এশিঙীয়া গঁড়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

reverted vandalism
No edit summary
21 নং শাৰী:
'''গঁড়''' ([[বৈজ্ঞানিক নাম]]: ''Rhinoceros unicornis'') এটি স্তন্যপায়ী জন্তু।<ref>[http://xobdo.org/dic/index.php?w=%E0%A6%8F%E0%A6%95%E0%A6%9A%E0%A7%B0&l=2/ Xobdo.orgত সন্নিবিষ্ট অৰ্থৰ পৰা]</ref> ইয়াক একচৰ, একশৃংগ, খড়্গী আদি নামেৰেও জনা যায়। পৃথিৱীত বৰ্তমান ৩০০০ মানহে গঁড় আছে আৰু ইয়াৰে প্ৰায় ২০০০ [[অসম]]ত অৱস্থিত [[কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান]], [[পবিতৰা অভয়াৰণ্য]] আৰু [[মানাহ ৰাষ্ট্ৰীয় উদ্যান]]ত পোৱা যায়।<ref name="sarma2009">Sarma, P.K., Talukdar, B.K., Sarma, K., Barua, M. (2009) [http://www.pachydermjournal.org/index.php/pachy/article/viewArticle/135 ''Assessment of habitat change and threats to the greater one-horned rhino (''Rhinoceros unicornis'') in Pabitora Wildlife Sanctuary, Assam, using multi-temporal satellite data'']. Pachyderm No. 46 July–December 2009: 18–24.</ref>
 
== বিস্তৃতি ==
==দৈহিক গঠন==
এশিঙীয়া গঁড় প্ৰধানকৈ বাংলাদেশ, ভূটান, ভাৰত আৰু নেপালত দেখা পোৱা যায়৷ ভাৰতত একালত এই গঁড় ব্ৰহ্মপুত্ৰ, গংগা আৰু ইণ্ডাছ নদীৰ উপত্যকাৰ বনাঞ্চলত উভৈনদী আছিল যদিও বৰ্তমান কেৱল অসম, উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগত সীমিত সংখ্যক গঁড় আছেগৈ৷ অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য আদিৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ ঘাঁহনি অঞ্চলত বৃহৎ সংখ্যক এশিঙীয়া গঁড় দেখা পোৱা যায়৷<ref name=":0"><nowiki>https://indiabiodiversity.org/species/show/257370</nowiki></ref>
[[চাৰিঠেঙীয়া]]
 
== দৈহিক গঠন ==
এশিঙীয়া গঁড়ৰ ওজন প্ৰায় ১৮০০-২৭০০ কিলোগ্ৰাম, উচ্চতা ১.৭৫-২ মিটাৰ আৰু দৈৰ্ঘ্য ৩-৩.৮ মিটাৰ৷ ইয়াৰ ছালখন ধোঁৱা বৰণীয়া, নোমবিহীন, দেখাত যুদ্ধত ব্যৱহাৰ কৰা বৰ্মৰ দৰে কঠিন৷ তথ্য অনুসৰি এশিঙীয়া গড়ৰ ছাল ৪ ছেমি পৰ্য্যন্ত ডাঠ হ’ব পাৰে৷ এই গঁড়ৰ খড়্গ মাথোঁ এটা৷ ইয়াৰ দৈৰ্ঘ্য প্ৰায় ২০-৬১ ছেমি আৰু ওজন ৩ কিলোগ্ৰাম পৰ্য্যন্ত হয়৷ এই খড়্গ ভাঙিলে পুনৰ গজিব পাৰে৷<ref><nowiki>https://rhinos.org/about-rhinos/rhino-species/greater-one-horned-rhino/</nowiki></ref>
 
==আচৰণ==
এশিঙীয়া গঁড় মূলত: অৰ্ধ জলচৰ৷ ইহঁতে জলাশয় আৰু পিতনিত চৰি ভাল পায়৷ ই সাধাৰণতে অকলশৰীয়াকৈ থাকে৷ কেৱল পোৱালী আৰু মাকেহে একেলগে চৰা দেখা যায়৷ মতা এশিঙীয়া গঁড়ে নিজৰ ভৌগোলিক পৰিসীমা (territory) ৰক্ষা কৰি চলে আৰু ইয়াৰ ভিতৰত অন্য মতা গঁড়ে প্ৰবেশ কৰিলে হিংস্ৰতাৰে আক্ৰমণ কৰে৷ মাইকী গঁড়ে অৱশ্যে বিনাবাধাই এনে পৰিসীমাৰ বাহিৰ-ভিতৰ হ’ব পাৰে৷ এশিঙীয়া গঁড়ে একে ঠাইতে মল ত্যাগ কৰে আৰু এই মলৰ দ’মৰ যোগেদি অন্য প্ৰাণীক নিজৰ ভৌগোলিক পৰিসীমাৰ সংকেত দিয়ে৷ ইহঁতে সাধাৰণতে এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ একেটা বাট ব্যৱহাৰ কৰে আৰু ভৰিৰ তলুৱাত থকা গ্ৰন্থিৰ পৰা ওলোৱা গোন্ধৰে চিন ৰাখি যায়৷ এই বাটটোক ’দণ্ডী’ বুলি কোৱা হয়৷ ইহঁতৰ শ্ৰবণ আৰু গোন্ধ শক্তি তীব্ৰ কিন্তু দৃষ্টিশক্তি তেনেই দুৰ্বল৷<ref name=":0" />
 
মাইকী এশিঙীয়া গঁড় চাৰি বছৰ বয়সত আৰু মতা গঁড় নবছৰ বয়সত প্ৰজননৰ বাবে সাজু হয়৷ প্ৰায় ১৫-১৬ মাহ গৰ্ভধাৰণ কৰি মাইকী গঁড়ে একোটা পোৱালীৰ জন্ম দিয়ে৷ পোৱালীৰ ওজন প্ৰায় ৫৮-৭০ কিলোগ্ৰাম হয় আৰু জন্মৰ পিচত প্ৰতিদিনে পোৱালীটোৰ ওজন ১-২ কিলোগ্ৰামকৈ বাঢ়ে৷ প্ৰথম বছৰটো পোৱালী মাকৰ লগে লগে থাকে৷ এশিঙীয়া গঁড়ৰ আয়ুস সাধাৰণতে ৩০-৪৫ বছৰ৷ ই প্ৰধানকৈ ঘাঁহ, গছৰ পাত, জলচৰ উদ্ভিদ আদি খাই জীয়াই থাকে৷<ref name=":0" />
==স্থিতি তথা সংৰক্ষণ==
 
==স্থিতি তথা সংৰক্ষণ==
 
এশিঙীয়া গঁড়ক আই ইউ চি এনৰ ৰঙা তালিকা (IUCN Red List) ত অসুৰক্ষিত (vulnerable) বুলি গণ্য কৰা হৈছে৷ বিস্তীৰ্ণ ঘাঁহনি আৰু পিতনি অঞ্চলৰ ধ্বংসপ্ৰাপ্তি তথা চোৰাং চিকাৰ ইয়াৰ মূল কাৰণ বুলি অভিহিত কৰা হয়৷<ref><nowiki>https://www.savetherhino.org/rhino-info/rhino-species/greater-one-horned-rhino/</nowiki></ref>
 
==তথ্য সংগ্ৰহ==