কুশল কোঁৱৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: উলটিওৱা হৈছে ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
2401:4900:12D6:4517:44A0:23DC:8E30:455 (আলোচনা)-ই কৰা 265588 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
22 নং শাৰী:
১৯২৯ চনত কুশল কোঁৱৰে জনৈক প্ৰেমানন্দ দুৱৰাৰ জীয়ৰী প্ৰভাৱতীৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়।
 
==ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত কুশল কোৱঁৰকিও ফচি দিয়া হোইশিল কোৱঁৰ==
স্বাধীনতাৰ লগতে কানি আৰু অস্পৃশ্যতা বৰ্জন আন্দোলনত নামি পৰাত বাগিচাৰ কাম ত্যাগ কৰে আৰু সামাজিক কাম কৰাৰ স্বাৰ্থত গোলাঘাট জিলা [[ভাৰতীয় জাতীয় কংগ্ৰেছ|কংগ্ৰেছৰ]] সম্পাদক হিচাপে দায়িত্ব গ্ৰহণ কৰা কুশল কোঁৱৰে অহিংস আন্দোলনত সদায় গুৰুত্ব দিছিল আৰু হিংসাত্মক পন্থাত তেওঁ অবিশ্বাসী আছিল। কিন্তু ১৯৪২ চনৰ ৯ অক্টোবৰত সংঘটিত সৰুপথাৰৰ ৰেল দুৰ্ঘটনাটোৰ দলপতি বুলি তেওঁক ১৯৪২ চনৰ তিনি নৱেম্বৰত গ্ৰেপ্তাৰ কৰা হয়। তেওঁৰ বিৰুদ্ধে বিচাৰ চলিল আৰু দুৰ্ঘটনাৰ প্ৰথম গৰাকী অভিযুক্ত হিচাপে অভিহিত কৰি মৃত্যুদণ্ডৰ হুকুম বিহা হয়।