ডোমকচ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
6 নং শাৰী:
|origin=[[বিহাৰ]], [[ঝাৰখণ্ড]]
}}
 
'''ডোমকচ''' ({{lang-en|Domkach}}) [[বিহাৰ]] আৰু [[ঝাৰখণ্ড]] ৰাজ্যত প্ৰচলিত পৰম্পৰাগত লোক নৃত্য। বিহাৰৰ মিথিলা আৰু ভোজপুৰ অঞ্চলত ডোমকচ নৃত্য কৰা হয়।<ref>{{cite web|url=http://folklibrary.com/index.php/folkform/?catid=210&child=Domkach&color=&id=211-domkach&parent=|title=Domkach|website=Folklibrary.com|access-date=18 December 2018}}</ref> ঝাৰখণ্ডত ইয়াক নাগপুৰী লোকনৃত্য বুলি কোৱা হয়।<ref>{{Cite web|url=http://democraticworld.in/component/k2/item/603-out-of-the-dark|title=Out of the Dark|website=democratic world.in}}</ref> [[উত্তৰ প্ৰদেশ]]ৰ লোকসকলে ডোমকচ নৃত্যেৰে তেওঁলোকৰ বিভিন্ন উৎসৱ উদযাপন কৰে। ৰাজ্যখনৰ যিকোনো বিবাহ অনুষ্ঠানত নিশ্চিতভাৱে এই বিখ্যাত নৃত্যৰ আভাস পোৱা যায়।
 
Line 13 ⟶ 12:
 
==বৰ্ণনা==
সকলো ডাঙৰ বিয়াৰ অনুষ্ঠানত দৰা আৰু কইনাৰ পৰিয়ালৰ পুৰুষ আৰু মহিলাসকলে ডোমকচ নৃত্য প্ৰদৰ্শন কৰে। ইজনে সিজনৰ হাত ধৰি এই বিশেষ নৃত্য প্ৰদৰ্শন কৰিবলৈ এটা অৰ্ধ বৃত্ত সৃষ্টি কৰা হয় আৰু গীতবোৰ ব্যঙ্গাত্মক আৰু আনন্দৰে ভৰা। নাগপুৰী ডোমকচ আৰু এচাৰিয়া ডোমকচ, দোহাৰী ডোমকচ আৰু ঝুমটাৰ দৰে অংশত বিভক্ত কৰা হৈছে।<ref>{{cite web|url=http://ezccindia.org/jharkhand.html|title=Easrern Zonal Cultural Centre|website=Ezccindia.org|access date=18 December 2018}}</ref> ই উত্তৰ প্ৰদেশৰ অন্যতম জনপ্ৰিয় উৎসৱ।<ref name="KumarPrakash2018">{{cite book|url=https://books.google.com/books?id=Ddl9DwAAQBAJ&pg=PA97|title=Language, Identity and Contemporary Society|first=Rajesh Kumar|last=Om Prakash|date=30 November 2018|publisher=Cambridge Scholars Publishing|pages=97|isbn=978-1-5275-2267-1|acess date=18 December 2018}}</ref>
ই উত্তৰ প্ৰদেশৰ অন্যতম জনপ্ৰিয় উৎসৱ।<ref name="KumarPrakash2018">{{cite book|url=https://books.google.com/books?id=Ddl9DwAAQBAJ&pg=PA97|title=Language, Identity and Contemporary Society|first=Rajesh Kumar|last=Om Prakash|date=30 November 2018|publisher=Cambridge Scholars Publishing|pages=97|isbn=978-1-5275-2267-1|acess date=18 December 2018}}</ref>
 
দৰাৰ পৰিয়াল আৰু আত্মীয়সকলে কইনাৰ ঘৰলৈ যাওঁতে দৰাঘৰৰ মহিলাসকলে পিছফালে থাকে আৰু গোটেই ৰাতি ডোমকাচ নৃত্য কৰা হয়। ইয়াৰ জৰিয়তে ঘৰখন দুৰ্বৃত্তৰ পৰা সুৰক্ষিত কৰা হয়। ইয়াৰ প্ৰদৰ্শন কেন্দ্ৰীয় চোতালত কৰা হয় আৰু আৰু এটা ই নাট্য কৰ্মৰ দৰে অনুষ্ঠান। মহিলাসকলে বিবাহ অনুষ্ঠানৰ সৈতে সম্পৰ্কিত একাধিক লোকগীত গায়। তেওঁলোকে ঢোলাক আৰু [[ঘুগুৰা]] দৰে সৰল বাদ্যযন্ত্ৰ বজায়। কিছুমানে ঝংকাৰ তুলিবলৈ চামুচ আৰু ধাতুৰ কাঁহী ব্যৱহাৰ কৰে। গোটেই অনুষ্ঠানটো হাঁহি আৰু আনন্দৰে ভৰি থাকে। নৃত্যৰ সৈতে বিভিন্ন ৰীতি-নীতি আৰু পিউল নামৰ এক কাল্পনিক খেলো যোগ কৰা হয়।<ref name=":0" />
Line 23 ⟶ 21:
==তথ্য উৎস==
{{ৰেফলিষ্ট}}
{{ভাৰতীয় নৃত্য|state=collapsed}}
 
{{ভাৰতীয় নৃত্য}}
[[শ্ৰেণী:ভাৰতৰ নৃত্য]]
"https://as.wikipedia.org/wiki/ডোমকচ"ৰ পৰা অনা হৈছে