১৩ অক্টোবৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: উলটিওৱা হৈছে ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
ইফতেখার নাইম-এর করা 249113 নং সংস্করণে পুনরানিত হয়েছে; (পুনরানয়ন)
টেগ্‌: Undo ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
3 নং শাৰী:
*১৯৮৭ চনৰ আজিৰ দিনটোতে প্ৰখ্যাত সংগীতশিল্পী তথা অভিনেতা [[কিশোৰ কুমাৰ]]ৰ মৃত্যু হয় ।
*২০০১ চনৰ আজিৰ দিনটোতে [[আফগানিস্তান]]ত এসপ্তাহ মাৰ্কিন আক্ৰমণৰ ফলত শতাধিক লোকৰ মৃত্যু হয় , বহু লোক আক্ৰান্ত হয় ।
* ১৯৮৮ চনৰ আজিৰ দিনটোতে আমেৰিকাই নেবাডাত পৰমাণু পৰীক্ষা সফল ভাৱে সম্পন্ন কৰিছিল।
* ১৯৯৯ চনৰ আজিৰ দিনটোতে অটল বিহাৰী বাজপেয়ী তৃতীয় বাৰৰ বাবে ভাৰতৰ প্ৰধান মন্ত্ৰী হৈছিল।
* ১৯৯৯ চনৰ আজিৰ দিনটোতে সংযুক্ত ৰাষ্ট্ৰ আমেৰিকাৰ চিনেটে Comprehensive Nuclear Test Ban Treaty(CTBT)ৰ বিৰোধিতা কৰিছিল।
* ১৯৪৮ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ ছুফী আৰু কাবালী গায়ক নুচৰত ফটেহ আলী খানৰ জন্ম হৈছিল।
* ১৮৯৫ চনৰ আজিৰ দিনটোতে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰথম টেষ্ট কেপ্তেইন চি.কে. নাইডুৰ জন্ম হৈছিল।
* ১৯৪৩ চনৰ আজিৰ দিনটোতে ইটালীয়ে জাৰ্মানীৰ পূৰ্ব বন্ধু দেশবোৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল
 
[[শ্ৰেণী:অক্টোবৰ]]