ফৰিদা খানম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{Infobox musical artist
| birth_name name = ফৰিদা খানম
| honorific_prefix = [[Hilal-e-Imtiaz|HI]] [[Pride of Performance|PP]]
| background = solo_singer
| name = ফৰিদা খানম فرِیدہ خانُم
| image = Farida Khanum rehearsing.jpg
| background = solo_singer
| image_size = 160px
| image = Farida Khanum rehearsing.jpg
| caption =আখৰা কৰি থকা অৱস্থাত ফৰিদা খানম, ২০০৫
| image_size = 160px
| caption birth_name =আখৰা কৰি থকা অৱস্থাত ফৰিদা খানম, ২০০৫
| alias =
| birth_name = ফৰিদা খানম
| birth_date = {{birth year and age|1929}}
| alias =
| birth_place = [[কলকাতা]], [[ব্ৰিটিছ ভাৰত]]
| birth_date = {{birth year and age|1929}}
| death_date =
| birth_place = [[কলকাতা]], [[ব্ৰিটিছ ভাৰত]]
| genre =গজল, দাদৰা, খয়াল, থুমৰী
| death_date =
| occupation = কণ্ঠশিল্পী
| genre =গজল, দাদৰা, খয়াল, থুমৰী
| instrument =
| occupation = কণ্ঠশিল্পী
| years_active =১৯৪৭-২০১৫
| instrument =
| label = কোক ষ্টুডিঅ’ পাকিস্তান<br>পাকিস্তান টেলিভিচন<br>পাকিস্তান ৰেডিঅ’
| years_active =১৯৪৭-২০১৫
| associated_acts =আমানত আলি খান, [[নুৰ জাহান]]
| label = কোক ষ্টুডিঅ’ পাকিস্তান<br>পাকিস্তান টেলিভিচন<br>পাকিস্তান ৰেডিঅ’
| relatives =
| associated_acts =আমানত আলি খান, [[নুৰ জাহান]]
| relatives =
}}
'''ফৰিদা খানম''' ({{lang-ur|فرِیدہ خانُم}}; {{lang-en| Farida Khanum }}) এগৰাকী [[পাকিস্তান]]ৰ পাঞ্জাবপঞ্জাব প্ৰদেশৰ শাস্ত্ৰীয় সঙ্গীতৰ কণ্ঠশিল্পী। পাকিস্তান চৰকাৰে সঙ্গীতৰ জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ''হিলাল-ই-ইমতিয়াজ'' আৰু ''প্ৰাইড অফ পাৰ্ফৰমেঞ্চ'' বঁটাৰে সন্মানিত কৰিছে।<ref name="indiatimes1" />
 
==প্ৰাৰম্ভিক জীৱন==
১৯২৯ চনত [[ব্ৰিটিছ ভাৰত]]ৰ [[কলকাতা]]ত তেওঁৰ জন্ম হয়। তেওঁৰ চাৰিজন ভায়েক-ভনীয়েক আছিল, এজনী- বায়েক আৰু তিনিজন ভায়েক। তেওঁৰ বায়েক [[মুখতাৰ বেগম]] এগৰাকী বিখ্যাত কণ্ঠশিল্পী আছিল। তেওঁৰ ওঠৰ বছৰ বয়সত তেওঁলোকৰ পৰিয়ালটো ব্ৰিটিছ ভাৰতৰ [[অমৃতসৰ]]ৰ পৰা [[লাহোৰ]]লৈ স্থানান্তৰিত হয়।<ref>{{cite web|url=http://pakistaniat.com/2007/12/12/farida-khanum-memories-new-and-old/ |title=Farida Khanum: Memories New and Old : ALL THINGS PAKISTAN |publisher=Pakistaniat.com |date=12 December 2007 |access-date=20 June 2018}}</ref>
 
পাতিয়ালা ঘৰানাৰ ওস্তাদ আশিক আলি খানৰ পৰা তেওঁ খয়াল, দাদৰা আৰু থুমৰী শিকিবলৈ লয়। শৈশৱত তেওঁক বায়েক মুখতাৰ বেগমে শাস্ত্ৰীয় সঙ্গীতৰ নিয়মীয়া ‘ৰিয়াজ’ বা অনুশীলনৰ কাৰণে খানৰ ওচৰলৈ অনা-নিয়া কৰিছিল। <ref name=360degrees/><ref>{{cite web|url=https://indianexpress.com/article/cities/chandigarh/song-sung-true-7/ |title=Song Sung True (Farida Khanum interview)|publisher=Indian Express (newspaper)|date=4 May 2010|access-date= 21 June 2018}}</ref> ১৯৪৭ চনত ভাৰত বিভাজনৰ পিছত তেওঁৰ পৰিয়ালটোৱে পাকিস্তানৰ নাগৰিকত্ব লয়।<ref name=360degrees/>
 
==কৰ্মজীৱন==
ফৰিদা খানমে একৈশ বছৰ বয়সত, ১৯৫০ চনত প্ৰথম ৰাজহুৱা সঙ্গীত পৰিবেশন কৰে আৰু তাৰ পিছতে তেওঁ ৰেডিঅ’ পাকিস্তানত অংশগ্ৰহণ কৰে।<ref name="indiatimes1"/> ১৯৬০ চনত পাকিস্তানৰ ৰাষ্ট্ৰপতি আয়ুব খানে ৰাজহুৱা পৰিবেশনৰ বাবে আমন্ত্ৰণ জনোৱাৰ পিছত তেওঁ তাৰকালৈ পৰিণত হয়। তেওঁ [[পাকিস্তান]] টেলিভিচন (PTV) আৰু অন্য চেনেলত নিয়মীয়াকৈ তেওঁৰ অনুষ্ঠান পৰিবেশিত হৈছিল।<ref>[https://www.youtube.com/watch?v=9EljixrFh04 Farida Khanum performance on YouTube] Retrieved 21 June 2018</ref>
 
তেওঁ গোৱা এটা শ্ৰেষ্ঠ গজল ''আজ জানে কী জিদ না কৰো'' বিখ্যাত কবি ফায়াজ হাচমীয়ে লিখিছিল।<ref>{{cite news | url=http://www.thehindu.com/todays-paper/tp-features/tp-metroplus/when-mood-and-melody-merged/article3202874.ece | title=When mood and melody merged | date=13 November 2006 | newspaper=The Hindu (newspaper) | first=Anjana | last=Rajan | access-date=8 April 2018 }}</ref> ২০১৫ চনত ৮৬ বছৰ বয়সত তেওঁ কোক ষ্টুডিঅ’ (পাকিস্তান) চিজন ৮-ত এই গীতটো গাইছিল। ১৯৬০ আৰু ১৯৭০-ৰ দশকৰ আৰম্ভণিত তেওঁ গীতৰ অনুষ্ঠান কৰিবলৈ [[কাবুল]], [[আফগানিস্তান]] ভ্ৰমণ কৰিছিল। তেওঁ আফগান সঙ্গীতজ্ঞসকলৰ সহযোগত তাত ফাৰ্চী ভাষাতো গজল গাইছিল।<ref name=cokestudio/>
 
<ref name=cokestudio/>
==ব্যক্তিগত জীৱন==
ফৰিদা খানম পাকিস্তানৰ লাহোৰত বাস কৰে। তেওঁৰ পাঁচজনী জীয়েক আৰু এজন পুতেক। পি.টি.ভি.ৰ ড্ৰামা ধাৰাবহিক ''সোনাসোণা চান্দি''ৰে (১৯৮২) প্ৰখ্যাত হোৱা শেবা হাচান তেওঁৰ ভতিজী। খানমক পাকিস্তানত আদৰেৰে ''গজলৰ ৰাণী'' বুলি সম্বোধন কৰে।<ref name=cokestudio/>
 
==বঁটা আৰু স্বীকৃতি==
২০০৫ চনত পাকিস্তানৰ ৰাষ্ট্ৰপতিয়ে তেওঁ ''হিলাল-ই-ইমতিয়াজ'' বঁটা প্ৰদান কৰে। পাকিস্তান চৰকাৰৰ দ্বিতীয় শ্ৰেষ্ঠ এই বঁটা অসমাৰিক আৰু সামৰিক বাহিনী উভয়কে আগবঢ়োৱা হয়।<ref name=360degrees>{{cite web|url=http://pakistan360degrees.com/tag/hilal-i-imtiaz/ |title=Pride of Pakistan -- Farida Khanum: The Iconic Ghazal Singer (includes Hilal-i-Imtiaz Award info)|access-date=20 June 2018|date=19 July 2010|website=Pakistan360degrees.com website}}</ref><ref name=cokestudio/>
 
১৯৭০ চনত তেওঁ পাকিস্তানৰ ৰাষ্ট্ৰপতিৰ পৰা ''প্ৰাইড অফ পাৰ্ফৰমেঞ্চ'' বঁটা গ্ৰহণ কৰে। এই বঁটা পাকিস্তানী নাগৰিকলৈ সাহিত্য, শিল্পকলা, ক্ৰীড়া, চিকিৎসা বিজ্ঞান আৰু বিজ্ঞানৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ চৰকাৰী স্বীকৃতি।
 
ভাৰতৰ এজন বিশিষ্ট সৰোদ বাদক হাফিজ খানৰ নামেৰে প্ৰৱৰ্তিত ''হাফিজ খান বঁটা'' তেওঁ লাভ কৰে ২০০৫ চনত।<ref name=360degrees/><ref name="indiatimes1">{{cite news|url=http://timesofindia.indiatimes.com/articleshow/1331523.cms |work=The Times of India |title=Fareeda Khanum: Made in India, queen of Pak music |archive-url=https://web.archive.org/web/20070610032403/http://timesofindia.indiatimes.com/articleshow/1331523.cms |archive-date=10 June 2007}} Retrieved 21 June 2018</ref><ref name=cokestudio>[http://www.cokestudio.com.pk/season8/farida-khanum.html?WT.cl=1&WT.mn=Artists%20-%20Farida%20Khanum Profile of Farida Khanum on Coke Studio (Pakistan) website] Retrieved 20 June 2018</ref>
 
ভাৰতৰ এজন বিশিষ্ট সৰোদ বাদক হাফিজ খানৰ নামেৰে প্ৰৱৰ্তিত ''হাফিজ খান বঁটা'' তেওঁ লাভ কৰে ২০০৫ চনত।<ref name=360degrees/><ref name="indiatimes1">{{cite news|url=http://timesofindia.indiatimes.com/articleshow/1331523.cms |work=The Times of India |title=Fareeda Khanum: Made in India, queen of Pak music |archive-url=https://web.archive.org/web/20070610032403/http://timesofindia.indiatimes.com/articleshow/1331523.cms |archive-date=10 June 2007}} Retrieved 21 June 2018</ref><ref name=cokestudio>[http://www.cokestudio.com.pk/season8/farida-khanum.html?WT.cl=1&WT.mn=Artists%20-%20Farida%20Khanum Profile of Farida Khanum on Coke Studio (Pakistan) website] Retrieved 20 June 2018</ref>
==তথ্য উৎস==
{{reflist}}
 
==বাহ্যিক সংযোগ==
* {{IMDb name|1858939}}
* [http://www.cokestudio.com.pk/season8/farida-khanum.html?WT.cl=1&WT.mn=Artists%20-%20Farida%20Khanum Farida Khanum's 2015 performance at Coke Studio (Pakistan)]
 
[[শ্ৰেণী:পাকিস্তানৰ ব্যক্তি]]
[[শ্ৰেণী:কণ্ঠশিল্পী]]