কুকুৰা যুঁজ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ভাৰতীয় খেল
Content deleted Content added
নতুন পৃষ্ঠা: কুকুৰা যুঁজ অসমৰ এক পৰম্পৰাগত খেল। অসমৰ বহু অঞ্চলত কুকুৰা যু...
(কোনো পাৰ্থক্য নাই)

03:09, 9 March 2021ৰ সংস্কৰণ

কুকুৰা যুঁজ অসমৰ এক পৰম্পৰাগত খেল। অসমৰ বহু অঞ্চলত কুকুৰা যুঁজৰ ব্যাপক জনপ্ৰিয়তা দেখা যায়। বিশেষকৈ মাঘ বিহুৰ সময়ত এই খেল অসমৰ বহু ঠাইত সামূহিকভাৱে অনুষ্ঠিত কৰা হৈছিল৷ এই খেলত প্ৰত্যেকেই নিজৰ কুকুৰাক প্ৰশিক্ষণ দি অন্য কুকুৰাৰ সৈতে যুঁজিবলৈ দিয়ে৷ কোনো কোনো ঠাইত কুকুৰাৰ ভৰিত বিন্ধা যুক্ত কাইট লগাই দিয়ে যাতে আক্ৰমণ কৰিলে প্ৰতিদ্বন্দী কুকুৰাটো আঘাতপ্ৰাপ্ত হয় ।


২০১৪ চনত এটা ৰায়ৰ জৰিয়তে উচ্চতম ন্যায়ালয়ে জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা প্ৰদৰ্শন কৰা সকলো ধৰণৰ জীৱ-জন্তুৰ যুঁজ নিষিদ্ধ কৰে। ইয়াৰ পিছতে গুৱাহাটী উচ্চ ন্যায়ালয়ে অসমৰ কুকুৰা যুঁজ বন্ধ কৰাৰো নিৰ্দেশ দিয়ে৷[1]

তথ্যসূত্ৰ

  1. https://assam.nenow.in/%e0%a6%ae%e0%a6%b9-%e0%a6%af%e0%a7%81%e0%a6%81%e0%a6%9c-%e0%a6%86%e0%a7%b0%e0%a7%81-%e0%a6%ac%e0%a7%81%e0%a6%b2%e0%a6%ac%e0%a7%81%e0%a6%b2%e0%a6%bf-%e0%a6%af%e0%a7%81%e0%a6%81%e0%a6%9c%e0%a7%b0/