অণুবীক্ষণ যন্ত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{Unreferenced|date=ছেপ্টেম্বৰ ২০১১}}
{{Infobox laboratory equipment
|name = অণুবীক্ষণ যন্ত্ৰ
|image = Compound Microscope (cropped).JPG
|uses = ক্ষুদ্ৰ নিদৰ্শন নিৰীক্ষণ
|notable_experiments = [[কোষ]]ৰ আৱিষ্কাৰ
|inventor = [[জাকাৰিয়াছ জানছেন]]
|related = [[আলোক অণুবীক্ষণ যন্ত্ৰ]] [[ইলেক্ট্ৰন অণুবীক্ষণ যন্ত্ৰ]]
}}
[[File:Old-microscopes.jpg|thumb|18th century microscopes from the [[Musée des Arts et Métiers]], [[Paris]]]]
[[Image:MicroscopesOverview.svg|thumb|right|300px|অণুবীক্ষণ যন্ত্ৰৰ প্ৰকাৰ]]
'''অণুবীক্ষণ যন্ত্ৰ''' ([[ইংৰাজী]]: {{Lang-en|Microscope}}) [[জীৱবিজ্ঞান]] অধ্যয়নৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ যন্ত্ৰ৷যন্ত্ৰ। অণুবীক্ষণ যন্ত্ৰৰ আৱিস্কাৰআৱিষ্কাৰ হোৱাৰ পিছতহে জীৱদেহ সৃষ্টিকাৰী কোষবোৰৰ[[কোষ]]বোৰৰ বিষয়ে জানিব পৰা গৈছে৷গৈছে। অণুবীক্ষণ যন্ত্ৰসমূহত ব্যৱহাৰ কৰা পোহৰৰ[[পোহৰ]]ৰ উৎসৰ ওপৰত ভিত্তি কৰি তিনিটা ভাগত ভগাব পাৰি: আলোক অণুবীক্ষণ যন্ত্ৰ ({{Lang|en|Light microscope}}), ৰঞ্জন ৰশ্মি অণুবীক্ষণ যন্ত্ৰ ({{Lang|en|X-ray microscope}}) আৰু ইলেকট্ৰন অণুবীক্ষণ যন্ত্ৰ ({{Lang|en|Electron microscope}})।<ref name="গ্ৰন্থ ১"> "উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা" লেখক - কৰুনাকৰুণা কান্ত দাস আৰু ড°ড॰ অনুপ কুমাৰ চক্ৰবৰ্ত্তী ৷চক্ৰবৰ্ত্তী। প্ৰকাশক - শ্ৰী শান্তিৰঞ্জন দে, বীণা লাইব্ৰেৰী, কলেজ হোষ্টেল ৰোড, পানবজাৰ, গুৱাহাটী -৭৮৭০০১, অসম, পৃষ্ঠা নং : ৪৪৪৪। </ref>
#'''আলোক অণুবীক্ষণ যন্ত্ৰ''' (Light microscope)
#'''ৰঞ্জন ৰশ্মি অণুবীক্ষণ যন্ত্ৰ''' (X-ray microscope)
#'''ইলেকট্ৰন অণুবীক্ষণ যন্ত্ৰ''' (Electron microscope)
[[Image:MicroscopesOverview.svg|thumb|right|300px|অণুবীক্ষণ যন্ত্ৰৰ প্ৰকাৰ]]
 
==আলোক অণুবীক্ষণ যন্ত্ৰ==
[[চিত্ৰ:Bacteria photomicrograph.jpg|right|thumb|আলোক অণুবীক্ষণযন্ত্ৰত দেখা পোৱা বেক্টেৰিয়াৰ চিত্ৰ]]
যিবোৰ অণুবীক্ষণ যন্ত্ৰত সাধাৰণ পোহৰ ৰশ্মি ব্যৱহাৰ কৰি লক্ষ্যবস্তু পোহৰান্বিত ({{Lang|en|illuminate}}) কৰা হয় সেইবোৰক আলোক অণুবীক্ষণ যন্ত্ৰ বোলে৷বোলে। কেইটামান আলোক অণুবীক্ষণ যন্ত্ৰ - :
 
*''';যৌগিক অণুবীক্ষণ যন্ত্ৰ ({{Lang|en|Compound microscope}})''':
এই ধৰণৰ অণুবীক্ষণ যন্ত্ৰত তিনি ধৰণৰ লেন্স ব্যৱহাৰ কৰা হয়৷হয়। যেনে সংঘনক লেন্স ({{Lang|en|condenser lens}}), অভিলক্ষ্য লেন্স ({{Lang|en|objective lens}}) আৰু অভিনেত্ৰ লেন্স ({{Lang|en|ocular lans}})
 
অণুবীক্ষণ যন্ত্ৰটোৰ তলফালেদি পোহৰ আহিবৰ বাবে এখন পোহৰ প্ৰতিফলন দাপোণ থাকে৷থাকে। সংঘনক লেন্সখন দাপোনৰ ওপৰফালে আৰু লক্ষ্যবস্তুৰ তলফালে অৱস্থিত৷অৱস্থিত। এই লেন্সখনে পোহৰ ৰশ্মি ঘনীভূত কৰি অণুবীক্ষণ যন্ত্ৰটোৰ ভিতৰলৈ পঠিয়াই দিয়ে৷দিয়ে। দ্বিতীয়খন লেন্স অৰ্থাৎ অভিলক্ষ্য লেন্সখন লক্ষ্য বস্তুৰ ওপৰৰফালে অৱস্থিত৷অৱস্থিত। এই লেন্সখন উত্তল আৰু অৱতল লেন্সৰ সমন্বয়ত গঠিত৷গঠিত। এই লেন্সখনে লক্ষ্যবস্তুৰ বৰ্দ্ধিত আৰু আচল ({{Lang|en|real}}) প্ৰতিবিম্ব গঠন কৰে৷কৰে। বেছিভাগ যৌগিক অণুবীক্ষণ যন্ত্ৰতে তিনি ধৰণৰ অভিলক্ষ্য লেন্স থাকে - নিম্ন ক্ষমতাসম্পন অভিলক্ষ্য লেন্স (10X10×/16 মি.মি.), উচ্চ ক্ষমতাসম্পন অভিলক্ষ্য লেন্স (44X44×/4মি.মি.)আৰু অতি উচ্চ ক্ষমতাসম্পন বা তৈল নিমজিত ({{Lang|en|oil immersion}}) অভিলক্ষ্য লেন্স (95X95×/1.8 মি.মি.) ইয়াৰে 10X10×,44X 44× আৰু 95X95× -এ অভিলক্ষ্য লেন্সৰ বিবৰ্দ্ধন ({{Lang|en|magnification}}) ক্ষমতা বুজায় আৰু 16 মি.মি., 4 মি.মি. আৰু 1.8 মি.মি.- এ লেন্সৰ নাভি দূৰত্ব ({{Lang|en|focal length}}) বুজায়বুজায়।<ref name="গ্ৰন্থ ১"/>
 
;ফেজ কণ্ট্ৰাষ্ট অণুবীক্ষণ যন্ত্ৰ ({{Lang|en|Phase contrast microscope}})
*'''ফেজ কণ্ট্ৰাষ্ট অণুবীক্ষণ যন্ত্ৰ(Phase contrast microscope)''': ই এক প্ৰকাৰৰ আলোক যৌগিক অণুবীক্ষণ যন্ত্ৰ৷যন্ত্ৰ। [[কোষ]]ৰকোষৰ ভিতৰত থকা বিভিন্ন অংগিকাসমূ্হ স্পষ্টকৈ চোৱাৰ বাবে এই অণুবীক্ষণ যন্ত্ৰ ব্যৱহাৰ কৰা হয়৷হয়। [[কোষ]] অৰ্দ্ধজুলীয়া পদাৰ্থৰে গঠিত হ'লেও তাৰ ভিতৰত থকা বিভিন্ন অংগিকাসমূহৰ ঘমত্ব কম-বেছি আৰু সেয়েহে এই অংগিকাসমূহৰ [[পোহৰ]] প্ৰতিসৰণাংকও বেলেগ বেলেগ হয়৷হয়। [[পোহৰ]] প্ৰতিসৰণাংক কম-বেছি হোৱা বাবে [[চকু]]ত পৰা [[পোহৰ]]ৰপোহৰৰ উজ্জ্বলতাও কম-বেছি হয়৷হয়। ফলত বিভিন্ন অংগিকাসমূহৰ মাজৰ প্ৰভেদখিনি ওলাই পৰেপৰে।<ref name="গ্ৰন্থ ১"/>
 
#'''ৰঞ্জন ৰশ্মি;স্ফুৰদীপ্তি অণুবীক্ষণ যন্ত্ৰ''' (X-ray{{Lang|en|Fluorescence microscope}})
*'''স্ফুৰদীপ্তি অণুবীক্ষণ যন্ত্ৰ(Fluorescence microscope)''': এই ধৰণৰ অণুবীক্ষণ যন্ত্ৰত [[অতিবেঙুনীয়া|অতি বেঙুনীয়া ৰশ্মি]] ({{Lang|en|ultra violet}}) ব্যৱহাৰ কৰি লক্ষ্যবস্তু উদ্দীপ্ত কৰা হয়৷হয়। লক্ষ্যবস্তু বিভিন্ন প্ৰকাৰৰ ফ্লুঅ'ৰিছেণ্ট ({{Lang|en|fluorescent}}) ৰঞ্জক পদাৰ্থ দি ৰঞ্জিত কৰা হয় আৰু পিছত অণুবীক্ষণ যন্ত্ৰৰ তলত ৰাখি তাৰ মাজেদি অতি বেঙুনীয়া ৰশ্মি পঠিয়ালে বিভিন্ন ধৰণৰ কম নাইবা বেছি তৰংগ দৈৰ্ঘ্যযুক্ত ৰশ্মি বিচ্ছুৰিত হয়৷হয়। এই বিচ্ছুৰিত পোহৰ ৰশ্মি অধ্যয়ন কৰি [[কোষ]]তকোষত থকা ৰাসায়নিক পদাৰ্থসমূহ, যেনে -: [[পত্ৰহৰিৎ]], ফ্লেভিন, ডি. এন. ., আৰ. এন. . আদিৰ উপস্থিতি নিশ্চিত কৰিব পাৰিপাৰি।<ref name="গ্ৰন্থ ১"/>
 
#'''আলোক;ডাৰ্ক ফিল্ড অণুবীক্ষণ যন্ত্ৰ''' (Light{{Lang|en|Dark field microscope}})
*'''ডাৰ্ক ফিল্ড অণুবীক্ষণ যন্ত্ৰ (Dark field microscope)''': এইধৰণৰ অণুবীক্ষণ যন্ত্ৰৰ সংঘনক ({{Lang|en|condenser}}) বিশেষভাৱে তৈয়াৰী৷তৈয়াৰী। এই সংঘনকখনৰ সহায়ত [[পোহৰ]] অণুবীক্ষণীয় ক্ষেত্ৰৰ পৰা আঁতৰ কৰি কেৱলমাত্ৰ লক্ষ্যবস্তুত পেলোৱা হয়৷হয়। ইয়াৰ ফলত লক্ষ্যবস্তুৰ বাহিৰে বাকী অণুবীক্ষণ ক্ষেত্ৰ এন্ধাৰ হৈ পৰে৷পৰে। [[কোষ]], [[কোষকেন্দ্ৰ]], [[মাইট'কণ্ড্ৰিয়া]], [[ভেকুঅ'ল]] আদিৰ পৰিসীমা চিনাক্ত কৰিবৰ বাবে এইবিধ অণুবীক্ষণ যন্ত্ৰ বিশেষভাৱে উপযোগী৷উপযোগী।
 
;অতি বেঙুনীয়া অণুবীক্ষণ যন্ত্ৰ ({{Lang|en|Ultra violet microscope}})
*'''অতি বেঙুনীয়া অণুবীক্ষণ যন্ত্ৰ (Ultra violet microscope)''': এইধৰণৰ অণুবীক্ষণ যন্ত্ৰত লক্ষ্যবস্তু উদ্দীপ্ত কৰিবলৈ সাধাৰণ [[পোহৰ]] ৰশ্মিৰ লগতে [[অতি বেঙুনীয়া ৰশ্মি]] ব্যৱহাৰ কৰা হয়৷হয়। অতি বেঙুনীয়া ৰশ্মিৰ [[পোহৰ]] তৰংগ চুটি আৰু ই কাঁচৰ লেন্সৰ মাজেৰে পাৰ হৈ যাব নোৱাৰে৷নোৱাৰে। সেয়েহে এই অণুবীক্ষণ যন্ত্ৰত সাধাৰণ কাঁচৰ লেন্সৰ সলনি কাঁচেৰে নিৰ্মিত ক'ৱাৰ্টজ ({{Lang|en|quartz}}) লেন্স ব্যৱহাৰ কৰা হয়৷হয়। সাধাৰণ আলোক অণুবীক্ষণ যন্ত্ৰত ব্যৱহাৰ কৰা কাঁচৰ লেন্সদি 400০Å তকৈ কম দৈৰ্ঘ্যৰ তৰংগ পাৰ হৈ যাব নোৱাৰে৷নোৱাৰে। কিন্তু ক'ৱাৰ্টজ লেন্স ব্যৱহাৰ কৰিলে 2000-4000Å
দৈৰ্ঘ্যৰ অতি বেঙুনীয়া ৰশ্মি পাৰ হ'ব পাৰে৷পাৰে। ফলত অণুবীক্ষণ যন্ত্ৰৰ ক্ষমতা বাঢ়ি যায়৷যায়। এই অণুবীক্ষণ যন্ত্ৰত সৃষ্টি হোৱা প্ৰতিবিম্ব [[চকু]]ৰেচকুৰে দেখা নাযায় আৰু ইয়াক ফ'ট'প্লেটত ধৰা হয়৷হয়। [[কোষ]]ৰকোষৰ ধৰ্ম তথা গুণাগুণ এই অণুবীক্ষণ যন্ত্ৰৰ সহায়ত অধ্যয়ন কৰিব পাৰিপাৰি।<ref name="গ্ৰন্থ ১"/>
 
*''';সমাবৰ্তন অণুবীক্ষণ যন্ত্ৰ ({{Lang|en|Polarizing microscope}})''':
সমাবৰ্তন অণুবীক্ষণ যন্ত্ৰ এক উন্নত ধৰণৰ অণুবীক্ষণ যন্ত্ৰ৷যন্ত্ৰ। এই অণুবীক্ষণ যন্ত্ৰত ধ্ৰুবিত ({{Lang|en|polarised}}) [[পোহৰ]] ব্যৱহাৰ কৰা হয়৷হয়। ইয়াৰ সহায়ত [[কোষ]]ৰকোষৰ ভিতৰত থকা অতি সূক্ষ্ম অংশবোৰ ({{Lang|en|ultra structures}}) অধ্যয়ন কৰিব পাৰি৷পাৰি। [[কোষ]]ৰকোষৰ ভিতৰত থকা জুলীয়া পদাৰ্থৰ গাঢ়তা, ঘনত্ব আৰু কোষীয় পদাৰ্থবোৰ কিমান ডাঠ সেই বিষয়ে অধ্যয়ন কৰিব পাৰি৷পাৰি।
 
#'''ইলেকট্ৰন;চক্ৰব্যাহত অণুবীক্ষণ যন্ত্ৰ''' (Electron{{Lang|en|Interference microscope}})
*'''চক্ৰব্যাহত অণুবীক্ষণ যন্ত্ৰ ( Interference microscope)''': এই ধৰণৰ অণুবীক্ষণ যন্ত্ৰত দুটা [[পোহৰ]] ৰশ্মি ব্যৱহাৰ কৰা হয়৷হয়। এটা [[পোহৰ]] ৰশ্মি লক্ষ্যবস্তুৰ মাজেৰে আৰু আনটো লক্ষ্যবস্তুৰ কাষেৰে গতি কৰে৷কৰে। এই দুয়োটা [[পোহৰ]] ৰশ্মি লক্ষ্যবস্তুৰ ওপৰৰ ফালে আহি মিলিত হয়৷হয়। ফলত লক্ষ্যবস্তুৰ প্ৰতিসৰণাংক ({{Lang|en|refractiv index}}) ৰ ওপৰত নিৰ্ভৰ কৰি বিপৰ্যাস্য ({{Lang|en|contrast}}) প্ৰতিবিম্ব এটাৰ সৃষ্টি হয়৷হয়। গতিকে লক্ষ্যবস্তুৰ সঠিক আকাৰ এই অণুবীক্ষণ যন্ত্ৰৰ সহায়ত নিৰ্ণয় কৰিব পাৰি৷ পাৰি।
 
[[চিত্ৰ:Bacteria photomicrograph.jpg|right|thumb|আলোক অণুবীক্ষণযন্ত্ৰত দেখা পোৱা বেক্টেৰিয়াৰ চিত্ৰ]]
 
==ৰঞ্জন ৰশ্মি অণুবীক্ষণ যন্ত্ৰ (X-ray microscope)==
এই ধৰণৰ অণুবীক্ষণ যন্ত্ৰত তৰংগ দৈৰ্ঘ্যৰ [[ৰঞ্জন ৰশ্মি]] ব্যৱহাৰ কৰা হয়৷হয়। ৰঞ্জন ৰশ্মিৰ প্ৰৱেশ ক্ষমতা ({{Lang|en|penetration}}) সাধাৰণ পোহৰতকৈ অধিক৷অধিক। সেয়েহে এই ৰশ্মি ব্যৱহাৰ কৰি অতি ক্ষুদ্ৰ জৈৱিক পদাৰ্থবোৰৰ গঠনো নিৰ্ণয় কৰিব পাৰি৷পাৰি। কোষৰ সূক্ষ্ম তথা বৃহৎ অণুবোৰৰ ত্ৰি-মাত্ৰিক ({{Lang|en|three dimensional}}) আকৃতি পৰ্যৱেক্ষণৰ বাবে এনেধৰণৰ অণুবীক্ষণ যন্ত্ৰ অতি উপযোগী৷উপযোগী। এই যন্ত্ৰৰ সহায়ত [[লাইছ'জ'ম]] ({{Lang|en|lysosome}}), [[হিম'গ্লবিনহিম’গ্ল’বিন]], [[ডি. এন. .]] আদিৰ আকৃতি নিৰ্ণয় কৰিব পাৰিপাৰি।<ref name="গ্ৰন্থ ১"/>
 
==ইলেকট্ৰন অণুবীক্ষণ যন্ত্ৰ(Electron microscope)==
ইলেকট্ৰেন অণুবীক্ষণ যন্ত্ৰত লক্ষ্যবস্তু উদ্ভাসিত কৰিবলৈ ইলেকট্ৰন ৰশ্মি ব্যৱহাৰ কৰা হয়৷হয়। এই ইলেকট্ৰনৰ উৎস হ'ল বিদ্যুত শক্তিৰদ্বাৰা উত্তপ্ত কৰা টাংষ্টেন ধাতুৰ তন্তু ({{Lang|en|tungsten}}) ইলেকট্ৰনবোৰ হ'ল আধানিত কণা ({{Lang|en|charged particle}}), গতিকে সিহঁতে চৌম্বিক ক্ষেত্ৰৰ প্ৰতি বিশেষ সঁহাৰি জনায়৷জনায়। ইলেকট্ৰন অণুবীক্ষণ যন্ত্ৰত কাঁচৰ সংঘনক ({{Lang|en|condenser}}) ৰ পৰিৱৰ্তে শক্তিশালী [[চুম্বক]] ব্যৱহাৰ কৰা হয়৷হয়।
 
১৯৩৮ চনত ''ফন বৰিছ আৰু ৰাছকা ({{Lang|en|Von Borris and Ruska}}) নামৰ দুজন জাৰ্মানদেশীয় বৈজ্ঞানিকে অণুবীক্ষণ যন্ত্ৰত ইলেকট্ৰন ৰশ্মি ব্যৱহাৰ কৰা পদ্ধতি উলিয়ায় আৰু তেওঁলোকে এটা ইলেকট্ৰন অণুবীক্ষণ যন্ত্ৰ সাজি উলিয়ায়৷ উলিয়ায়।
 
ইলেকট্ৰন অণুবীক্ষণ যন্ত্ৰ দুইধৰণৰ: - '''সংচাৰণ ইলেকট্ৰন অণুবীক্ষণ যন্ত্ৰ''' ({{Lang|en|transmission electron microscope}}) আৰু '''স্কেনিং ইলেকট্ৰন অণুবীক্ষণ যন্ত্ৰ''' ({{Lang|en|scanning electron microscope}}) স্কেনিং ইলেকট্ৰন অনুবীক্ষণঅণুবীক্ষণ যন্ত্ৰ হ'ল ইলেকট্ৰন অনুবীক্ষণঅণুবীক্ষণ যন্ত্ৰৰ উন্নত ৰূপ৷ৰূপ।
 
==তথ্য সংগ্ৰহ==
Line 51 ⟶ 54:
 
==বাহ্যিক সংযোগ==
{{commons category|Microscopes|অণুবীক্ষণ যন্ত্ৰ}}
*[[b:Botany/Microscopy laboratory|Microscopy laboratory]] in: ''A Study Guide to the Science of Botany'' at Wikibooks
*[http://www.nature.com/milestones/milelight/index.html Milestones in Light Microscopy], ''Nature Publishing''