পদ্মনাথ ভট্টাচাৰ্য বিদ্যাবিনোদ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{Infobox writer|name=পণ্ডিত পদ্মনাথ ভট্টাচাৰ্য বিদ্যাবিনোদ|period=|website=|signature_alt=|signature=|awards=|influenced=|influences=|relatives=|children=|partner=|spouse=|notableworks=কামৰূপ শাসনাৱলী, Mr. Gait's History of Assam: A Critical Study|movement=|subject=প্ৰাচীন ইতিহাস|genre=|alma_mater=|image=|death_date={{Death year and age|1938|1868}}|alt=|caption=|pseudonym=বিদ্যাবিনোদ|birth_name=পদ্মনাথ ভট্টাচাৰ্য|birth_date={{Birth date|1868|1|}}|birth_place=[[চিলেট]]|death_place=|education=|resting_place=|occupation=ইতিহাসবিদ|language=|nationality=|ethnicity=|citizenship=|portaldisp=}}'''পদ্মনাথ ভট্টাচাৰ্য বিদ্যাবিনোদ''' (১৮৬৮-১৯৩৮)<ref name=Approaches_to_History:_Essays_in_Indian_Historiography_,Page229>Sabyasachi Bhattacharya (2011), ''Approaches to History: Essays in Indian Historiography'', Page 229</ref> এজন ভাৰতীয় ইতিহাসবিদ৷ তেওঁৰ জন্ম চিলেটত (এতিয়াৰ বাংলাদেশত)৷ তেওঁ ঘাইকৈ প্ৰাচীন [[কামৰূপ ৰাজ্য|কামৰূপৰ]] বিষয়ে গৱেষণা কৰিছিল৷ তেওঁ অসমৰ এজন আগশাৰীৰ সংস্কৃত পণ্ডিত হোৱাৰ লগতে [[কামৰূপ অনুসন্ধান সমিতি]]ৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য আছিল৷ তেওঁ [[কটন বিশ্ববিদ্যালয়|কটন কলেজ]]ত অধ্যাপনা কৰিছিল৷ তেওঁৰ উল্লেখযোগ্য কৰ্মৰাজিসমূহ হ’ল কামৰূপ শাসনাৱলী,<ref>Siba Pada Sen (1980), ''So<ref>Kanak Lal Barua (1966), ''Early history of Kāmarupa'', Page 32</ref>urcesSources of the history of India - Volume 3'', Page 27</ref> ৰামকৃষ্ণ-বিবেকানন্দ প্ৰসংগ, Mr. Gait's History of Assam: A Critical Study, আৰু ভাৰতীয় পুৰাতত্ব বিভাগৰ জাৰ্ণাল Epigraphia Indica দ্বাদশ খণ্ডত গৱেষণাপত্ৰ৷<ref>Kanak Lal Barua (1966), ''Early history of Kāmarupa'', Page 32</ref> [[এডৱাৰ্ড এলবাৰ্ট গেইট|গেইটে]] লিপিবদ্ধ কৰা অসমৰ ঐতিহাসিক ঘটনাৱলী আৰু সেইবোৰৰ অৰ্থ সম্পৰ্কে বিদ্যাবিনোদ অসন্তুষ্ট আছিল আৰু তীব্ৰ সমালোচনা কৰিছিল।<ref name=Approaches_to_History:_Essays_in_Indian_Historiography_,Page229 /> তেওঁ নিয়মীয়াকৈ [[অসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকা|কামৰূপৰ শিলালিপি আৰু ফলি]]সমূহৰ আৱিষ্কাৰ আৰু পাঠোদ্ধাৰৰ কামত অংশ লৈছিল৷
 
== তথ্যসূত্ৰ ==