গুপ্তেশ্বৰ দেৱালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

285 বাইট বিলোপ কৰা হ’ল ,  1 বছৰৰ পূৰ্বে
সম্পাদনা সাৰংশ নাই
No edit summary
 
{{Infobox Mandir
|name = গুপ্তেশ্বৰ দেৱালয়
|image =
|image_size = 250
|image_alt =
|caption =
|pushpin_map = India Assam
| latd = 26.36
| longd = 92.29
|map_caption = অসম মানচিত্ৰত গুপ্তেশ্বৰ দেৱালয়ৰ অৱস্থান
|map_size = 250
|other_names = গুপ্তেশ্বৰ মন্দিৰ <br/> শিঙৰি মন্দিৰ
|assamese = গুপ্তেশ্বৰ দেৱালয়
|sanskrit_translit =
|country = ভাৰত
|state/province = [[অসম]]
|district = [[শোণিতপুৰ জিলা|শোণিতপুৰ ]]
|locale =
|primary_deity = [[শিৱ]]
|important_festivals = [[শিৱৰাত্ৰি|মহা শিৱৰাত্ৰি]]
|architecture = আহোম স্থাপত্য
|number_of_temples =
|number_of_monuments =
|inscriptions =
|date_built =
|creator =
|temple_board =
|website =
}}
'''গুপ্তেশ্বৰ দেৱালয়''' বা '''গুপ্তেশ্বৰ মন্দিৰ''' ({{lang-en|Gupteswar Temple}}) হৈছে [[অসম]]ৰ [[শোণিতপুৰ জিলা]]ৰ পশ্চিম প্ৰান্তত [[ঢেকীয়াজুলি]] চহৰৰ অৱস্থিত [[হিন্দু ধৰ্ম]]ৰ এক দেৱালয়। এই দেৱালয় শিঙৰী মন্দিৰ হিচাপেও জনা যায়, [[কালিকা পুৰাণ]]টো শৃংগটক নামেৰে ইয়াৰ উল্লেখ আছেআছে।<ref>http://www.india9.com/i9show/Singri-Temple-20079.htm india9.com, Singri Temple, আহৰণ কৰা তাৰিখ : ২৮-১০-২০১২</ref> [[তেজপুৰ]] চহৰৰ পৰা প্ৰায় ৪৫ কিলোমিটাৰ আৰু ঢেকীয়াজুলি চহৰৰ পৰা প্ৰায় ১১ কিলোমিটাৰ আতৰত [[ব্ৰহ্মপুত্ৰ]] নদীৰ পাৰত শিঙৰী পাহাৰৰ পাদদেশত এই দেৱালয় অৱস্থিত। লোকপ্ৰবাদ অনুসৰি এই মন্দিৰটো স্বয়ং [[বিশ্বকৰ্মা]] দেৱতাই নিৰ্মাননিৰ্মাণ কৰিছিল, আৰু পাছত [[আহোম]] [[স্বৰ্গদেউ]]সকলে ইয়াত হাত বুলাইছিলবুলাইছিল।<ref name="প্ৰতিদিন">ঐতিহাসিক গুপ্তেশ্বৰ দেৱালয়ৰ কথা, লিখক: ললিত কুমাৰ গগৈ, পৃষ্ঠা নং : ৬ (সম্পাদকীয় পৃষ্ঠা), [[অসমীয়া প্ৰতিদিন]], প্ৰকাশ: ২৭ অক্টোবৰ, ২০১২, শণিবাৰশনিবাৰ </ref>
 
==গঠন==
গুপ্তেশ্বৰ দেৱালয়ৰ শিখৰত এটা পিতলৰ কলচী, এখন মূখ্যমুখ্য তোৰণ আছে। দেৱালয়ৰ চৌপাশ প্ৰাচীন কালৰ ইটাৰে নিৰ্মিতনিৰ্মিত।<ref name="প্ৰতিদিন"/>
 
==ইতিহাস আৰু প্ৰবাদ==
গুপ্তেশ্বৰ দেৱালয়ৰ নামাকৰণনামকৰণ সংক্ৰান্তত এটা লোকশ্ৰুতি অনুসৰি [[দ্বাপৰ যুগ]]ত শোণিতপুৰৰ ৰজা [[বাণাসুৰ]] কাশীধামলৈ গৈ [[শিৱ]]ৰ আৰাধনা কৰিছিল। তেওঁ কাশীৰ পৰা আহি নিজ ৰাজ্যৰ ভিতৰত দ্বিতীয় এখন কাশীধাম স্থাপন কৰাৰ মনস্থ কৰি এতিয়াৰ লুহিতৰ পাৰত [[বিশ্বনাথ ঘাট]]ত নিৰ্মাননিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল। বানাসুৰৰ এই বৃহৎঅ কাশীধাম নিৰ্মানৰনিৰ্মাণৰ কথা জানিব পাৰি স্বৰ্গৰ দেৱতাসকল বিস্মিত হ’ল আৰু এই পৰিকল্পনা বিফল কৰিবৰ বাবে বাণৰজাই অনা এটা শিৱলিংগ চুৰ কৰি আনি শিঙৰীৰ পাহাৰৰ গুহাত লুকুৱাই থ’লে। শিৱক এনেদৰে গুপ্ত কৰি থোৱাৰ বাবেই এই মন্দিৰ গুপ্তেশ্বৰ নামেৰে জনাজাত হ’লহ’ল।<ref name="প্ৰতিদিন"/>
 
 
==তথ্য সংগ্ৰহ==
==বাহ্যিক সংযোগ==
* [http://www.ignca.nic.in/asp/showbig.asp?projid=asstr0520001 চিত্ৰ সংযোগ]
* [http://ignca.nic.in/as_asi_video315.htm Video Clip of Singari Gupteswar Temple Dhekiajuli, Sonitpur, Assam]
* [http://wikimapia.org/14040874/Gupteswar-Temple Gupteswar Temple at wikimapia]
 
25,725

টা সম্পাদনা