চি ভি ৰামন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠা চন্দ্ৰশেখৰ ভেঙ্কটৰমণৰ পৰা চন্দ্ৰশেখৰ ভেংকটাৰামনলৈ JonaliBয়ে স্থানান্তৰ কৰিলে
No edit summary
1 নং শাৰী:
{{infobox writer
| name = চন্দ্ৰশেখৰ ভেঙ্কটৰমণভেংকটাৰামন
| image = Sir CV Raman.JPG
| imagesize = 200px
34 নং শাৰী:
| website =
}}
''' চন্দ্ৰশেখৰ ভেঙ্কটৰমণভেংকটাৰামন '''({{lang-en|Chandrasekhara Venkata Raman}}) (১৮৮৮-১৯৭০) আছিল এগৰাকী ভাৰতীয় বিজ্ঞানী। [[ভাৰত]]লৈ [[ন'বেল বঁটা]]ৰ সন্মান কঢ়িয়াই অনা ব্যক্তি সকলৰ ভিতৰত ছাৰ চন্দ্ৰশেখৰ ভেঙ্কটৰমণভেংকটাৰামন অন্যতম। [[এছিয়া]]ৰ ভিতৰতে ১৯৩০ চনত [[বিজ্ঞান]] বিষয়ত ন'বেল বঁটা লাভ কৰা চন্দ্ৰশেখৰ ভেঙ্কটৰমণভেংকটাৰামন আছিল প্ৰথম গৰাকী ব্যক্তি। এই গৰাকী বিশিষ্ট বিজ্ঞানীক [[ভাৰত চৰকাৰ|ভাৰত চৰকাৰে]] ১৯৫৪ চনত [[ভাৰত ৰত্ন]] উপাধিৰে সন্মানিত কৰিছিল। তেওঁ ভাৰত চৰকাৰৰ ডেপুটী একাউণ্টেণ্ট জেনেৰেল পদত কাৰ্যনিৰ্বাহ কৰিছিল। তদুপৰি [[পেৰিছ]], [[ৰাছিয়া]], হাঙ্গেৰীৰ অকাডেমী অফ ছায়েন্স আদি অনুষ্ঠানে তেওঁক সদস্য হিচাপে লোৱাৰ উপৰিও [[ইউৰোপ]] আৰু অনেক ভাৰতীয় বিশ্ববিদ্যালয়ে তেওঁক ডক্টৰেট উপাধিৰে সন্মানিত কৰিছিল।<ref name="চন্দ্ৰশেখৰ ভেঙ্কটৰমণ">{{cite book | title=ভাৰত-ৰত্ন | publisher=অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্| author=সমীন কলিতা | pages=১৬, ১৭,১৮,১৯}}</ref>
 
==জন্ম আৰু শিক্ষা==
চন্দ্ৰশেখৰ ভেঙ্কটৰমণৰভেংকটাৰামনৰ জন্ম হয় ১৮৮৮ চনৰ ৭ নৱেম্বৰত, [[চেন্নাই]]ৰ (মাদ্ৰাজ, [[তামিলনাডু]]) [[ত্ৰিচিনাপল্লী]]ৰ ওচৰৰ থিৰুভানা ইককেভাল গাঁৱত<ref name="scientificpaperspix">{{cite book|title=Scientific Papers of C.V. Raman: Acoustics Volume 2|page=ix|author=Sir C. V. Raman|publisher=Indian Academy of Sciences|year=1988}}</ref>। পিতৃৰ আঠোটা সন্তানৰ ভিতৰত তেওঁ আছিল দ্বিতীয় সন্তান। প্ৰাথমিক শিক্ষা ৱালটায়াৰৰ পৰা লাভ কৰিছিল। ১১ বছৰ বয়সতে তেও প্ৰৱেশিকা পৰীক্ষা আৰু ১৯০১ চনত তেওঁ ৱালটায়াৰৰ পৰাই আই-এ পৰীক্ষাত উৰ্ত্তীণ হয়। তাৰ পাছত তেওঁ মাদ্ৰাজৰ প্ৰেছিডেন্সী কলেজত ভৰ্তি হৈছিল। আৰু তাৰ পৰাই তেওঁ ১৫ বছৰ বয়সতে স্নাতক আৰু ১৮ বছৰ বয়সত মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ পৰীক্ষাত উৰ্ত্তীণ হয়। উল্লেখযোগ্য যে তেওঁ স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষাত [[পদাৰ্থ বিজ্ঞান]] অধ্যয়ন কৰিছিল যদিও চলি প্ৰথা মতে তেওঁ স্নাতক কলা আৰু স্নাতকোত্তৰ কলা বুলিহে লিখিব লগা হৈছিল। কলেজত পঢ়া সময়ৰে পৰা তেওঁ বিজ্ঞান বিষয়ৰ শব্দ, তাপ, আৰু বিদ্যুত বিষয়ক ভালেমান তথ্য উলিয়াছিল। সেয়ে ১৯০৬ চনত তেওঁৰ দি লনদন ফিল'ছফিকেল মেগাজিনত এটা গধুৰ প্ৰবন্ধ প্ৰকাশ কৰি বিজ্ঞানীসকলৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিছিল। স্নাতকোত্তৰ পৰীক্ষাত উৰ্ত্তীণ হোৱাৰ পাছত তেওঁৰ বিলাতলৈ যোৱাৰ সকলো খৰচ চৰকাৰেই বহন কৰিবলৈ বিচাৰিছিল যদিও তেওঁৰ সেই যাত্ৰা হৈ নুঠিল। তেওঁ সৰ্বভাৰতীয় বিত্ত বিভাগৰ প্ৰতিযোগিতামূলক পৰীক্ষা পাৰদৰ্শিতাৰে অৱত্তীৰ্ণ হৈছিল। তাৰ পাছতেই তেওঁ ভাৰত চৰকাৰৰ ডেপুটী একাউণ্টেণ্ট জেনেৰেল পদত কাৰ্যনিৰ্বাহ কৰিছিল<ref name="চন্দ্ৰশেখৰ ভেঙ্কটৰমণ"/>।
 
==কৰ্মজীৱন আৰু গবেষণা==
চন্দ্ৰচেখৰ ভেঙ্কটৰমণেভেংকটাৰামনে ১৯০৭ চনৰ পৰা ১৯১৭ চনলৈ তেওঁ চাকৰিৰ দায়িত্বত ৰেঙ্গুন আৰু নাগপুৰত আছিল। ১৯১৭ চনত তেওঁ বিত্তীয় বিভাগৰ চাকৰি এৰি দিলে। সেই সময়তে কলিকতা বিজ্ঞান কলেজ প্ৰতিষ্ঠা হোৱাত, সেই কলেজতে ৰমণেৰামনে পালিত অধ্যাপক হিচাপে চাকৰিত যোগদান কৰিলে। ভায়লিনৰ তাঁৰৰ ওপৰত ৰমণে দেখুওৱা চমকপ্ৰদ গৱেষণাৰ বাবে মুগ্ধ হৈ আশুতোষ মুখাৰ্জীয়ে ৰমণক এই পদ দিয়ে, সেই সময়ত পালিত অধ্যাপক জন বিদেশৰ পৰা শিক্ষাপ্ৰাপ্ত হোৱাৰ নিয়ম আছিল। কিন্তু ৰমণ ইংলেণ্ডলৈ গৈ শিক্ষা লোৱাৰ পক্ষপাতী নাছিল বাবে আশুতোষ মুখাৰ্জীয়ে সেই নিয়মটোকেই উঠাই দিছিল। অধ্যাপক পদত থাকিয়ে তেওঁ গৱেষণাত মনোনিবেশ কৰি থাকিল আৰু এটাৰ পাছত এটা চমকপ্ৰদ বস্তু আৱিষ্কাৰ কৰি বিশ্বকে চমক লগাইছিল। ১৯১৯ চনৰ পৰা তেওঁ সন্থাৰ অবৈতনিক সম্পাদক নিযুক্ত হৈছিল।
 
চন্দ্ৰশেখৰ ভেঙ্কটৰমণৰভেংকটাৰামনৰ জীৱনৰ উদ্দেশ্য আছিল বিজ্ঞানিক হোৱা, বিজ্ঞানৰ চৰ্চাতে জীৱন কটোৱা। কিন্তু তাৰ সলনি তেওঁ হল এজন গাণিতিক-সেয়ে পাছলৈ অন্তৰ্দ্বগ্ধত ভুগি, কলিকতা চহৰৰ মাজেৰে ডেল হাউচী স্কোৱাৰৰ পৰা শিয়ালদহলৈ ট্ৰামেৰে গৈ থাকোঁতে বউবাজাৰ ষ্ট্ৰীটত তেওঁৰ চকু পৰিল এখন চাইন বোৰ্ডত, চাইন বোৰ্ডখনত লিখা আছিল--দি ইণ্ডিয়ান এচোচিয়েচন ফৰ দি কাল্টিভেচন অব্ চায়েন্স। তেওঁ যিমানদূৰ পাৰে সোনকালে ট্ৰামৰ পৰা নামি, চাইন বোৰ্ড দিয়া ঘৰটো বিচাৰি আহিল আৰু লগ পালে অনুষ্ঠানটিৰ সম্পাদক ডাঃ অমৃতলাল চৰকাৰক। তেতিয়াৰে পৰা গৱেষণাগাৰলৈ নিয়মিয়াকৈ আহিবলৈ ধৰিলে।
 
 
১৯২১ চনটো ৰমণৰৰামনৰ কাৰণে বৰ সৌভাগ্যৰ বছৰ আছিল, এই বছৰটোতে তেওঁ [[কলিকতা বিশ্ববিদ্যালয়]]ৰ প্ৰতিনিধি হিচাপে অক্সফোৰ্ডত অনুষ্ঠিত বিশ্ববিদ্যালয় কংগ্ৰছত যোগদান কৰিছিল। তাতেই তেওঁ [[পৃথিৱী]]ৰ বিভিন্ন বিজ্ঞানীৰ লগত [[পদাৰ্থ বিজ্ঞান]]ৰ জটিল সমস্যাবিলাক মুকলিকৈ আলোচনা কৰিবলৈ সুবিধা পাইছিল। ভূমধ্য সাগৰেৰে তেওঁ লণ্ডনৰ পৰা ঘৰমুৱা হওঁতে সাগৰৰ দিগন্তত প্ৰসাৰিত হোৱা নীলা জলৰাশি দেখি কিয় নীলা ৰঙৰ হয় সেয়া জানিবলৈ তেওঁ নিজৰ হাতত থকা নিকল প্ৰিজমটো উলিয়াই সাগৰৰ জলৰাশিলৈ লক্ষ্য কৰিলে, আৰু পোহৰৰ প্ৰতিক্ৰিয়াৰ বাবেই হয় যে জানিব পাৰিলে। তেওঁৰ গৱেষণাৰ ফলতেই তৰংগ তত্ত্ব, বিকিৰণ ধৰ্ম আৰু তাপ গতি বিদ্যা বিষয়ক গৱেষণাৰ পথ মুকলি হৈছিল। সুদীৰ্ঘ ১২ বছৰ গৱেষণাৰ অন্তত চন্দ্ৰশেখৰ ভেঙ্কটৰমণৰভেংকটাৰামনৰ ১৮০০ৰো ওপৰ গৱেষণা পত্ৰ প্ৰকাশ পাইছিল। ১৯৩০ চনত ৰমণৰৰামনৰ এই আৱিষ্কাৰ সমূহে ৰমণলৈৰামনলৈ বিশ্বখ্যাতি কঢ়িয়াই আনিলে। ইয়াৰ বাবেই তেওঁ [[ন'বেল বঁটা]] লাভ কৰিবলৈ সক্ষম হল। ১৯৩০ চনৰ ১০ ডিচেম্বৰত ষ্টক’হমত অনুষ্ঠিত হোৱা ন'বেল বঁটা প্ৰদান অনুষ্ঠানত তেওঁ নিজে উপস্থিত হৈ এই বঁটা গ্ৰহণ কৰিছিল।
 
চন্দ্ৰশেখৰ ভেঙ্কটৰমণৰভেংকটাৰামনৰ সম্পাদনাত ভাৰতীয় পদাৰ্থ বিজ্ঞান নামৰ আলোচনী এখনো প্ৰকাশ কৰিছিল। তদুপৰি তেওঁৰ তত্ত্বাৱদানত ওলাইছিল Procedings আৰু Current Science নামৰ দুখন আলোচনীৰো সভাপতিত্ব কৰিছিল তেৱেঁই। ন'বেল বঁটা পোৱাৰ পাছত কিছুদিন কলিকতাত থাকি, তেওঁ বাংগালোৰত [[ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান]]ত যোগদান কৰিছিল। ইয়াৰ পিছত তেওঁ নিজে ১৯৪৮ চনৰ পৰা এটা ৰমণৰামন ৰিচাৰ্ছ ইনষ্টিটিউট নামৰ গৱেষণাগাৰ প্ৰতিষ্ঠা কৰি মৃত্যুৰ আগলৈকে তাত গৱেষণাতে কটাইছিল। তেওঁ যিটো যন্ত্ৰৰ সহায়ত গৱেষণা কৰি ন'বেল বঁটা পাইছিল, তাৰ মূল্য আছিল মাত্ৰ দুশ টকাহে। তেওঁ দৈনিক সন্ধিয়া ৫-৩০ বাজৰ পৰা ১০ বজালৈ গৱেষণাগাৰতে কটাইছিল<ref name="চন্দ্ৰশেখৰ ভেঙ্কটৰমণ"/>।
 
==মৃত্যু==
চন্দ্ৰশেখৰ ভেঙ্কটৰমণৰভভেংকটাৰামনৰ ১৯৭০ চনৰ ২১ নবেম্বৰত [[বাংগালোৰ]]ত পৰলোক প্ৰাপ্তি হয়।
 
==পুৰস্কাৰ আৰু সন্মান সমূহ==
"https://as.wikipedia.org/wiki/চি_ভি_ৰামন"ৰ পৰা অনা হৈছে