লিপুতা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{অনুলিপি সম্পাদনা}}
[[File:NW Folklife 2008 - dancer and drummers 02.jpg|thumb|150px|ইয়াত এগৰাকী মহিলাই কংগো দেশৰ পোছাক লিপুতা পৰিধান কৰিছে]]
'''লিপুতা''' ({{Lang-en|Liputa}}) হৈছে কংগো গণৰাজ্যৰ মহিলাসকলে পিন্ধা এটা পাৰম্পৰিক সাজৰ ধৰণ।<ref name=":0">https://brandonjordandemocraticrepublicofcongo.weebly.com/culture.html</ref><ref>https://lisapotales.wordpress.com/2014/02/24/fashion-in-the-drc-democratic-republic-of-congo/</ref> ‘লিপুতা’ মানেঅৰ্থ ৰং বিৰঙৰ কাপোৰ পিন্ধা। এইকংগো দেশৰ মহিলাসকলৰ বাবেসাজপাৰ অতি সুন্দৰকৈ চকুত লগাকৈসাধাৰণতে ৰং বিৰঙৰবিৰঙী কাপোৰআৰু পৰিধান কৰাটোদেশখনৰ অতিসংস্কৃতিৰ গূৰুত্বপূৰ্ণ।দিশৰ এওঁলোকেপৰা যিমানগুৰুত্বপূৰ্ণ৷ সুন্দৰকৈকংগো সাজ পৰিধান কৰিব সিমানেই সমাজত সন্মান পায়। এওঁলোকেমহিলাই লিপুতা বিয়া-বাৰু, সবাহ, পাৰ্বনৰ লগতে দৈনিকদৈনন্দিন জীৱনতো লিপুতাপৰিধান পিন্ধে।কৰে। কেঁচুৱা থকা মহিলাসকলক পিঠিত কেঁচুৱা বান্ধোঁতে পোচাকযোৰৰে সৈতে একে এখন কাপোৰ ব্যৱহাৰ কৰা দেখা যায়।<ref>{{cite web|url=https://brandonjordandemocraticrepublicofcongo.weebly.com/culture.html|title=Democratic Republic of Congo}}</ref>
 
== পিন্ধন শৈলী ==
[[File:West African textile designs.jpg|thumb|150px|সদ্য ব্যৱহৃত পশ্চিম আফ্ৰিকাৰ কাপোৰ]]
লিপুতাৰ অংশ দুটা৷ কঁকালৰ ওপৰচোৱাত এটা কামিজৰ দৰে দীঘল ব্লাউজ পিন্ধে আৰু কঁকালৰ পৰা ভৰিৰ গেঢ়োৱালৈকে এখন কাপোৰ মেৰিয়াই স্কাৰ্টৰ দৰে পিন্ধে।<ref name=":0" /> কঁকালত মেৰিয়াই লোৱা কাপোৰকাপোৰৰ টুকুৰাঅংশটো প্ৰায় দুই মিটাৰ মান কাপোৰেৰে বনোৱা হয়।দৈৰ্ঘ্যৰ। এইখন কাপোৰৰ কাষতোকাষটো কেতিয়াবা চিলোৱা হয় আৰু কেতিয়াবা নিচিলোৱাকৈয়ো পিন্ধা হয়।পিন্ধে। কঁকালৰ পৰা দীঘলে মেৰিয়াই লোৱা কাপোৰখন টানকৈ ধৰি ৰাখিবৰ বাবে আন এখন কাপোৰ কঁকালত গাঠি মাৰি বান্ধি লোৱা হয়। এই কাপোৰখন কঁকালৰ কাষত বান্ধোঁতে কেতিয়াবা ফুল পাহৰ দৰে বান্ধে। ব্লাউজৰ হাতখন ঘটিহাতৰ নিচিনাকৈ ডাঙৰকৈ চিলায় আৰু কেতিয়াবা চুপিটুৰচুপিটোৰ দৰে হাতৰ তল টুকুৰা খোলাকৈ শিয়ে।সীয়ে। ডিঙিৰ ভাগটো কিছু ডাঙৰকৈ বনায়তৈয়াৰ আৰুকৰি বৰ সুন্দৰকৈ এমব্ৰইডাৰীএম্ব্ৰইডাৰী কৰা হয়। ব্লাউজটোৰ বক্ষ্যৰবক্ষৰ ভাগটোত ৰঙীণ সূতা আৰু মনিৰ কাৰিকৰিকাৰিকৰী কাম বেছিকৈ দেখা যায়। ব্লাউজৰ হাতখনতো পাৰিৰ দৰে সৰুকৈ এমব্ৰইডাৰী কৰা দেখা যায়। ব্লাউজটোৰ সুন্দৰতাই গোটেই পোচাকযোৰ আকৰ্ষণীয় কৰি তুলে। একেধৰণৰ আন এখন কাপোৰ মহিলাসকলে মূৰতো সুন্দৰকৈমূৰত মেৰিয়াই পাগুৰিৰ দৰে বান্ধে যাতে সকলো চুলি ভালদৰে ঢাক খায়। এইখন কাপোৰ সাধাৰণতে বহুত পৰিমাণে মমৰ (wax) পানীত ধোৱা হয় যাতে সুন্দৰকৈ পাগুৰিটো বন্ধোঁতেবান্ধোতে ফুলৰ পাহীৰপাহিৰ দৰে থিয় হৈ থাকে। আজি-কালিবৰ্তমান নতুনবহু মহিলাসকলেমহিলাই চুলি ঢাক খোৱাৰ ওপৰত বিশেষ গুৰুত্ব নিদিয়ে। এই গোটেই সাজ পোচাক যোৰৰ পিন্ধনশৈলীক লিপুতা বোলা হয়।
 
== নমুনা ==
[[আফ্ৰিকা]] মহাদেশৰ কাপোৰৰ বিশেষত্ব হৈছে এই কাপোৰবোৰ অত্যন্ত চকুত লগাকৈ ৰঙীণ আৰু মমৰ পানীৰে ধোৱা। কেতিয়াবা কাপোৰৰ দুয়োফালে প্ৰিণ্ট বা নক্সা থাকে।<ref>{{cite web|url=https://en.wikipedia.org/wiki/African_textiles|title=African textiles}}</ref> ৰঙীণ মমেৰে ছাব মৰা বা নক্সা অঁকাকে আঙ্কাৰা বা ডাটচ্‌ ৱেক্‌চ প্ৰিণ্ট বোলা হয়। এই নক্সাৰ ছাব বিলাকত চৰাই, ফুল, গছ-গছনি আদিৰ উপৰিও বিখ্যাত ব্যক্তি যেনে কোনো গায়ক, ৰাজনীতিবিদ, খেলুৱৈ আদিৰ ছবিও অঁকা হয়। এই কাপোৰ বোৰ ১০০ শতাংশ কপাহী সূতাৰে বনোৱা।তৈয়াৰ কৰে। কংগো গণৰাজ্য দেশৰ মহিলাসকলে এই আঙ্কাৰাৰ পৰা গোটেই পোছাকযোৰ চিলায়। সাধাৰণতে ৬ মিটাৰ দীঘল কাপোৰৰ পৰা ছাৰিটা টুকুৰা কৰি মূৰৰ পৰা ভৰিলৈকে সম্পূৰ্ণ পোছাকযোৰ বনোৱাতৈয়াৰ কৰা হয়। পুৰুষসকলেও এই আঙ্কাৰাৰ পৰা পোছাক বনায়।তৈয়াৰ কৰে।
 
==তথ্যসূত্ৰ==
"https://as.wikipedia.org/wiki/লিপুতা"ৰ পৰা অনা হৈছে