বিবাহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
মুছলিম বিবাহ সম্পৰ্কে লিখা
টেগ্‌: উলটিওৱা হৈছে ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
7 নং শাৰী:
’বি’ উপসৰ্গ পূৰ্বক ’বহ’ ধাতুৰ পিছত ’ঘঞ’ প্ৰত্যয় যোগ হৈ বিবাহ শব্দ নিষ্পন্ন হৈছে। বিবাহ শব্দ‍ই শুভ পৰিণয়, শুভ মিলন আদি অৰ্থকে বুজায়। যিহেতু নানা ধৰণৰ মঙ্গল কামনাৰে এই বিবাহ কাৰ্য সম্পাদন কৰা হয় সেয়েহে বিবাহ শব্দৰ আগত শুভ শব্দ প্ৰয়োগ কৰা হয়।
 
==হিন্দুমুছলিম বিবাহ==
[[চিত্ৰ:দৰা-কইনা.jpeg|200px|thumbnail|right|পাৰম্পৰিক পোছাক পৰিধান কৰি এহাল অসমীয়া দৰা ক‍ইনা ]]
বিবাহ প্ৰথাটো অতি পুৰণি। [[বেদ]]তো অনেক [[মন্ত্ৰ]]ত বিবাহৰ কথা উল্লেখ আছে।
"https://as.wikipedia.org/wiki/বিবাহ"ৰ পৰা অনা হৈছে