লিপুতা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
অনুলিপি সম্পাদনা কৰা হ’ল
 
1 নং শাৰী:
 
{{অনুলিপি সম্পাদনা}}
[[File:NW Folklife 2008 - dancer and drummers 02.jpg|thumb|150px|ইয়াত এগৰাকী মহিলাই কংগো দেশৰ পোছাক লিপুতা পৰিধান কৰিছে]]
'''লিপুতা''' ({{Lang-en|Liputa}}) হৈছে কংগো গণৰাজ্যৰ মহিলাসকলে পিন্ধা এটা পাৰম্পৰিক সাজৰ ধৰণ।<ref name=":0">https://brandonjordandemocraticrepublicofcongo.weebly.com/culture.html</ref><ref>https://lisapotales.wordpress.com/2014/02/24/fashion-in-the-drc-democratic-republic-of-congo/</ref> ‘লিপুতা’ অৰ্থ ৰং বিৰঙৰ কাপোৰ পিন্ধা। কংগো দেশৰ মহিলাসকলৰ সাজপাৰ সাধাৰণতে ৰং বিৰঙী আৰু ই দেশখনৰ সংস্কৃতিৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ৷ কংগো মহিলাই লিপুতা বিয়া-বাৰু, সবাহ, পাৰ্বনৰ লগতে দৈনন্দিন জীৱনতো পৰিধান কৰে। কেঁচুৱা থকা মহিলাসকলক পিঠিত কেঁচুৱা বান্ধোঁতে পোচাকযোৰৰে সৈতে একে এখন কাপোৰ ব্যৱহাৰ কৰা দেখা যায়।<ref>{{cite web|url=https://brandonjordandemocraticrepublicofcongo.weebly.com/culture.html|title=Democratic Republic of Congo}}</ref>
"https://as.wikipedia.org/wiki/লিপুতা"ৰ পৰা অনা হৈছে