসমূহত মানবীয়তা আৰু জৈৱিক তাড়না আবেদনশীল ৰূপত প্ৰকাশ পাইছে ৷ তেওঁৰ গল্পসমূহত মানব পূজাকে সৰ্বোচ্চ বুলি দেখুওৱা হৈছে ৷ তেওঁৰ আটাইবোৰ গল্পতে গভাৰগভীৰ মানবতাবোধমানৱতাবোধ বিভিন্নধৰণে প্ৰতিভাত হৈ উঠিছে ৷ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ উপন্যাসমূহ সমাজবাদী দৃষ্টিভংগী, মানবতাবোধ, নাৰীৰ প্ৰতি সহানুভূতি, সংকটপূৰ্ণ মুহুৰ্তত চৰিত্ৰৰ পৰিষ্ফুৰণ, জীৱনৰ স্থায়ী সনাতন প্ৰমূল্যৰ প্ৰতি আকৰ্ষণ অতুলনীয়ভাবেঅতুলনীয়ভাৱে ফুটি উঠিছে ৷ সামাজিক পৰিৱৰ্তন আৰু গতিশীল জীৱনক প্ৰতিফলিত কৰিবলৈ তেওঁ বিপ্লৱৰ, সত্যাগ্ৰহ আদিৰ জৰিয়তে ভাঙোনমুখী সমাজৰ চিত্ৰ সুন্দৰভাবে চিত্ৰিত কৰিছে ৷ তেওঁৰ ''মৃত্যুঞ্জয়'', ''আই'' আদি উপন্যাসত অসমীয়া সমাজ জীৱনক সুন্দৰভাবে উপস্থাপলউপস্থাপন কৰিছে <ref>সঞ্চয়ন- ড০ মহেশ্বৰ নেওগ (পৃষ্ঠা নং- ৪৫০)</ref><ref>অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত -ড০ সত্যেন্দ্ৰ নাথ শৰ্মা (পৃষ্ঠা- ৪০৪)</ref>
[[সাহিত্য একাডেমী পুৰস্কাৰ]] (১৯৬০)
[[জ্ঞানপীঠ বঁটা]] (১৯৭৯)
[[অসম সাহিত্য সভা]]ৰ [[বঙাইগাঁও]] অধিৱেশনৰ সভাপতি (১৯৮৩)
 
==স্বীকৃতি আৰু সন্মান==
== মৃত্যু==
* [[সাহিত্য একাডেমী পুৰস্কাৰবঁটা]] (১৯৬০)
১৯৯৭ চন ৷
* [[জ্ঞানপীঠ বঁটা]] (১৯৭৯)
=== তথ্যসংগ্ৰহ- ===
* [[অসম সাহিত্য সভা]]ৰ [[বঙাইগাঁও]] অধিৱেশনৰ সভাপতি (১৯৮৩)
*সঞ্চয়ন- ড০ মহেশ্বৰ নেওগ (পৃষ্ঠা নং- ৪৫০)
*অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত -ড০ সত্যেন্দ্ৰ নাথ শৰ্মা (পৃষ্ঠা- ৪০৪)
 
===তথ্যসূত্ৰ===
{{reflist}}
 
[[Category: অসমৰ সুপ্ৰসিদ্ধ মানুহ]]
[[Category: জীৱনী]]
[[en:Birendra Kumar Bhattacharya]]