ফৰিদা খানম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
20 নং শাৰী:
}}
'''ফৰিদা খানম''' ({{lang-ur|فرِیدہ خانُم}}; {{lang-en| Farida Khanum }}) এগৰাকী [[পাকিস্তান]]ৰ পাঞ্জাব প্ৰদেশৰ শাস্ত্ৰীয় সঙ্গীতৰ কণ্ঠশিল্পী।
==প্ৰাৰম্ভিক জীৱন==
১৯২৯ চনত [[ব্ৰিটিছ ভাৰত]]ৰ [[কলকাতা]]ত তেওঁৰ জন্ম হয়। তেওঁৰ চাৰিজন ভায়েক-ভনীয়েক আছিল, এজনী- বায়েক আৰু তিনিজন ভায়েক। তেওঁৰ বায়েক [[মুখতাৰ বেগম]] এগৰাকী বিখ্যাত কণ্ঠশিল্পী আছিল। তেওঁৰ ওঠৰ বছৰ বয়সত তেওঁলোকৰ পৰিয়ালটো ব্ৰিটিছ ভাৰতৰ [[অমৃতসৰ]]ৰ পৰা [[লাহোৰ]]লৈ স্থানান্তৰিত হয়।<ref>{{cite web|url=http://pakistaniat.com/2007/12/12/farida-khanum-memories-new-and-old/ |title=Farida Khanum: Memories New and Old : ALL THINGS PAKISTAN |publisher=Pakistaniat.com |date=12 December 2007 |access-date=20 June 2018}}</ref>
 
পাতিয়ালা ঘৰানাৰ ওস্তাদ আশিক আলি খানৰ পৰা তেওঁ খয়াল, দাদৰা আৰু থুমৰী শিকিবলৈ লয়। শৈশৱত তেওঁক বায়েক মুখতাৰ বেগমে শাস্ত্ৰীয় সঙ্গীতৰ নিয়মীয়া ‘ৰিয়াজ’ বা অনুশীলনৰ কাৰণে খানৰ ওচৰলৈ অনা-নিয়া কৰিছিল। <ref name=360degrees/><ref>{{cite web|url=https://indianexpress.com/article/cities/chandigarh/song-sung-true-7/ |title=Song Sung True (Farida Khanum interview)|publisher=Indian Express (newspaper)|date=4 May 2010|access-date= 21 June 2018}}</ref> Her family moved to [[Pakistan]] after the [[Partition of India]] in 1947.<ref name=360degrees/>
 
==কৰ্মজীৱন==
ফৰিদা খানমে একৈশ বছৰ বয়সত, ১৯৫০ চনত প্ৰথম ৰাজহুৱা সঙ্গীত পৰিবেশন কৰে আৰু তাৰ পিছতে তেওঁ ৰেডিঅ’ পাকিস্তানত অংশগ্ৰহণ কৰে।<ref name="indiatimes1"/> ১৯৬০ চনত পাকিস্তানৰ ৰাষ্ট্ৰপতি আয়ুব খানে ৰাজহুৱা পৰিবেশনৰ বাবে আমন্ত্ৰণ জনোৱাৰ পিছত তেওঁ তাৰকালৈ পৰিণত হয়। তেওঁ [[পাকিস্তান]] টেলিভিচন (PTV) আৰু অন্য চেনেলত নিয়মীয়াকৈ তেওঁৰ অনুষ্ঠান পৰিবেশিত হৈছিল।<ref>[https://www.youtube.com/watch?v=9EljixrFh04 Farida Khanum performance on YouTube] Retrieved 21 June 2018</ref>
তেওঁ গোৱা এটা শ্ৰেষ্ঠ গজল ''আজ জানে কী জিদ না কৰো'' বিখ্যাত কবি ফায়াজ হাচমীয়ে লিখিছিল।<ref>{{cite news | url=http://www.thehindu.com/todays-paper/tp-features/tp-metroplus/when-mood-and-melody-merged/article3202874.ece | title=When mood and melody merged | date=13 November 2006 | newspaper=The Hindu (newspaper) | first=Anjana | last=Rajan | access-date=8 April 2018 }}</ref> ২০১৫ চনত ৮৬ বছৰ বয়সত তেওঁ কোক ষ্টুডিঅ’ (পাকিস্তান) চিজন ৮-ত এই গীতটো গাইছিল। ১৯৬০ আৰু ১৯৭০-ৰ দশকৰ আৰম্ভণিত তেওঁ গীতৰ অনুষ্ঠান কৰিবলৈ [[কাবুল]], [[আফগানিস্তান]] ভ্ৰমণ কৰিছিল। তেওঁ আফগান সঙ্গীতজ্ঞসকলৰ সহযোগত তাত ফাৰ্চী ভাষাতো গজল গাইছিল।
<ref name=cokestudio/>
==ব্যক্তিগত জীৱন==
ফৰিদা খানম পাকিস্তানৰ লাহোৰত বাস কৰে। তেওঁৰ পাঁচজনী জীয়েক আৰু এজন পুতেক। পি.টি.ভি.ৰ ড্ৰামা ধাৰাবহিক ''সোনা চান্দি''ৰে (১৯৮২) প্ৰখ্যাত হোৱা শেবা হাচান তেওঁৰ ভতিজী। খানমক পাকিস্তানত আদৰেৰে ''গজলৰ ৰাণী'' বুলি সম্বোধন কৰে।<ref name=cokestudio/>