ৰামলীলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
'''ৰামলীলা''' ({{Lang-en|Ramlila}}; {{lang-hi| रामलीला}}) একপ্ৰকাৰ লোকনাট্য শৈলী। এই নাট্যধাৰাত [[হিন্দু]] মহাকাব্য [[ৰামায়ণ]]ত বৰ্ণিত [[ৰাম]] আৰু [[ৰাৱণ]]ৰ মাজত সংঘটিত দহদিন ব্যাপি চলা যুদ্ধৰ পুনৰাভিনয় কৰা হয়। ৰামলীলাৰ উদ্ভৱ ভাৰতীয় উপমহাদেশত। ৰামৰ বিজয়ৰ স্মৰণত আয়োজিত উৎসৱ [[বিজয়া দশমী]] বা [[দশেৰা]]ৰ পূৰ্বৰ দহ নিশা ৰামলীলাৰ আয়োজন কৰা হয় আৰু বিজয়া দশমীৰ দিনা ই শেষ হয়। ৰাম বিষ্ণুৰ সপ্তম অৱতাৰ আৰু ৰামায়ণৰ কেন্দ্ৰীয় চৰিত্ৰ। হিন্দু বিশ্বাস অনুসৰি ৰামায়ণ [[ভাৰত]]ৰ আত্মা আৰু ঈশ্বৰোপলব্ধিৰ এক অন্যতম অৱলম্বন আৰু ৰামলীলা হ’ল এই মহাকাব্যৰে মঞ্চাভিনয়। ৰামলীলাৰ উপজীব্য ''মৰ্যদা পুৰুষোত্তম''- ৰামৰ জীৱন, সময় আৰু মূল্যবোধ। ৰামৰ কাহিনী ভাৰতত ইমানে জনপ্ৰিয় যে ভাৰতীয় সংস্কৃতিৰ মূলধাৰাত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে ৰামলীলাৰ বিচৰণ দেখা যায়।<ref name=unescodussehra>[http://www.unesco.org/culture/ich/en/RL/ramlila-the-traditional-performance-of-the-ramayana-00110 Ramlila, the traditional performance of the Ramayana], UNESCO</ref><ref>[https://books.google.com/books?id=Sv7Uk0UcdM8C&pg=PA44&dq=Jatra+bengal&as_brr=0 Ramlila] ''Pop Culture India!: Media, Arts, and Lifestyle'', by Asha Kasbekar. Published by ABC-CLIO, 2007. {{ISBN|1-85109-636-1}}. ''Page 42''.</ref>
==শৈলী==
[[File:Ramnnagar Varanasi Ramlila.jpg|thumb|ৰামনগৰৰ ৰামলীলা, ২০১৮ চন]]
"https://as.wikipedia.org/wiki/ৰামলীলা"ৰ পৰা অনা হৈছে