সাৰদা (অভিনেত্ৰী): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
 
23 নং শাৰী:
| party = [[তেলুগু দেশম পাৰ্টী]]
}}}}
'''সাৰদা''' বা '''সৰস্বতী দেৱী''' ({{lang-en| Sharada }}; জন্ম: '''সৰস্বতী দেৱী'''; ২৫ জুন ১৯৪৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু অন্ধ্ৰপ্ৰদেশৰ ৰাজনৈতিক নেতা। তেওঁ তিনিবাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ [[ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা]] লাভ কৰিছে।<ref name="auto">{{cite web|url=http://www.thehindu.com/features/cinema/%E2%80%98I-always-enjoyed-my-work-in-Malayalam%E2%80%99/article14425855.ece|title=I always enjoyed my work in Malayalam|first=P. K. Ajith|last=Kumar}}</ref><ref name="imdb.com">{{cite web|url=https://www.imdb.com/name/nm0764762/|title=Sharada}}</ref> তেওঁ মালয়ালম আৰু তেলুগু ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰি খ্যাতি আৰ্জিছে।<ref name="auto"/><ref name="imdb.com"/> তেওঁ উৰ্বশী সাৰদা নামেৰেও জনাজাত। কাৰণ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটাক প্ৰথমাৱস্থাত আধিকাৰিকভাবে উৰ্বশী বঁটা বুলি কোৱা হৈছিল। ভাৰতীয় চলচ্চিত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে সাৰদাই অন্ধ্ৰপ্ৰদেশ চৰকাৰে প্ৰদান কৰা এন.টি.আৰ. ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছে।<ref name="auto1">{{cite web|url=http://www.thehindu.com/features/metroplus/reeltime-column-actor-sharada/article6775439.ece|title=The actor with a golden touch|first=SAJU|last=CHELANGAD}}</ref>
 
==প্ৰাৰম্ভিক জীৱন==